ETV Bharat / state

পাণ্ডু-কামাখ্যাধাম পথ নিৰ্মাণ স্থগিত - স্থগিত

যোৱা বৰ্ষৰ জানুৱাৰী মাহত কাম আৰম্ভ হৈছিল 13.85 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি থকা এই পথচোৱাৰ । প্ৰায় 2.3 কি:মি: দৈঘ্যৰ পথচোৱা সম্পূৰ্ণ হ'লে যথেষ্ট উপকৃত হ'ব দৰ্শনাৰ্থীৰ লগতে নীলাচল পাহাৰবাসী ৷

etv bharat
author img

By

Published : Mar 23, 2019, 8:38 PM IST

গুৱাহাটী, 23 মাৰ্চ : মহানগৰীৰ পাণ্ডু টেম্পলঘাটত অবৈধভাৱে বসবাস কৰি থকা প্ৰায় 25 ঘৰ লোকৰ বাবেই কাম বন্ধ কৰিবলৈ বাধ্য হ'ল গড়কাপ্তানি বিভাগে ৷ পাণ্ডুৰ পৰা শক্তিপীঠ কামাখ্যা ধামলৈ যোৱা বিকল্প পথৰ কাম বন্ধ হৈ আছে কিয়নো পথ নিৰ্মাণৰ সময়চোৱাত পাহাৰ খহি ভয়ংকৰ অঘটন হ'ব পাৰে উক্ত স্থানত ৷ উল্লেখ্য যে , বিগত কিছু দিন পূৰ্বে এই স্থানৰ লোক সকলক প্ৰশাসনে ঠাইডোখৰ খালী কৰিবলৈ নিৰ্দেশ জাৰি কৰিছিল ৷ কিন্তু এতিয়াও বহুকেইটা পৰিয়ালেখালী কৰা নাই ঘৰ ৷ ইয়াৰ ফলত কামাখ্যা মন্দিৰ কৰ্তৃপক্ষৰ নিৰ্দেশ অনুসৰি বন্ধ হৈ আছে পথটোৰ নিৰ্মাণ কাৰ্য ৷ ইফালে শনিবাৰে আৰক্ষীয়ে এই স্থানত অতি বিপদসংকুলভাৱে বাস কৰি থকা লোক সকলক ঘৰ খালী কৰিবলৈ পুনৰ নিৰ্দেশনা জাৰি কৰে ৷

পাণ্ডু-কামাখ্যাধাম পথ নিৰ্মাণ স্থগিত

উল্লেখ্যযে, যোৱা বৰ্ষৰ জানুৱাৰী মাহত কাম আৰম্ভ হৈছিল 13.85 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি থকা এই পথচোৱাৰ । প্ৰায় 2.3 কি:মি: দৈঘ্যৰ পথচোৱা সম্পূৰ্ণ হ'লে যথেষ্ট উপকৃত হ'ব দৰ্শনাৰ্থীৰ লগতে নীলাচল পাহাৰবাসী ৷

Slug: A_GHY_23MAR_801_KAMAKHYA NEW ROAD_HIRUL HAQUE

বন্ধ হৈ আছে পাণ্ডুৰ পৰা শক্তিপীঠ কামাখ্যা ধামলৈ যোৱা বিকল্প পথৰ কাম। মহানগৰীৰ পাণ্ডু টেম্পলঘাটত অবৈধভাৱে বসবাস কৰি থকা প্ৰায় ২৫ঘৰ লোকৰ বাবেই কাম বন্ধ কৰিবলৈ বাধ্য হ'ল গড়কাপ্তানি বিভাগ। কিয়নো পথ নিৰ্মাণ সময়চোৱাত পাহাৰ খহি ভয়ংকৰ অঘটন হ'ব পাৰে এই স্থানত। বিগত কেইটামান পূৰ্বে এই লোকসকলক ঠাই ডোখৰ খালী কৰাৰ নিৰ্দেশ দিছিল প্ৰশাসনে। কিন্তু এতিয়াও বহুকেইটা পৰিয়ালে খালী কৰা নাই ঘৰ। যাৰ বাবে কামাখ্যা মন্দিৰ কৰ্তৃপক্ষৰ নিৰ্দেশ অনুসৰি বন্ধ হৈ আছে পথটোৰ নিৰ্মাণ কাৰ্য। ইফালে শণিবাৰে আৰক্ষীয়ে পুণৰ অতি বিপদসংকুলভাৱে বাস কৰি থকা লোকসকলক ঘৰ খালী কৰাৰ নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে যোৱা বৰ্ষৰ জানুৱাৰী মাহত কাম আৰম্ভ হৈছিল ১৩.৮৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি থকা এই পথচোৱাৰ। প্ৰায় ২.৩ কি:মি: দৈঘ্যৰ পথচোৱা সম্পূৰ্ণ হ'লে যথেষ্ট উপকৃত হ'ব দৰ্শনাৰ্থীৰ লগতে নীলাচল পাহাৰবাসী।

Visual-FTP 
(Hirul Haque/Guwahati) 

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.