ETV Bharat / state

সাংবাদিকক আক্ৰমণ আব্দুল খালেকৰ সমৰ্থকৰঃ উত্তপ্ত বৰঝাৰ - borjhar

আব্দুল খালেকৰ উদণ্ড সমৰ্থকৰ আক্ৰমণৰ সন্মুখীন 11 জনকৈ সাংবাদিক ৷ সাংবাদিক আক্ৰমণৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া অব্যাহত বিভিন্ন মহলত ৷ অৱশেষত ফোনযোগে ক্ষমা প্ৰাৰ্থনা আব্দুল খালেকৰ ৷

সাংবাদিকক আক্ৰমণ আব্দুল খালেকৰ সমৰ্থকৰঃ উত্তপ্ত বৰঝাৰ
author img

By

Published : Mar 30, 2019, 5:25 PM IST

কামৰূপ, 30 মাৰ্চঃ শনিবাৰে বিয়লি এজন উদণ্ড যুৱকে এফালৰ পৰা বৰঝাৰ বিমান বন্দৰত আক্ৰমণ কৰি গ’ল কৰ্মৰত সাংবাদিকক ৷ বৰপেটা লোকসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থিত্ব লাভ কৰা আব্দুল খালেক দিল্লীৰ পৰা আহি বৰঝাৰত উপস্থিত হোৱাৰ পিচতে শনিবাৰে উত্তপ্ত হৈ পৰে বৰঝাৰ বিমানবন্দৰ ৷ আব্দুল খালেকৰ একাংশ সমৰ্থকে গামোচা পিন্ধোৱাৰ নামত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰি আহিছিল আৰু সাংবাদিকে খালেকৰ সাক্ষাৎকাৰ লোৱাৰ সময়তে উদণ্ড যুৱকে আক্ৰমণ চলাই সাংবাদিকক ৷ উদণ্ড যুৱকজনক সাংবাদিকসকলে আৰক্ষীক চমজাই দিয়াৰ চেষ্টা কৰোতেও পুনৰ প্ৰহৃত হ’বলগীয়া হয় সংবাদকৰ্মী সকল ৷

সাংবাদিকক আক্ৰমণ আব্দুল খালেকৰ সমৰ্থকৰঃ উত্তপ্ত বৰঝাৰ

উল্লেখ্য যে, এই সমগ্ৰ ঘটনা সন্দৰ্ভত আব্দুল খালেকক অৱগত কৰাৰ চেষ্টা চলাই যদিও ইতিমধ্যে বিমানবন্দৰৰ পৰা ৰাওনা হয় সাংসদ প্ৰাৰ্থীগৰাকী ৷ প্ৰায় 11 গৰাকী সাংবাদিকক আক্ৰমণ কৰা এইজন উদণ্ড সমৰ্থকৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছে দল-সংগঠনে ৷ আনহাতে , এই ঘটনা সন্দৰ্ভত ইতিমধ্যে ফোনযোগে ক্ষমা বিচাৰিছে বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেকে ৷

Slug:-A_Kam_Airport_Reporter_Attack_831-834_vis+bite_Ajay_Das

বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেকৰ সমৰ্থকৰূপী এগৰাকী উদণ্ড যুৱকে  বৰঝাৰ বিমানবন্দৰত এফালৰ পৰা আক্ৰমন কৰিলে সাংবাদিকক । ইয়াকে লৈ সৃষ্টি হ'ল উত্তেজনাময় পৰিস্থিতিৰ । এক প্ৰতিবেদন ।

Vo... এই দৃশ্যবোৰলৈ মন কৰক,এই উদণ্ড  যুৱকে বৰঝাৰ বিমানবন্দৰত শনিবাৰে বিয়লি কৰ্মৰত সাংবাদিকক আক্ৰমন কৰি গ'ল এফালৰ পৰা । বৰপেটা লোকসভা সমষ্টিত কংগ্ৰেছে প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ পিছত দিল্লীৰ পৰা আহি আব্দুল খালেক বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে সৃষ্টি হ'ল উত্তপ্ত পৰিস্থিতিৰ । একাংশ সমৰ্থকে গামোছা দিয়াৰ নামত প্ৰথমৰে পৰাই হুলস্থলীয়া পৰিৱেশৰ সৃষ্টি কৰি আছিল কিছুসময় পিছত সংবাদ কৰ্মীয়ে আব্দুল খালেকৰ পৰা সাক্ষাৎকাৰ লোৱাৰ সময়ৰে পৰা এদল উদণ্ড যুৱকে সংবাদকৰ্মীসকলোক আক্ৰমন চলাই । এই যুৱকজনলৈ মন কৰক ,,, এই যুৱক জনেই আক্ৰমণ কৰিছিল  সাংবাদিকক ,,,  পিছত সংবাদকৰ্মীসকলে প্ৰহীত্ব হৈ  আক্ৰমনকাৰী জনক ধৰি আৰক্ষীক চমযোৱাৰ স্ৰষ্টা কৰে । কিন্ত তেওঁ  আকৌ কৰ্মৰত
সংবাদকৰ্মীসকলোক প্ৰহাৰ  কৰিবলৈ উদ্বত হয় । লগে লগে সংবাদকৰ্মী সকলে একগোট হৈ তেওক উভতি ধৰি আক্ৰমণ প্ৰতিহত কৰে । সাংবাদিক সকলে  আব্দুল খালেকক ঘটনাটো অৱগত কৰিব বিচাৰে যদিও খালেক ইতিমধ্যে বিমানবন্দৰৰ পৰা ওলায় যায় ।  উপায়হীন হৈ পৰা  সংবাদকৰ্মীসকলেৰ মাজৰ পৰা  আক্ৰমনকাৰী এই উদণ্ড যুৱক গৰাকীক  একাংশ লোকে যুৱকগৰাকীক ঘটনাস্থলিৰ পৰা পলুৱাই পঠাই । পিছত আৰক্ষী উপস্থিত হয় যদিও সমৰ্থক সকল গুচি যায় । ইয়াকে লৈ বিমানবন্দৰত সৃষ্টি হৈ উত্তেজনাময় পৰিস্থিতিৰ । আব্দুল খালেকৰ শ শ সমৰ্থকে প্ৰায় ১১ গৰাকী সাংবাদিকক আক্ৰমন কৰিবলৈ লোৱা ঘটনাক বিভিন্ন দল সংগঠনে প্ৰতিক্ৰিয়া আগবঢ়াই ।

Bite.... কৰ্মৰত সাংবাদিকসকল ।

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস, etv bharat assam

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.