কামৰূপ , 21 নৱেম্বৰঃ আই আই টি, গুৱাহাটীত অঘটন ৷ পুনৰ আত্মহত্যাৰ ঘটনা সংঘটিত হ'ল গুৱাহাটী আই আই টিত ৷ জাপানৰ এজন ছাত্ৰই আত্মহত্যা কৰিলে আই আই টিৰ ছাত্ৰাবাসৰ নিজৰ কোঠাত ৷ জাপানৰ GIFU বিশ্ববিদ্যালয়ৰ কোটা অনোদা নামৰ ছাত্ৰজন বায়' চাউন্স/বায়' ইঞ্জিনিয়াৰিং বিভাগৰ ছাত্ৰ আছিল বুলি জানিব পৰা গৈছে ৷ নিজ বিশ্ববিদ্যালয়ৰ পৰা শিক্ষাৰ বাবে অসমলৈ অহা ছাত্ৰজনে বুধবাৰে আই আই টি গুৱাহাটীৰ লোহিত হোষ্টেলৰ E143 নম্বৰ কোঠাত আত্মহত্যা কৰে ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷
"আই আই টি গুৱাহাটী"ত আত্মহত্যা বিদেশী ছাত্ৰৰ - আই আই টি গুৱাহাটীত জাপানী ছাত্ৰৰ আত্মহত্যা
পুনৰ আত্মহত্যাৰ ঘটনা সংঘটিত হ'ল গুৱাহাটী আই আই টিত ৷ জাপানৰ ছাত্ৰই আত্মহত্যা কৰিলে আই আই টিৰ ছাত্ৰাবাসত ৷
!["আই আই টি গুৱাহাটী"ত আত্মহত্যা বিদেশী ছাত্ৰৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5139448-thumbnail-3x2-iit.jpg?imwidth=3840)
জাপানী ছাত্ৰই আত্মহত্যা কৰিলে আই আই টিৰ ছাত্ৰাবাসত
কামৰূপ , 21 নৱেম্বৰঃ আই আই টি, গুৱাহাটীত অঘটন ৷ পুনৰ আত্মহত্যাৰ ঘটনা সংঘটিত হ'ল গুৱাহাটী আই আই টিত ৷ জাপানৰ এজন ছাত্ৰই আত্মহত্যা কৰিলে আই আই টিৰ ছাত্ৰাবাসৰ নিজৰ কোঠাত ৷ জাপানৰ GIFU বিশ্ববিদ্যালয়ৰ কোটা অনোদা নামৰ ছাত্ৰজন বায়' চাউন্স/বায়' ইঞ্জিনিয়াৰিং বিভাগৰ ছাত্ৰ আছিল বুলি জানিব পৰা গৈছে ৷ নিজ বিশ্ববিদ্যালয়ৰ পৰা শিক্ষাৰ বাবে অসমলৈ অহা ছাত্ৰজনে বুধবাৰে আই আই টি গুৱাহাটীৰ লোহিত হোষ্টেলৰ E143 নম্বৰ কোঠাত আত্মহত্যা কৰে ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷
জাপানী ছাত্ৰই আত্মহত্যা কৰিলে আই আই টিৰ ছাত্ৰাবাসত
জাপানী ছাত্ৰই আত্মহত্যা কৰিলে আই আই টিৰ ছাত্ৰাবাসত
Intro:Breaking/iit ghy
----------------------------------------
👉🏾আই আই টি গুৱাহাটীত পুনৰ অঘটন ।
👉🏾চিপ লৈ আত্মহত্যা শিক্ষাৰ্থীৰ ।
👉🏾শিক্ষাৰ্থীজন আই আই টি গুৱাহাটীৰ লোহিত হোষ্টেলৰ E143 ৰূমৰ আৱাসী ।
👉🏾শিক্ষাৰ্থী জন Kota onoda (কোটা অনোদা) বুলি চিনাক্ত কৰা হৈছে ।
👉🏾বায় চাউন্স/বায় ইঞ্জিনিয়াৰিং বিভাৰ শিক্ষাৰ্থী জনৰ ঘৰ জাপনত ।
👉🏾জাপানৰ GIFU university পৰা অধ্যয়নৰ বাবে আহিছিল ।Body:BrakingConclusion:Iit ghy @ braking

Last Updated : Nov 22, 2019, 4:38 AM IST