ETV Bharat / state

ডাঃ কমলা কলিতাৰ গেটত ওলমিল বেনামী পোষ্টাৰ

শেহতীয়াকৈ খাদী ব’ৰ্ডৰ অধ্যক্ষ তথা অগপ নেতা ডাঃ কমলাকান্ত কলিতাৰ ছয়গাঁওস্থিত বাসগৃহৰ গেটত কোনো অজ্ঞাত লোকে হাতে লিখা এখন স্পষ্টীকৰণ আঁৰি দিয়ে ৷ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য ৷

Illegal poster hang outside Kamala Kalita's home gate
ডাঃ কমলা কলিতাৰ গেটত আঁৰিল বেনামী পোষ্টাৰ
author img

By

Published : Dec 8, 2019, 2:05 PM IST

Updated : Dec 8, 2019, 2:34 PM IST

ছয়গাঁও, 8 ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যৰ এতিয়া সৰ্বত্ৰে প্ৰতিবাদ ৷ জাতিধ্বংসী এই বিধেয়কখনক সমৰ্থন জনোৱাৰ বাবে শাসকীয় তথা মিত্ৰ দলৰ সকলো নেতাই সন্মুখীন হৈছে প্ৰতিবাদৰ ৷ শেহতীয়াকৈ খাদী ব’ৰ্ডৰ অধ্যক্ষ তথা অগপ নেতা ডাঃ কমলাকান্ত কলিতাৰ ছয়গাঁওস্থিত বাসগৃহৰ গেটত কোনো অজ্ঞাত লোকে হাতে লিখা এখন স্পষ্টীকৰণ আঁৰি দিয়ে ৷ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য ৷

ডাঃ কমলা কলিতাৰ গেটত বেনামী পোষ্টাৰ

লগতে পঢ়ক- বহু ৰোগৰ কাৰণ দূষিত পানী

Intro:খাদী আৰু গ্ৰামোদ্যোগৰ অধ্যক্ষ ডাঃ কমলা কলিতাৰ গেটত আঁৰিল এইবাৰ বনামী পোষ্টাৰ ৷Body:ছয়গাঁও ৮ ডিচেম্বৰ : কেবৰ বিৰুদ্ধে ৰাজ্যত এতিয়া সৰ্বত্ৰ প্ৰতিবাদ ৷ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কক সমৰ্থন জনাই আদৰ্শ বিসৰ্জন দিয়া অসম গণ পৰিষদ দলৰ মন্ত্ৰী বিধায়ক সকল ৰাজ্যৰ বিভিন্ন স্থানত হৈ আহিছে প্ৰতিবাদৰ সন্মুখীন । শেহতীয়াভাৱে ছয়গাঁৱৰ অগপ নেতা তথা খাদী ব’ৰ্ডৰ অধ্যক্ষ হৈ বিজেপি দলৰ ৰঙা লাইট লৈ ঘূৰি ফুৰা ডাঃ কমলাকান্ত কলিতাৰ ছয়গাঁৱৰ বাসগৃহৰ গেটত শনিবাৰে নিশা হাতে লিখা এখন স্পষ্টীকৰণ আঁৰি দিয়ে কোনো অজ্ঞাত লোকে। য’ত লিখা আছে অসম আন্দোলনৰ দিনৰে পৰা নিজকে সুযোগ সন্ধানী নেতা বুলি উল্লেখ কৰি বিজেপি দলৰ ওচৰত বিক্ৰী যোৱা বুলি স্পষ্টীকৰণ দিয়ে। এই লৈ এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ ছয়গাঁও অঞ্চলত ৷Conclusion:
Last Updated : Dec 8, 2019, 2:34 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.