ETV Bharat / state

ৰাণী আৰক্ষীৰ জালত চাৰিজনকৈ গাঞ্জা ব্যৱসায়ী - etv_bharat_assam

৩৮ কিলোগ্ৰাম গাঞ্জাসহ আৰক্ষীৰ জালত পৰিল ৪ গাঞ্জা ব্যৱসায়ী

ৰাণী আৰক্ষীৰ জালত চাৰিজনকৈ গাঞ্জা ব্যৱসায়ী
author img

By

Published : Jun 12, 2019, 5:26 PM IST

আজাৰা,১২ জুনঃ ৰাণী আৰক্ষীৰ বৃহৎ সফলতা। ৩৮ কিলোগ্ৰাম গাঞ্জাসহ আৰক্ষীৰ জালত পৰিল ৪ জন গাঞ্জা ব্যৱসায়ী। মেঘালয়ৰ পৰা অসমলৈ চোৰাং গাঞ্জাখিনি আনি থকাৰ সময়তে ৰাণী আৰক্ষী চকীৰ আৰক্ষী বিষয়া বিক্ৰম বসুমতাৰীৰ নেতৃত্বত যোৱা এটি দলে জব্দ কৰে বৃহৎ পৰিমাণৰ গাঞ্জাখিনি।

ৰাণী আৰক্ষীৰ জালত চাৰিজনকৈ গাঞ্জা ব্যৱসায়ী

ML-06-9080নম্বৰৰ এখন অল্ট' আৰু AS-25AC-5695 নম্বৰৰ এখন মেক্সিম' ভেনেৰে চোৰাংভাৱে আনি থকা অৱস্থাত অসম-মেঘালয় সীমান্তৱৰ্তী শুকুৰবেৰীয়াত ৰাণী আৰক্ষীয়ে গাঞ্জা আৰু গাড়ীসহ আটক কৰে গাঞ্জা ব্যৱসায়ীকেইজনক । জানিব পৰা মতে,গাঞ্জাখিনিৰ বজাৰ মূল্য প্ৰায় ৫ লাখ টকা। আটকাধীন ৪ গাঞ্জা ব্যৱসায়ী ক্ৰমে মেঘালয়ৰ প্ৰষ্টাৰ মাৰুন,গৰ্দান লিংদহ,ৰাজুৰাম ৰাভা আৰু দুৰ্গা মুণ্ডা। সম্প্ৰতি ৰাণী আৰক্ষীৰ জিম্মাত থকা এই ব্যৱসায়ী কেইজনৰ জেৰা অব্যাহত ৰাখিছে ৰাণী আৰক্ষীয়ে । দীৰ্ঘদিন ধৰি এনেদৰে চলি আহিছিল চোৰাং গাঞ্জাৰ ৰমৰমীয়া বেহা । লগতে অনাগত দিনতো এনেদৰে গাঞ্জা বিৰোধী অভিযান অব্যাহত ৰাখিব বুলি জনায় আৰক্ষী বিষয়া বিক্ৰম বসুমতাৰীয়ে।

Slug:-As_Kam_12june_illegal_ganja_recover_at_rani_801-802_vis+bite+photo_as10020

ৰাণী আৰক্ষীৰ জালত ৩৮ কিলোগ্ৰাম গাঞ্জাসহ ৪ গাঞ্জা ব্যৱসায়ী ।

Vo. ৰাণী আৰক্ষী চকীৰ এক বৃহৎ সফলতা । ৩৮ কিলোগ্ৰাম গাঞ্জাসহ আৰক্ষীৰ জালত পৰিল ৪ গাঞ্জা ব্যৱসায়ী । মেঘালয়ৰ পৰা অসমলৈ চোৰাং গাঞ্জাখিনি আনি থকাৰ সময়তে এক খবৰ অনুযায়ী ৰাণী আৰক্ষী চকীৰ আৰক্ষী বিষয়া বিক্ৰম বসুমতাৰীৰ নেতৃত্বত যোৱা এটি দলে জব্দ কৰে এই বৃহৎ পৰিমানৰ গাঞ্জাখিনি ।  ML-06-9080নম্বৰৰ এখন অল্ট আৰু AS-25-AC-5695 নম্বৰৰ এখন মেক্সিম' ভেনেৰে চোৰাংভাৱে আনি থকা অৱস্থাত অসম-মেঘালয় সীমান্তৱৰ্তী শুকুৰবেৰীয়াত ৰাণী আৰক্ষীয়ে গাঞ্জা,গাড়ীসহ আটক কৰে গাঞ্জা ব্যৱসায়ীকেইজনক । গাঞ্জাখিনিৰ বজাৰ মুল্য প্ৰায় ৫ লাখ টকা হ'ব বুলি অনুমান কৰা গৈছে  । আটকাধীন ৪ গাঞ্জা ব্যৱসায়ী ক্ৰমে মেঘালয়ৰ প্ৰষ্টাৰ মাৰুন,গৰ্দান লিংদহ আৰু ৰাজুৰাম ৰাভা,দুৰ্গা মুণ্ডা । সম্প্ৰতি ৰাণী আৰক্ষীয়ে জিন্মাত থকা এই ব্যৱসায়ী কেইজনক জেৰা অব্যাহত ৰাখিছে ৰাণী আৰক্ষীয়ে । দীৰ্ঘদিন ধৰি এনেদৰে চলি আহিছিল চোৰাং গাঞ্জাৰ ৰমৰমীয়া বেহা । লগতে অনাগত দিনতো এনেদৰে গাঞ্জা বিৰোধী অভিযান অব্যাহত ৰাখিব বুলি জনায় আৰক্ষী বিষয়া বিক্ৰম বসুমতাৰীয়ে ।

Bite..আৰক্ষী বিষয়া ।

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.