ETV Bharat / state

সিদ্ধেশ্বৰ দেৱালয়ত পূজা আগবঢ়ালে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই

author img

By

Published : Feb 22, 2020, 1:18 PM IST

মহাশিৱৰাত্ৰি উপলক্ষে শুৱালকুছিৰ ঐতিহ্যমণ্ডিত সিদ্ধেশ্বৰ দেৱালয়ত মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

Himanta biswa sharma at suwalkuchi
সিদ্ধেশ্বৰ দেৱালয়ত পূজা আগবঢ়ালে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই

শুৱালকুছি, 22 ফেব্ৰুৱাৰীঃ মহাশিৱৰাত্ৰি উপলক্ষে শুৱালকুছিৰ ঐতিহ্যমণ্ডিত সিদ্ধেশ্বৰ দেৱালয়ত পূজা আগবঢ়ালে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ শিৱৰাত্ৰিৰ বাবে সমূহ অসমবাসীলৈ আন্তৰিক শুভেচ্ছা জনাইছে মন্ত্ৰীগৰাকীয়ে ৷ এই পূজাত উপস্থিত হৈ অচিৰেই ৰাজ্য চৰকাৰে সংস্কৃত টোলসমূহ বন্ধ কৰিব বুলি জনাই মন্ত্ৰীগৰাকীয়ে । লগতে অহা ২৫ ফেব্ৰুৱাৰীত উচ্চ ক্ষমতা সম্পন্ন সমিতিৰ (৬নং দফা ) প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰক দাখিল কৰিব বুলিও জানিবলৈ দিয়ে মন্ত্ৰী গৰাকীয়ে ৷

মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

লগতে পঢ়কঃ উমানন্দ মন্দিৰত আশীষ ল'লে সাংসদ কুইন ওজাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.