ETV Bharat / state

উত্তৰ গুৱাহাটীত বিশেষভাৱে সক্ষম লোকৰ বাবে স্বাস্থ্য শিবিৰ মুকলি - kamrup

মঙলবাৰে উত্তৰ গুৱাহাটীত বিশেষভাৱে সক্ষম লোকসকলৰ বাবে স্বাস্থ শিবিৰ মুকলি স্বাস্থ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷ চিকিৎসা শিবিৰত প্ৰায় 30 গৰাকী চিকিৎসক তথা চিকিৎসা কৰ্মীয়ে শাৰিৰীক, মানসিক, চকু, কাণ ,অস্থি ৰোগৰ চিকিৎসা প্ৰদান কৰে ৷

health-camp-orgainsed-for-special-disability-people
উত্তৰ গুৱাহাটীত বিশেষভাৱে সক্ষম লোকৰ বাবে স্বাস্থ্য শিবিৰ
author img

By

Published : Feb 2, 2021, 7:09 PM IST

কামৰূপ,2 ফেব্ৰুৱাৰী : উত্তৰ গুৱাহাটীত মঙলবাৰে বিশেষভাৱে সক্ষম লোকসকলৰ বাবে স্বাস্থ শিবিৰ মুকলি কৰে স্বাস্থ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ মহেন্দ্ৰ মোহন হাস্পতাল, আৰুলাচিত গড়গাঁও পঞ্চায়ত, উত্তৰ গুৱাহাটী নগৰ সমিতি আৰু মন্দাকটা গাঁও পঞ্চায়তৰ সহযোগত উত্তৰ গুৱাহটীৰ ৰংমহলত আয়োজন কৰা হয় এই শিবিৰৰ ।

উত্তৰ গুৱাহাটীত বিশেষভাৱে সক্ষম লোকৰ বাবে স্বাস্থ্য শিবিৰ

বৃহত্তৰ অঞ্চলটোৰ বিশেষভাৱে সক্ষম লোকসকলৰ মাজত অনুষ্ঠিত কৰা এই চিকিৎসা শিবিৰত শাৰিৰীক, মানসিক, চকু, কাণ ,অস্থি ৰোগৰ চিকিৎসা প্ৰদান কৰা হয় । মহেন্দ্ৰ মোহন হাস্পতালৰ প্ৰায় 30 গৰাকী চিকিৎসক তথা চিকিৎসা কৰ্মীয়ে চিকিৎসা আগবঢ়ায় ।

মহেন্দ্ৰ মোহন হাস্পতালৰ চিকিৎসক ডাঃ অনুপল শৰ্মাই জনোৱা মতে, প্ৰায় পাঁচ শতাধিক বিশেষভাৱে সক্ষম লোকৰ স্বাস্থ্য পৰীক্ষাৰ অন্তত তেওঁলোকক প্ৰমাণ পত্ৰও বিতৰণ কৰা হয় ৷

লগতে পঢ়ক : ডিমা হাছাওত উদযাপন ৰলচাফাক উৎসৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.