ETV Bharat / state

শুৱালকুছিত ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি

author img

By

Published : Aug 21, 2019, 7:52 PM IST

শুৱালকুছি মহাত্মা গান্ধী ৩০ খন বিচনা যুক্ত গ্ৰাম্য চিকিৎসালয়ত ৰোগীৰ হাহাকাৰ । চিকিৎসকৰ গাফিলতিত ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি ।

শুৱালকুছিত ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি

কামৰূপ,21আগষ্টঃ শুৱালকুছি মহাত্মা গান্ধী ৩০ খন বিচনা যুক্ত গ্ৰাম্য চিকিৎসালয়ত ৰোগীৰ হাহাকাৰ । চিকিৎসকৰ গাফিলতিত ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি । শশধৰ দাস নামৰ লোকজনক অসুস্থতাৰ বাবে ভৰ্তি কৰোৱা হৈছিল শুৱালকুছি মহাত্মা গান্ধী ৩০ খন বিচনা যুক্ত গ্ৰাম্য চিকিৎসালয়ত । কিন্তু চিকিৎসালয় আহি পোৱাৰ পাছতে চিকিৎসকক বিচাৰি হাবাথুৰি খাবলগীয়া হ'ল ৰোগীৰ অভিভাৱকে । যাৰ বাবে এঘণ্টা পাচত চিকিৎসক অহালৈ মৃত্যু হ'ল শশধৰ দাসৰ । তাৰপাছতে চিকিৎসক, নাৰ্ছৰ গাফিলটিৰ অভিযোগ তুলি উত্তপ্ত পৰিস্থিৰ সৃষ্টি কৰিলে ৰোগীৰ পৰিয়ালে । লণ্ডভণ্ড কৰিলে চিকিৎসালয়ৰ আজবাব । তদুপৰি সেই সময়ত দায়িত্ব থকা চিকিৎসক মিনাক্ষী গগৈয়ে শুই থকাৰো অভিযোগ উত্থাপন উঠিছে ।

Intro:Slug- AS_KAM_802_21AUGST_SUALKUCHI_ FRU _INCIDENT_7204372

শুৱালকুছি চিকিৎসালয়ত হাহাকাৰ

Script- শুৱালকুছি মহাত্মা গান্ধী ৩০ খন বিচনা যুক্ত গ্ৰাম্য চিকিৎসালয়ত হাহাকাৰ। ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি। Body:চিকিৎসালয়ত ভৰ্তি কৰাবলৈ আহি চিকিৎসক নাৰ্ছক বিচাৰি হাহাকাৰ ৰোগীৰ অভিভাবকক। ক্ষোভিত অভিভাৱকে লণ্ড ভণ্ড কৰিলে চিকিৎসালয়। ভাঙি পেলালে চিকিৎসালয়ৰ গ্লাছ। শশধৰ দাস নামৰ এইজন লোকক আসুস্থতাৰ বাবে ভৰ্তি কৰোৱা হৈছিল শুৱালকুছি FRU ত। চিকিৎসালয় আহি পোৱাৰ পাছতে চিকিৎসা বিচাৰি হাবাথুৰি অভিভাৱকৰ। নাই চিকিৎসক নাই নাৰ্ছ। কলৈ গল। সেই সময়ত দায়িত্ব থকা চিকিৎসক মিনাক্ষী গগৈ টোপনি মাৰি থকাৰ অভিযোগ। Conclusion:এঘণ্টা ধৰি চিকিৎসা বিচাৰি গৈ বোন্দা পৰ দিলে ৰোগীয়ে। কিন্তু চিকিৎসক ওলাই অহালৈ মৃত্যু হল শশধৰ দাসৰ। আৰু তাৰ পাছতে চিকিৎসক নাৰ্ছৰ গাফিলটিৰ অভিযোগ তুলি উত্তপ্ত পৰিস্থিৰ সৃষ্টি কৰিলে অভিভাৱকে। লণ্ড ভণ্ড কৰিলে চিকিৎসালয়ৰ আজবাব। বাতৰি সংগ্ৰহৰ বাবে যোৱা সাংবাদিকলৈ ছোচা ললে কৰ্তব্যৰত চিকিৎসক মিনাক্ষী গগৈয়ে। এই ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া শুৱালকুছিত।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.