- আছুৰ প্ৰতিবাদত উত্তাল হাজো
- শক্তি বিভাগৰ বিৰুদ্ধে সৰৱ হাজোৰ ৰাইজ
- বুধবাৰে হাজোৰ পাখামেলাত আছুৰ তীব্ৰ প্ৰতিবাদ
- শক্তি বিভাগৰ প্ৰতিকৃতি দাহ হাজো আঞ্চলিক ছাত্ৰ সন্থাৰ
- হাজোত সঘন বিদ্যুত কৰ্তনৰ বিৰুদ্ধে এই প্ৰতিবাদ
- ব্যক্তিগত উদ্যোগক চোৰাংকৈ বিদ্যুৎ যোগান ধৰাৰ অভিযোগ
- হাজো বিদ্যুৎ উপসংমণ্ডলৰ বিষয়াৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ
- হাজো চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ আছুৰ
- ঘটনাৰ এক উচিত তদন্তৰ দাবী ছাত্ৰ সন্থাৰ কৰ্মীসকলৰ
আছুৰ প্ৰতিবাদত উত্তাল হাজোঃ শক্তি বিভাগৰ পুত্তলিকা দাহ
শক্তি বিভাগৰ প্ৰতিকৃতি দাহ হাজো আঞ্চলিক ছাত্ৰ সন্থাৰ ৷ হাজো বিদ্যুৎ উপসংমণ্ডলৰ বিষয়াৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ
আছুৰ প্ৰতিবাদত উত্তাল হাজো
- আছুৰ প্ৰতিবাদত উত্তাল হাজো
- শক্তি বিভাগৰ বিৰুদ্ধে সৰৱ হাজোৰ ৰাইজ
- বুধবাৰে হাজোৰ পাখামেলাত আছুৰ তীব্ৰ প্ৰতিবাদ
- শক্তি বিভাগৰ প্ৰতিকৃতি দাহ হাজো আঞ্চলিক ছাত্ৰ সন্থাৰ
- হাজোত সঘন বিদ্যুত কৰ্তনৰ বিৰুদ্ধে এই প্ৰতিবাদ
- ব্যক্তিগত উদ্যোগক চোৰাংকৈ বিদ্যুৎ যোগান ধৰাৰ অভিযোগ
- হাজো বিদ্যুৎ উপসংমণ্ডলৰ বিষয়াৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ
- হাজো চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ আছুৰ
- ঘটনাৰ এক উচিত তদন্তৰ দাবী ছাত্ৰ সন্থাৰ কৰ্মীসকলৰ
Intro:SLUG- HAJO AASU PROTEST ELECTRICITY
SCRIPT- আছুৰ প্ৰতিবাদত উত্তাল হাজো ।বিদ্যুৎ বিভাগৰ বিৰুদ্ধে হাজোৰ পাখামেলাত আৰু আছুৰ তীব্ৰ প্ৰতিবাদ । বিদ্যুৎ বিভাগৰ প্ৰতিকৃতি দাহ কৰিলে হাজো আঞ্চলিক ছাত্ৰ সন্থাই । । Body:দীৰ্ঘদিন ধৰি বৃহত্তৰ হাজো অঞ্চলত হৈ থকা বিদ্যুুুৎ কৰ্তনৰ বিৰোধিতাৰে হাজো আছুৰ এই প্ৰতিবাদী কাৰ্যসূচী । হাজো বিদ্যুৎ উপসংমণ্ডলৰ বিষয়াজনে ব্যক্তিগত উদ্যোগক চোৰাংকৈ বিদ্যুৎ যোগান ধৰাৰ অভিযোগ হাজো আঞ্চলিক ছাত্ৰ সন্থাৰConclusion:এই কাৰ্য্যসূচীৰ পাছতেই ছাত্ৰ সন্থাই হাজো চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।এই ঘটনাৰ উচিত বিচাৰৰ দাবী উত্থাপন কৰিলে আছুয়ে