হাজো,18 জুলাইঃ বানাক্ৰান্তৰ দুৰ্দশাৰ প্ৰতি লক্ষ্য ৰাখি বিধায়িকা সুমন হাৰিপ্ৰিয়াৰ প্ৰশংসনীয় পদক্ষেপ। বানে বিধস্ত কৰা অঞ্চলত নাও বিতৰণ বানাক্ৰান্তক। মনাহকুচি,হাদালা,কঁচুৱাৰবৰী আদি অঞ্চলৰ বানাক্ৰান্তক ৫ খন নাও বিতৰণ কৰে সুমন হৰিপ্ৰিয়াই। হাজোৰ ৰাজপথত গাড়ী মটৰৰ বিপৰীতে চলিছে নাও ৷ হাজোৰ সামগ্ৰিক বান পৰিস্থিতিক লৈ যথেষ্ট চিন্তিত হৈ পৰিছে বুলি মন্তব্য কৰে বিধায়িকা গৰাকীয়ে ৷
হাজোৰ ৰাজপথত চলিল নাও,বিধায়িকা সুমন হৰিপ্ৰিয়াৰ বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন - হাজো
বানৰ কৱলত হাজো ৷ বানাক্ৰান্তৰ দুৰ্দশাৰ প্ৰতি লক্ষ্য ৰাখি বিধায়িকা সুমন হৰিপ্ৰিয়াৰ নাও বিতৰণ
হাজোত ৰাজপথত চলিছে নাও, বিধায়িকা সুমন হৰিপ্ৰিয়াৰ বান বিধস্ত অঞ্চল পৰিদৰ্শন
হাজো,18 জুলাইঃ বানাক্ৰান্তৰ দুৰ্দশাৰ প্ৰতি লক্ষ্য ৰাখি বিধায়িকা সুমন হাৰিপ্ৰিয়াৰ প্ৰশংসনীয় পদক্ষেপ। বানে বিধস্ত কৰা অঞ্চলত নাও বিতৰণ বানাক্ৰান্তক। মনাহকুচি,হাদালা,কঁচুৱাৰবৰী আদি অঞ্চলৰ বানাক্ৰান্তক ৫ খন নাও বিতৰণ কৰে সুমন হৰিপ্ৰিয়াই। হাজোৰ ৰাজপথত গাড়ী মটৰৰ বিপৰীতে চলিছে নাও ৷ হাজোৰ সামগ্ৰিক বান পৰিস্থিতিক লৈ যথেষ্ট চিন্তিত হৈ পৰিছে বুলি মন্তব্য কৰে বিধায়িকা গৰাকীয়ে ৷
Intro:Slug- HAJO- TL MLA BOAT DONATE FLOOD EFFECTED PEPOLE
Script- হাজোত মহা প্ৰলয়! ৰাজপথত চলিছে নাও। চৌদিশে পানী। গৃহ হাৰা বহু পৰিয়াল। অন্য ঠাইৰে যোগাযোগ বিচ্ছিন্ন হাজোৰ নাও নহলে এতিয়া প্ৰৱেশ কৰিব নোৱাৰি হাজোত। । Body:বানাক্ৰান্তৰ দুৰ্দশাৰ প্ৰতি লক্ষ্য ৰাখি বিধায়িকা সুমন হাৰিপ্ৰিয়াৰ প্ৰশংসনীয় পদক্ষেপ। বানে বিধস্ত কৰা অঞ্চলত নাও বিতৰণ বানাক্ৰান্তক। মনাহকুচি, হাদালা, কঁচুৱাৰবৰী আদি অঞ্চলৰ বানাক্ৰান্তক ৫ খন নাও বিতৰণ কৰে সুমনে। সৌ সিদিনালৈ ৰান-ৱেৰ দৰে হৈ থকা হাজোৰ ৰাজপথতত আজি সৃষ্টি হৈছে মহাসাগৰ সদৃশ পৰিবেশ। গাড়ী মটৰ নহয় চলে নাওConclusion:এনে দৃশ্য দেখি চকু সেমেকি উঠে সুমনৰ। পুনৰ শূণ্যৰ পৰা আৰম্ভ কৰিব লাগিব নেকি উন্নয়নৰ অভিযান! দুখ বিধায়িকা সুমনৰ। এতিয়াও হাজোত অপৰিবৰ্তিত বান পৰিস্থিতি। এনেকৈ প্ৰতিদিনে বান বিধস্ত অঞ্চলত দেখা গৈছে সুমন হৰিপ্ৰিয়াক।

Last Updated : Jul 18, 2019, 7:05 PM IST