ETV Bharat / state

গোলাঘাটৰ  দুৰ্ঘটনাত নিহত হৰেকৃষ্ণ কুমাৰৰ পৰিবাৰে কি কয় ?

author img

By

Published : Sep 26, 2019, 7:56 PM IST

গোলাঘাটৰ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈ চিকিৎসালয়ত মৃত্যু হয় মহানগৰীৰ জালুকবাৰী সুন্দৰবড়ীৰ হৰেকৃষ্ণ কুমাৰ নামৰ আৱকাৰী বিভাগৰ সহকাৰী উপ পৰিদৰ্শকগৰাকী । হৰেকৃষ্ণ শৰ্মাৰ মৃত্যুৰ খবৰ পাই শোঁকত ভাগি পৰিছে পৰিয়ালবৰ্গৰ লগতে অঞ্চলবাসী ।

আৱকাৰী বিভাগৰ সহকাৰী উপ পৰিদৰ্শক হৰেকৃষ্ণ কুমাৰ

গুৱাহাটী,26ছেপ্টেম্বৰঃ গোলাঘাটৰ মৰঙীসাৰ গাঁৱত বুধবাৰে নিশা হোৱা পথ দুৰ্ঘটনাত তিনি আবকাৰী বিভাগৰ কৰ্মচাৰী গুৰুতৰ ভাৱে আহত হয় । ডাম্পাৰ আৰু টাটা চুমুৰ মাজত সংঘৰ্ষৰ ফলতেই সংঘটিত হৈছিল এই শোকাৱহ দুৰ্ঘটনাটো । এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈ চিকিৎসালয়ত মৃত্যু হয় মহানগৰীৰ জালুকবাৰী সুন্দৰবড়ীৰ হৰেকৃষ্ণ কুমাৰ নামৰ আৱকাৰী বিভাগৰ সহকাৰী উপ পৰিদৰ্শকগৰাকী । হৰেকৃষ্ণ শৰ্মাৰ মৃত্যুৰ খবৰ পাই শোঁকত ভাগি পৰিছে পৰিয়ালবৰ্গৰ লগতে অঞ্চলবাসী । ইপিনে গুৱাহাটীত কৰ্মৰত বিষয়াগৰাকী হঠাৎ গোলাঘাটলৈ কৰ্মসূত্ৰে যাবলৈ নিৰ্দেশ দিয়া কাৰ্যত সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালে । তাৰোপৰি দুৰ্ঘটনাটো পৰিকল্পিত ঘটনা আখ্যা দিয়ে মৃত বিষয়াগৰাকীৰ পৰিয়ালে । এই সমগ্ৰ ঘটনা সন্দৰ্ভত এক উচ্চস্তৰীয় তদন্তৰ দাবী জনাইছে হৰেকৃষ্ণ কুমাৰৰ পত্নী তথা স্থানীয় ৰাইজে । ইফালে এই ঘটনাৰ খবৰ বৰ্তমানলৈ বিভাগীয় ফালৰ পৰা পৰিয়ালটোক নজনোৱা কাৰ্যত ক্ষোভ প্ৰকাশ কৰিছে পৰিয়ালটোৱে । উল্লেখ্য যে, ইতিমধ্যেই এই ঘটনাৰ তদন্ত কৰিবলৈ উজনি অসমৰ আয়ুক্ত জুৰি সোণোৱালৰ নেতৃত্বত এখন কমিটি গঠন কৰি দিছে ৰাজ্য চৰকাৰে ।

জালুকবাৰীত শোকৰ ছাঁ

আৰু পঢ়কঃগোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনাঃ পৰিকল্পিত হত্যাৰ সন্দেহ

Intro:গোলাঘাটৰ মৰঙীসাৰ গাঁৱত বুধবাৰে নিশা হোৱা পথ দুৰ্ঘটনাত তিনি আৱকাৰী বিভাগৰ কৰ্মচাৰী গুৰুতৰ ভাৱে আহত হয়। ডাম্পাৰ আৰু টাটা চমুৰ মাজত সংঘৰ্ষৰ ফলতেই সংঘটিত হৈছিল এই শোকাৱহ দুৰ্ঘটনাটো। এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈ চিকিৎসালয়ত মৃত্যু হয় মহানগৰীৰ জালুকবাৰী সুন্দৰবড়ীৰ হৰেকৃষ্ণ কুমাৰ নামৰ আৱকাৰী বিভাগৰ সহকাৰী উপ পৰিদৰ্শক। হৰেকৃষ্ণ শৰ্মাৰ মৃত্যুৰ খবৰ পাই শোকত ভাগি পৰিছে পৰিয়ালবৰ্গ লগতে অঞ্চলবাসী। গুৱাহাটীত কৰ্মৰত বিষয়াগৰাকী হঠাৎ গোলাঘাটলৈ কৰ্মসূত্ৰে যাবলৈ নিৰ্দেশ দিয়া কাৰ্যত সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালে। তাৰোপৰি দুৰ্ঘটনাটো পৰিকল্পিত ঘটনা আখ্যা দিয়ে মৃত বিষয়াগৰাকীৰ পৰিয়ালে। এই সমগ্ৰ ঘটনা সন্দৰ্ভত এক উচ্চস্তৰীয় তদন্তৰ দাবী জনাইছে হৰেকৃষ্ণ কুমাৰৰ পত্নী তথা স্থানীয় ৰাইজে। ইফালে এই ঘটনাৰ খবৰ বৰ্তমানলৈ বিভাগীয় ফালৰ পৰা পৰিয়ালটোক নজনোৱা কাৰ্যত ক্ষোভ প্ৰকাশ কৰিছে পৰিয়ালটোৱে। উল্লেখযোগ্য যে ইতিমধ্যেই এই ঘটনাৰ তদন্ত কৰিবলৈ উজনি অসমৰ আয়ুক্ত জুৰি সোণোৱালৰ নেতৃত্বত এখন কমিটি গঠন কৰি দিছে ৰাজ্য চৰকাৰে। প্ৰশ্ন হয় সচাঁই সুৰা মাফিয়াৰ টাৰ্গেট হ'ল নেকি আৱকাৰীৰ বিষয়াসকল।Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.