ETV Bharat / state

গুৱাহাটী বিশ্ববিদ্যালয়ত সদৌ অসম ছাত্ৰ সন্থাৰ বাৰ্ষিক অধিৱেশন - সদৌ অসম ছাত্ৰ সন্থা

সোমবাৰে অনুস্থিত কৰা হয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ সদৌ অসম ছাত্ৰ সন্থাৰ বাৰ্ষিক অধিৱেশন ৷ এন আৰ চিৰ সন্দৰ্ভতো বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী-শিক্ষক সমাজৰ সৈতে বাৰ্তালাপ কৰে সদৌ অসম ছাত্ৰ সন্থাই

গুৱাহাটী বিশ্ববিদ্যালয়ৰ সদৌ অসম ছাত্ৰ সন্থাৰ বাৰ্ষিক অধিৱেশন
author img

By

Published : Aug 26, 2019, 7:07 PM IST

গুৱাহাটী, 26 আগষ্টঃ সোমবাৰে অনুষ্ঠিত কৰা হয় গুৱাহাটী বিশ্ববিদ্যালয় সদৌ অসম ছাত্ৰ সন্থাৰ বাৰ্ষিক অধিৱেশন ৷ গুৱাহাটী বিশ্ববিদ্যালয় আৰু আইন মহাবিদ্যালয় আছু গোটৰ উদ্যোগত অনুষ্ঠিত এই অধিৱেশনত ৰাজ্যৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰা হয় ৷ এন আৰ চিৰ সন্দৰ্ভতো বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী-শিক্ষকসমাজৰ সৈতে বাৰ্তালাপ কৰে সদৌ অসম ছাত্ৰ সন্থাই ৷ উক্ত অনুস্থানত উপস্থিত থাকি আছুৰ সভাপতি দীপাংক কুমাৰ নাথে কয় যে এন আৰ চি প্ৰকাশলৈ মাজত মাথো চাৰিদিন বাকী থকাৰ সময়তে এচাম স্বাৰ্থলোভীয়ে এন আৰ চি আৰু প্ৰতীক হাজেলাৰ বিৰুদ্ধে মাত মাতি আছে ৷ আছুৰ দীৰ্ঘদিনীয়া এক সংগ্ৰামে সফল ৰূপ ল'বলৈ গৈ আছে ৷ গতিকে এন আৰ চি প্ৰকাশৰ সময়চোৱাত যাতে শান্তি-শৃংখলা বিঘ্নিত নহয় তাৰ ক্ষেত্ৰত সকলোকে সজাগ থাকিবলৈ অনুৰোধ জনায় আছুৰ সভাপতিগৰাকীয়ে ৷

Intro:এনআৰচি প্ৰকাশলৈ মাজত মাথো চাৰিদিন বাকী। এচাম স্বাৰ্থলোভীয়ে এন আৰ চি আৰু প্ৰতীক হাজেলাৰ বিৰুদ্ধে মাত মাতি আছে। আছুৰ দীৰ্ঘদিনীয়া এক সংগ্ৰামৰ সফল ৰূপ হ'বলৈ গৈ আছে। অসমীয়া জাতি সুৰক্ষা বাবে শুদ্ধ এন আৰ চি আমাৰ কাম্য। গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত আছুৰ বাৰ্ষিক অধিৱেশনত এই মন্তব্য কৰে আছুৰ সভাপতি দীপাংকৰ নাথে। গুৱাহাটী বিশ্ববিদ্যালয় আৰু আইন মহাবিদ্যালয় আছু গোটৰ উদ্যোগত অনুষ্ঠিত হৈছে এই বাৰ্ষিক অধিৱেশন। এই অধিৱেশনত ৰাজ্যৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰা হয়। এন আৰ চিৰ সন্দৰ্ভতো বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী-শিক্ষকসমাজৰ বাৰ্তালাপ কৰে আছুৱে। মুঠৰ ওপৰত এন আৰ চি প্ৰকাশৰ সময়চোৱাত যাতে শান্তি-শৃংখলা বিঘ্নিত নহয় তাৰ ক্ষেত্ৰতো সকলোকে সজাগ থাকিবলৈ অনুৰোধ জনায় আছুৰ সভাপতি দীপাংকৰ নাথে। উল্লেখযোগ্য যে এই বাৰ্ষিক অধিৱেশনত গুৱাহাটী বিশ্ববিদ্যালয় আছু আৰু আইন মহাবিদ্যালয় আছু গোটৰ নতুন সমিটি গঠন কৰা হয়।Body:Guwahati Conclusion:Hirul Haque
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.