ETV Bharat / state

ৰাষ্ট্ৰীয় শিক্ষানীতিৰ খচৰা সন্দৰ্ভত আলোচনা চক্ৰ - ৰাষ্ট্ৰীয় শিক্ষানীতিৰ খচৰা সন্দৰ্ভ

অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ সহযোগত অনুষ্ঠিত আলোচনা চক্ৰৰ শুভাৰম্ভ কৰে ৰাজ্যপাল জগদীশ মুখীয়ে । নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে ভাৰতক শিক্ষাৰ ক্ষেত্ৰত শক্তিশালী দিশলৈ আগবঢ়াই নিব বুলি মত ব্যক্ত কৰে ৷

ৰাষ্ট্ৰীয় শিক্ষানীতিৰ খচৰা সন্দৰ্ভত আলোচনা চক্ৰ
author img

By

Published : Aug 10, 2019, 6:43 PM IST

গুৱাহাটী, 10 আগষ্টঃ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ খচৰা সন্দৰ্ভত IIT গুৱাহাটীত আলোচনা চক্ৰ । Intellectual forum of North East আৰু IIT গুৱাহাটীৰ উদ্যোগত অনুষ্ঠিত আলোচনা চক্ৰত
নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ প্ৰভাৱ সন্দৰ্ভত বিস্তাৰিতভাৱে আলোকপাত কৰা হয় । অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ সহযোগত অনুষ্ঠিত আলোচনা চক্ৰৰ শুভাৰম্ভ কৰে ৰাজ্যপাল জগদীশ মুখীয়ে । নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে ভাৰতৰ শিক্ষাৰ ক্ষেত্ৰত শক্তিশালী দিশলৈ আগবঢ়াই নিব বুলি মত ব্যক্ত কৰে ৷

আনহাতে, উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ মূৰব্বী উপস্থিত থকা আলোচনা চক্ৰখনত আলোচক সকলে এই শিক্ষানীতিৰ সম্ভাৱনা সন্দৰ্ভত বিষদভাৱে আলোকপাত কৰি মানৱসম্পদ উন্নয়ন মন্ত্ৰণালয়লৈ প্ৰেৰণ কৰিব বুলিও মত প্ৰকাশ কৰে ৷ ইফালে এই শিক্ষানীতিৰ ফলত অসমীয়া ভাষা সমস্যাৰ সন্মুখীন হ'ব নেকি বুলি সোধা এক প্ৰশ্নৰ উত্তৰত মুখীয়ে ৰাজ্য ভাষাত কোনো ধৰণৰ প্ৰভাৱ নেপেলায় বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় ।

Intro:ৰাষ্ট্ৰীয় শিক্ষানীতিৰ খচৰা সন্দৰ্ভত IIT গুৱাহাটীত আলোচনা চক্ৰ।
উত্তৰ পূব ইন্টেল্লিচতুল ফৰোম আৰু আই আই টি গুৱাহাটীৰ উদ্যোগ ত অনুষ্ঠিত এই আলোচনা চক্ৰ খনিত
নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ প্ৰভাৱ সন্দৰ্ভত বিস্তাৰভাবে আলোকপাত কৰা হয়।অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ সহযোগত অনুষ্ঠিত আলোচনা চক্ৰখনিত শুভাৰম্ভ কৰে অসমৰ ৰাজপাল প্ৰফেছৰ জগদীশ মুখীয়ে।

Body:নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে ভাৰতৰ শিক্ষাৰ ক্ষেত্ৰত শক্তিশালী দিশলৈ আগবঢ়াই নিব বুলি মত ব্যক্ত কৰি ৰাজপাল মুখীয়ে আলোচনা চক্ৰখনিত ৰাজ্য এই শিক্ষানীতিৰ ফলত সমানে আগবাঢ়ি যাব আশা প্ৰকাশ কৰে।উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন উচ্চ শিক্ষা প্ৰতিষ্ঠান ৰ মুৰব্বী উপস্থিত থকা আলোচনা চক্ৰখনিত আলোচক সকলে এই শিক্ষানীতিৰ সম্ভৱনাসন্দৰ্ভত বিষাদভাৱে আলোকপাত কৰি মানৱসম্পদ উন্নয়ন মন্ত্ৰনালৈ প্ৰেৰণকৰিব বুলিও মত প্ৰকাশ কৰে ৰাজ্যপাল জগদীশ মুখীয়ে।

Conclusion:ইফালে এই শিক্ষানীতিৰ ফলত অসমীয়া ভাষা সমস্যাৰ সন্মুখীন হব নেকি বুলি শুধা এক প্ৰশ্ন ত উত্তৰত ৰাজ্যপাল জগদীশ মুখীয়ে। ৰাজ্য ভাষাত ই কোনো ধৰণৰ প্ৰভাব নেপেলাই বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াই।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.