ETV Bharat / state

উত্তৰ গুৱাহাটীৰ অশ্বক্লান্ত দেৱালয়ত ৰাজ্যপাল জগদীশ মুখী - শ্ৰী শ্ৰী অশ্বক্লান্ত দেৱালয়

কৃষ্ণৰ স্মৃতি বিজড়িত 600 বছৰীয়া শ্ৰী শ্ৰী অশ্বক্লান্ত দেৱালয়ত পোন প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছে শ্ৰী শ্ৰী বিষ্ণু মহাযজ্ঞৰ ৷ মহাযজ্ঞত উপস্থিত হয় ৰাজ্যপাল জগদীশ মুখী ৷

Governor Jagadish Mukhi at North-Guwahati Shree Shree Ashwakanta Dewalaya
উত্তৰ গুৱাহাটীৰ অশ্বক্লান্ত দেৱালয়ত ৰাজ্যপাল জগদীশ মুখী
author img

By

Published : Feb 29, 2020, 7:49 PM IST

কামৰূপ,29 ফেব্ৰুৱাৰী: উদলি-মুদুলি উত্তৰ গুৱাহাটীৰ পুৰাণ প্ৰসিদ্ধ শ্ৰী শ্ৰী অশ্বক্লান্ত দেৱালয় । আয়তীৰ নাম প্ৰসংগ, পূজাৰীৰ মন্ত্ৰোচাৰণৰে মুখৰিত দেৱালয়ৰ প্ৰসংগ । ভগৱান শ্ৰীকৃষ্ণৰ স্মৃতি বিজড়িত 600 বছৰীয়া দেৱালয়খনৰ পোন প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছে শ্ৰী শ্ৰী বিষ্ণু মহাযজ্ঞৰ । এই মহাযজ্ঞত প্ৰদান কৰা হ'ব ৫০ হাজাৰ আহুতি ।

উত্তৰ গুৱাহাটীৰ অশ্বক্লান্ত দেৱালয়ত ৰাজ্যপাল জগদীশ মুখী

শনিবাৰে দ্বিতীয় দিনা উত্তৰ গুৱাহাটীৰ অশ্বক্লান্ত দেৱালয়ত উপস্থিত হয় ৰাজ্যপাল জগদীশ মুখী । অশ্বক্লান্ত দেৱালয়ত উপস্থিত হৈ জগদীশ মুখীয়ে বিষ্ণু মহাযজ্ঞত অংশগ্ৰহণ কৰে । যজ্ঞৰ সন্ত সন্মিলনত ভাগ লৈ ৰাজ্যপালগৰাকীয়ে ভাৰতীয় সভ্যতা সংস্কৃতিৰ আলোকপাত কৰে । ভাৰতীয় সভ্যতা সংস্কৃতি আধ্যাত্মিক বৈদিক ৰীতি নীতি বিজ্ঞানৰ ওপৰত আধাৰিত বুলি বৰ্তমান পশ্চিমীয়া দেশসমুহে গ্ৰহণ কৰাটো ভাৰতৰ বাবে গৌৰৱৰ বিষয় বুলিও মন্তব্য দিয়ে ৰাজ্যপাল জগদীশ মুখীয়ে ।

লগতে পঢ়ক: গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাকৰিত শুভাৰম্ভণি দ্বিতীয় ‘জোনাকী’ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.