ETV Bharat / state

এফালে কৰ’ণা, আনফালে বজাৰত জুই - কৰ’ণা

কৰ’ণাৰ আতংকৰ মাজতে বজাৰত হুৰা-হুৰে বাঢ়িছে নিত্য-নৈমিত্যিক সামগ্ৰীৰ দাম ৷ কৰ’ণাৰ গইনা লৈ একাংশ অসাধু ব্যৱসায়ীয়ে বঢ়াইছে খাদ্য সামগ্ৰীৰ দাম ৷

এফালে কৰ’ণা, আনফালে বজাৰত জুই
এফালে কৰ’ণা, আনফালে বজাৰত জুই
author img

By

Published : May 1, 2021, 1:28 PM IST

ৰঙিয়া, 1 মে’: ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে কৰ’ণা মহামাৰীৰ আতংক ৷ এফালে কৰ’ণাৰ আতংক, আনফালে বজাৰত হুৰা-হুৰে বাঢ়িছে নিত্য নৈমিত্যিক সামগ্ৰীৰ দাম ৷ কৰ’ণাৰ গইনা লৈ একাংশ অসাধু ব্যৱসায়ীয়ে বঢ়াইছে খাদ্য সামগ্ৰীৰ দাম ৷

এফালে কৰ’ণা, আনফালে বজাৰত জুই

আলু, পিয়াঁজকে ধৰি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ নাটনিৰ ফলত অসাধু ব্যৱসায়ীয়ে খুচুৰা বজাৰত বৃদ্ধি কৰিছে সামগ্ৰীৰ দাম । আনহাতে, কিছু সংখ্যক ৰাইজৰ অভিযোগ কৰা অনুসৰি, প্ৰশাসনে সন্ধিয়া ছয় বজাৰ লগে লগে বজাৰ বন্ধ কৰাৰ নিয়ম বান্ধি দিয়াৰ বাবেও মূল‍্যবৃদ্ধি হৈছে ।

এফালে কৰ’ণা, আনফালে বজাৰত জুই
এফালে কৰ’ণা, আনফালে বজাৰত জুই

ইফালে পাইকাৰী হাৰত মূল্য বৃদ্ধি পোৱাই খুচুৰা দৰতো মূল্য বৃদ্ধি হৈছে খাদ‍্য সামগ্ৰীৰ । যাৰ ফলত সাধাৰণ ৰাইজে আলু পিয়াঁজকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰাটো কষ্টকৰ হৈ পৰিছে । সেয়েহে এতিয়া সচেতন গ্ৰাহকে যোগান বিভাগৰ হস্তক্ষেপ বিচাৰিছে ।

লগতে পঢ়ক: দিল্লীত জ্যেষ্ঠ সাংবাদিক কল্যাণ বৰুৱাৰ দেহাৱসান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.