ETV Bharat / state

মহানগৰীৰ ৰাণী চাপৰিত প্ৰায় ১৫ টা বলধ গৰু চুৰি

author img

By

Published : Sep 22, 2019, 6:59 AM IST

মহানগৰীৰ ৰাণী চাপৰিৰ পৰা গৰু চোৰাং ব্যৱসায়ীয়ে চুৰি কৰিলে প্ৰায় ১৫ টা বলধ গৰু

মহানগৰীৰ ৰাণী চাপৰীত প্ৰায় ১৫ টা বলধ গৰু চুৰি

কামৰূপ,21 চেপ্তেম্বৰ : মহানগৰীৰ ৰাণী চাপৰিৰ পৰা শুকুৰাবৰে গৰু চোৰাং ব্যৱসায়ীয়ে কৃষক এজনৰ ঘৰৰ পৰা চুৰি কৰিলে প্ৰায় ১৫ টা বলধ গৰু ৷ বৰ্তমান মৰ্মাহত হৈ পৰিছে ভুক্তভোগী কৃষক পৰিয়ালটো ৷ ভুক্তভোগী কৃষকজনে শুৱালকুচি নদী আৰক্ষীক এজাহাৰ দাখিল কৰি এই চুৰি কাৰ্য্যৰ তদন্ত কৰিবলৈ অনুৰোধ জনাই যদিও নদী আৰক্ষীৰ পৰা কোনো সঁহাৰি নাপালে ৷ তদুপৰি শুৱালকুচি নদী আৰক্ষীয়ে কৃষকজনক জনাই তহলদাৰীৰ বাবে দুমাহ ধৰি নাই নদী আৰক্ষীৰ নাও বা ফেৰী ৷

মহানগৰীৰ ৰাণী চাপৰীত প্ৰায় ১৫ টা বলধ গৰু চুৰি

উল্লেখযোগ্য যে দুমাহ পূৰ্বেও ৰাণী চাপৰিৰ পৰা চুৰি হৈছিল প্ৰায় বহু কেইটা বলধ গৰু ।নদী আৰক্ষীৰ এই আচৰণত বৰ্তমান ক্ষোভিত হৈ পৰিছে ৰাণীগঞ্জ অঞ্চলৰ কৃষকসকল । নদী আৰক্ষীয়ে নিয়মীয়া তদলদাৰী নকৰিলে ৰাণী চাপৰিত আকৌ চুৰি হ'ব গৰু । সেয়েহে স্থানীয় ৰাইজ তথা কৃষকে ভট্টাপাৰা , পূব মাজিৰগাঁও, কেন্দুকুচি ৰাণী চাপৰিত চকু দিয়াৰ বাবে নদী আৰক্ষীৰ চকী স্থাপন কৰাৰ বাবে দাবী জনাই চৰকাৰক তথা পশ্চিম গুৱাহাটী সমষ্টিৰ স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাক ।

Intro:পুনৰ গৰু চুৰি মহানগৰীৰ একমাত্ৰ বালি চৰ ৰাণী চাপৰিত । কেমেৰা সন্মুখত হুকহুকাই কান্দিলে কৃষক তথা কৃষকৰ পৰিয়ালে । গভীৰ নিদ্ৰাত শুৱালকুচি নদী আৰক্ষী ।
Body:Vo... মহানগৰীৰ এক মাত্ৰ এইখন চৰ ৰাণী চাপৰি । এই চৰ খনত ধাৰাপুৰ , গঁড়ল, ভট্টাপাৰা ,কেন্দুকুচিৰ কিছু সংখ্যক লোকে কৃষি কৰি জীৱন নিৰ্বাহ কৰি আহিছে । গৰু চোৰৰ লক্ষ এইবাৰ ৰাণী চাপৰিত । যোৱা নিশা ৰাণী চাপৰীৰ পৰা গৰু চোৰাং ব্যৱসায়ী চুৰি কৰিলে প্ৰায় ১৫ টা বলধ গৰু । যাৰ বাবে কান্দোনত ভাগি পৰিছে ভট্টাপাৰা অঞ্চলৰ এই ভুক্তভোগী কৃষক তথা পৰিয়ালে । কিয়নো খেতিক ভৰসা কৰি পেটে ভাতে খোৱা কৃষকৰ নাই গৰু কিনিবলৈ সামৰ্থ । ৰাণী চাপৰিত দিনৰ দিনটো খেতিৰ কাম কৰি হাল বোৱা বলধ গৰু বোৰক চাপৰিৰ বাঁহৰত বান্ধি থৈ নিজ বাসগৃহলৈ উভতি আহে কৃষক সকলে । তাৰ মাজতে চৰ খনত কোনো নথকাৰ সুযোগ লৈ গৰু চোৰাং ব্যৱসায়ীয়ে চুৰি কৰি লৈ যায় বলধ গৰু । কুম্ভকৰ্ণৰ নিদ্ৰাত নদী আৰক্ষী । ভুক্তভোগী কৃষকে শুৱালকুচি নদী আৰক্ষীক এজাহাৰ দাখিল কৰি এই চুৰি  কাৰ্য্যৰ তদন্ত কৰিবলৈ অনুৰোধ জনাই যদিও নদী আৰক্ষীৰ পৰা কোনো সঁহাৰি নাপালে তাৰোপৰি শুৱালকুচি নদী আৰক্ষীয়ে কৃষকক কলে দুমাহ ধৰি নাই নদী আৰক্ষীৰ নাও বা ফেৰী । এয়াই শুৱালকুচি নাও আৰক্ষী নিৰাপত্তাৰ ফফলা স্বৰূপ । দুমাহ পূৰ্বেও ৰাণী চাপৰিৰ পৰা চুৰি হৈছিল প্ৰায় বহু কেইটা বলধ গৰু ।

Bite1&2. ভুক্তভোগী কৃষক আৰু পৰিয়াল । 

নদী আৰক্ষীৰ এই আচৰণত  ক্ষোভিত হৈ পৰিছে এই সকল কৃষকে । নদী আৰক্ষীয়ে পেট্ৰলিং নকৰিলে ৰাণী চাপৰিত আকৌ চুৰি হব গৰু । Conclusion:সেয়েহে স্থানীয় ৰাইজ তথা কৃষকে চৰকাৰক তথা পশ্চিম গুৱাহাটী সমষ্টিৰ স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাক দাবী জনাই ভট্টাপাৰা , পূব মাজিৰগাঁও, কেন্দুকুচি অঞ্চলত ৰাণী চাপৰিত চকু দিয়াৰ বাবে নদী আৰক্ষীৰ চকী স্থাপন কৰাৰ ।

Bite.. সচেতন নাগৰিক ।

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.