ETV Bharat / state

এআইইউডিএফৰ কান্ধত উঠি নিৰ্বাচনী বৈতৰণী পাৰ হ'ব চেষ্টা কৰিছে কংগ্ৰেছে ! - এআইইউডিএফৰ কান্ধত উঠি নিৰ্বাচনী বৈতৰণী পাৰ হ'ব চেষ্টা কৰিছে কংগ্ৰেছে

ৰাজ্যৰ ভিতৰতে প্ৰথমটো মাছৰ পোনা মুকলি কৰা পৌনিক কেন্দ্ৰ উদ্বোধন কৰে জলসিঞ্চন বিভাগৰ মন্ত্ৰী ভৱেশ কলিতা আৰু বন তথা মীন মন্ত্রী পৰিমল শুক্লবৈদ্যই ৷ ৰঙিয়াৰ পৌনিক কেন্দ্ৰ উদ্বোধন কৰি বিৰোধী দল কংগ্ৰেছক কঠোৰ ভাষাৰে সমালোচনা কৰি কয়, এআইইউডিএফৰ কান্ধত উঠি নিৰ্বাচনী বৈতৰণী পাৰ হ'ব চেষ্টা কৰিছে কংগ্ৰেছে ৷

এআইইউডিএফৰ কান্ধত উঠি নিৰ্বাচনী বৈতৰণী পাৰ হ'ব চেষ্টা কৰিছে কংগ্ৰেছে

author img

By

Published : Feb 21, 2021, 9:25 PM IST

ৰঙিয়া,21ফেব্ৰুৱাৰী: ৰঙিয়াৰ তিনিআলিত ৰাজ্যৰ ভিতৰতে প্ৰথমটো মাছৰ পোনা মুকলি কৰা পৌনিক কেন্দ্ৰ উদ্বোধন কৰে জলসিঞ্চন বিভাগৰ মন্ত্ৰী ভৱেশ কলিতা আৰু বন তথা মীন মন্ত্রী পৰিমল শুক্লবৈদ্যই ৷ পৌনিক কেন্দ্ৰ উদ্বোধন অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰী পৰিমল শুক্লবৈদ্যই কঠোৰ ভাষাৰে সমালোচনা কৰে বিৰোধী দল কংগ্ৰেছক ৷ মন্ত্ৰী গৰাকীয়ে কয় যে, কংগ্ৰেছৰ এগৰাকী মহিলা নেত্ৰীয়ে ডাবল ষ্টেণ্ডাৰ্ড পলিটিক্স কৰি আহিছে । ব্ৰহ্মপুত্ৰ উপত্যকাত কা নালাগে ; কিন্তু বৰাক উপত্যকাত কা লাগে বুলি কংগ্ৰেছে নিকৃষ্ট ৰাজনীতি কৰিবলৈ বিচাৰিছে ৷

এআইইউডিএফৰ কান্ধত উঠি নিৰ্বাচনী বৈতৰণী পাৰ হ'ব চেষ্টা কৰিছে কংগ্ৰেছে !

ইফালে, মিত্ৰজোঁট সন্দৰ্ভত মন্ত্ৰী গৰাকীয়ে কয়, কংগ্ৰেছে এআইইউডিএফৰ কান্ধত উঠি নিৰ্বাচনী বৈতৰণী পাৰ হ'ব চেষ্টা কৰিছে ৷ কিয়নো কংগ্ৰেছে নিজৰ হাৰ নিশ্চিত বুলি জানিছে ৷ আনহাতে, কৃষি সন্দৰ্ভত স্থানীয় বিধায়ক ভৱেশ কলিতাই কয়, পেছাগত কৃষক আন্দোলনকাৰীয়ে কৃষকৰ কথা নাভাবে ৷

লগতে পঢ়ক: বছৰৰ তৃতীয়টো অসম ভ্ৰমণত প্ৰতিবাদৰ সন্মুখীন হ’ব নেকি মোডী !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.