ETV Bharat / state

ছয়গাঁৱত জব্দ চোৰাং শাল কাঠ

author img

By

Published : Jul 29, 2019, 5:11 PM IST

বামুনীগাঁও বনাঞ্চলিক বিষয়া কুশল দাস আৰু ৰতনপুৰ খণ্ড বন বিষয়াৰ কাৰ্যালয়ে যুটীয়াভাৱে চলোৱা অভিযানত জব্দ হয় চোৰাং শাল কাঠ ৷ AS-O1AC -4601 নম্বৰৰ বলেৰ' পিকআপ ভানসহ জব্দ হয় 80হাজাৰ টকা মূল্যৰ কাঠখিনি ৷

ছয়গাঁৱত জব্দ চোৰাং শাল কাঠ

ছয়গাঁও, 29 জুলাইঃ সোমবাৰে পুৱাৰ ভাগত ছয়গাঁৱৰ জালুকবাৰী মেজেঙাবাৰীৰ পৰা জব্দ হয় চোৰাং শালকাঠভৰ্তি এখন বলেৰ' পিকআপ বাহন ৷ বামুনীগাঁও বনাঞ্চলিক বিষয়া কুশল দাসৰ নেতৃত্বত ৰতনপুৰ খণ্ড বন বিষয়াৰ কাৰ্যালয়ে যুটীয়াভাৱে চলোৱা অভিযানত AS-O1AC-4601 নম্বৰৰ বলেৰ' পিকআপ ভানসহ জব্দ হয় চোৰাং শাল কাঠখিনি ৷ জব্দ হোৱা কাঠখিনিৰ মূল্য প্ৰায় 80হাজাৰ টকা হ'ব বুলি জনাইছে বন বিষয়াই ৷

Intro:পুৱা ছয়গাঁৱৰ জালুকবাৰী মেজেঙাবাৰীৰ পৰা জব্দ কৰা হয় এখন চোৰাং শাল কাঠ ভৰ্তি বলেৰ’ পিকআপ ভান ৷ মূল্যৱান শালকাঠ খিনিৰ মূল্য প্ৰায় ৭০/৮০ হেজাৰমান হ’ব ৷Body:ছয়গাঁও ২৯ জুলাই : নিশা ছয়গাঁৱত বন বিভাগৰ অভিযান ৷ পুৱা জালুকবাৰীৰ মেজেঙাবাৰীৰ পৰা বলেৰ’ পিকআপ ভান সহ মূল্যৱান শালকাঠ জব্দ ৷ বামুণীগাঁও বনাঞ্চলিক বিষয়া কুশল দাস আৰু ৰতনপুৰ খণ্ড বন বিষয়া কাৰ্ষালয়ৰ কৰ্মচাৰীয়ে যৌথভাৱে চলাইছিল এই অভিযান ৷ চোৰাং শাল কাঠখিনি AS O1 AC 4601 নম্বৰৰ বলেৰ’ পিক আপ ভান খনেৰে ছয়গাঁৱৰ দিশে আনি থকা অৱস্থাত জব্দ কৰে বন বিভাগৰ দলটোৱে ৷ জব্দকৃত কাঠখিনিৰ মূল্য প্ৰায় ৭০/৮০ হেজাৰ মান হ’ব বুলি অনুমান কৰা হৈছে ৷ জব্দকৃত গাড়ীসহ কাঠখিনি বৰ্তমান বামুণীগাঁও বনাঞ্চলিক কাৰ্যালয়ত চৌহদত ৰাখি থোৱা হৈছে ৷ আনহাতে বন বিভাগৰ দলটো উপস্থিত হোৱাৰ লগতে গাড়ীখনৰ চালক সহ চোৰাং বেপাৰী পলায়ন কৰে ৷Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.