ETV Bharat / state

পলাশবাৰীত ব্ৰহ্মপুত্ৰৰ বিভীষিকা

উপচি পৰা কালভোগ নৈ আাৰু ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত এতিয়া জলমগ্ন পলাশবাৰী নগৰৰ ১ নং ৱাৰ্ড,৩ নং ৱাৰ্ড,৬নং ৱাৰ্ড,৭নং ৱাৰ্ড,ভৰালিপাৰা,পলাশবাৰী ছোৱালী হাইস্কুলকে ধৰি প্ৰায়বোৰ ঠাই ।

পলাশবাৰী
author img

By

Published : Jul 16, 2019, 2:43 PM IST

পলাশবাৰী, 16 জুলাইঃ ৰাজ্যত এতিয়া কেৱল বান আৰু বান । কেওপিনে কেৱল এতিয়া বানৰ বিভীষিকা । কি উজনি কি নামনি বানৰ কৱলত এতিয়া সকলো দিশহাৰা । বুৰ যাবলৈ ধৰিছে ন ন অঞ্চল । দক্ষিণ কামৰূপৰ সাতপখলী, চিমিনা, ফুটুৰী, ৰামপুৰ, নহিৰা, গুইমাৰাৰ লগতে বকো, ছয়গাঁও আদিৰ বহুতো ঠাই বুৰ যোৱাৰ পিছত এইবাৰ বুৰিল পলাশবাৰী । পলাশবাৰীৰ গাতে লাগি থকা ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি হোৱাত পলাশবাৰী নগৰৰ মাজেৰে বৈ যোৱা কালভোগ নৈ এতিয়া উপচি পৰিছে । উপচি পৰা কালভোগ নৈ আাৰু ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত এতিয়া জলমগ্ন পলাশবাৰী নগৰৰ ১ নং ৱাৰ্ড,৩ নং ৱাৰ্ড,৬নং ৱাৰ্ড,৭নং ৱাৰ্ড,ভৰালীপাৰা,পলাশবাৰী ছোৱালী হাইস্কুলকে ধৰি প্ৰায়বোৰ ঠাই । ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে নিশাটোৰ ভিতৰতে বুৰাই পেলালে বৃহৎ অঞ্চল । যাৰ ফলত এতিয়া দিশহাৰা হৈ পৰিয়ালৰ লোকে এৰিব লগা হৈছে ঠাই ।

Intro:ৰাজ্যত বানৰ কৱলত দিশহাৰা সকলো । পলাবাৰীত ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে বুৰাই পেলালে পলাশবাৰীৰ বহুতো অঞ্চল ।Body:Vo...ৰাজ্যত এতিয়া কেৱল বান আৰু বান । কেওপিনে কেৱল এতিয়া বানৰ বিভিষিকা । কি উজনি কি নামনি বানৰ কৱলত এতিয়া সকলো দিশহাৰা । বুৰ যাবলৈ ধৰিছে ন ন বিস্তৃত অঞ্চল । প্লাৱিত হ'বলৈ ধৰিছে সকলোবোৰ । দক্ষিণ কামৰূপৰ সাতপখলী,চিমিনা,ফুটুৰী,ৰামপুৰ,নহিৰা,গুইমাৰাৰ লগতে বকো,ছয়গাও আদিৰ বহতো ঠাই বুৰ যোৱাৰ পিছত এইবাৰ বুৰিল পলাশবাৰী । পলাশবাৰীৰ গাতে লাগি থকা ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি হোৱাত পলাশবাৰী নগৰৰ মাজেৰে বৈ যোৱা কালভোগ নৈ এতিয়া উপচি পৰিছে । উপচি পৰা কালভোগ নৈ আাৰু ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীত এতিয়া জলমগ্ন পলাশবাৰী নগৰৰ ১ নং ৱাৰ্ড,৩ নং ৱাৰ্ড,৬নং ৱাৰ্ড,৭নং ৱাৰ্ড,ভৰালিপাৰা,পলাশবাৰী ছোৱালী হাইস্কুলকে ধৰি প্ৰায়বোৰ ঠাই । ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে নিশাটোৰ ভিতৰতে বুৰাই পেলালে বৃহৎ অঞ্চল । যাৰ ফলত এতিয়া দিশহাৰা হৈ পৰিয়ালৰ লোকে এৰিব লগা হৈছে ঠাই ।

Bite1..

নিশাটোৰ ভিতৰতে ফেনে-ফুটুকাৰে বাঢ়ি অহা বাঢ়নি পানীয়ে বুৰাই পেলোৱাত এতিয়া স্থানীয়লোকে টালি-টোপোলা বান্ধি নিৰাপদ ঠাইলৈ ঢাপলি মেলিছে সকলোৱে ।

Bite2..Conclusion:পথৰ ওপৰেৰে দ্ৰুতগতিত বৈ থকা বাঢ়নি পানীয়ে বৃহৎ অঞ্চল বুৰি যোৱাত এতিয়া খোৱা-বোৱাকে ধৰি বহুতো সমস্যাৰ সন্মুখীন হৈছে বানাক্ৰান্ত লোকসকল ।

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.