ETV Bharat / state

ধাৰাপুৰত ৰাষ্ট্ৰীয় মীন পালক দিৱস পালন

author img

By

Published : Jul 10, 2019, 7:19 PM IST

মীন পালক দিৱসত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰে অসম চৰকাৰৰ বন আৰু মীন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই । উল্লেখ্য যে অসমত বিগত বৰ্ষতকৈ ৬ শতাংশ বৃদ্ধি হৈছে মাছৰ উৎপাদন । এইবৰ্ষত ৩.৩৭ লাখ মেট্ৰিক টন মাছ উৎপাদন কৰিবলৈ সক্ষম হৈছে অসমৰ মীন পালকসকলে ৷ কেন্দ্ৰই নিৰ্ধাৰণ কৰা পৰিমাণলৈ অসমক লাগে মাত্ৰ ১৬লাখ টন মাছ ৷

মহানগৰীৰৰ ধাৰাপুৰত ৰাষ্ট্ৰীয় মীন পালক দিৱস উদযাপন

গুৱাহাটী, 10 জুলাইঃ বুধবাৰে ৰাজ্য চৰকাৰৰ মীন বিভাগে উদযাপন কৰে ৰাষ্ট্ৰীয় মীন পালক দিৱস । মহানগৰীৰ ধাৰাপুৰৰ পশ্চিম গুৱাহাটী মহাবিদ্যালয়ত বুধবাৰে ৰাজ্য চৰকাৰে কেন্দ্ৰীয়ভাৱে উদযাপন কৰে এই মীন পালক দিৱস । ১৯৫৭ চনৰ ১০ জুলাই তাৰিখে ওড়িশাত প্ৰথমবাৰৰ বাবে কৃত্ৰিমভাৱে মাছৰ কণী উৎপাদন কৰি সাফল্য লাভ কৰিছিল আৰু তেতিয়াৰ পৰাই ১০ জুলাইৰ দিনটো মীন পালক দিৱস হিচাপে পালন কৰি অহা হৈছে ৷

মহানগৰীৰৰ ধাৰাপুৰত ৰাষ্ট্ৰীয় মীন পালক দিৱস উদযাপন

এই মীন পালক দিৱসত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰে অসম চৰকাৰৰ বন আৰু মীন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই । উল্লেখ্য যে অসমত বিগত বৰ্ষতকৈ ৬ শতাংশ বৃদ্ধি হৈছে মাছৰ উৎপাদন । এইবৰ্ষত ৩.৩৭ লাখ মেট্ৰিক টন মাছ উৎপাদন কৰিবলৈ সক্ষম হৈছে অসমৰ মীন পালকসকলে ৷ কেন্দ্ৰই নিৰ্ধাৰণ কৰা পৰিমাণ স্পৰ্শ কৰিবলৈ অসমক লাগে মাত্ৰ ১৬লাখ টন মাছ ৷

Intro:মহানগৰীৰৰ ধাৰাপুৰত ৰাষ্ট্ৰীয় মীন পালক দিৱস উদযাপন ।Body:Vo..আজি ৰাষ্ট্ৰীয় মীন পালক দিৱস । অসমতো ৰাষ্ট্ৰীয় মীন পালক দিৱস উদযাপন কৰিলে ৰাজ্য চৰকাৰৰ মীন বিভাগে । মহানগৰীৰ ধাৰাপুৰৰ পশ্চিম গুৱাহাটী মহাবিদ্যালয়ত আজি ৰাজ্য চৰকাৰে কেন্দ্ৰীয়ভাৱে উদযাপন কৰে এই মীন পালক দিৱস । ১৯৫৭ চনৰ ১০ জুলাই তাৰিখে উৰিষ্যাত পোনপ্ৰথমত বাৰৰ বাবে কৃতিমভাৱে মাছৰ কণী উৎপাদন কৰি সাফল্য লাভ কৰিছিল আৰু তেতিয়াৰ পৰাই ১০ জুলাইৰ দিনটো মীন পালক দিৱস হিচাপে উদযাপিত কৰা হৈ আহিছে । তাক উদ্দেশ্যে আজি ধাৰাপুৰত উদযাপিত হোৱা এই মীন পালক দিৱসত মুখ্য অতিথি ৰূপে অংশগ্ৰহন কৰে অসম চৰকাৰৰ বন আৰু মীন মন্ত্ৰী পৰিমল শুক্লবদ্যই । অংশগ্ৰহন কৰি বিভিন্ন কাৰ্যসুচীত ভাগ লোৱাৰ লগতে সকলোকে মীন পালন কৰিবলৈ আহ্বান জনাই মন্ত্ৰী গৰাকীয়ে । এই মীন পালক দিৱসত পালকসকলক উৎসাহ জনোৱাৰ উদ্দেশ্যে ৩জন শ্ৰেষ্ঠ মীন পালক বটাও প্ৰদান কৰে মীন মন্ত্ৰী পৰিমল শুক্লবদ্যই ।

Bite.. MinisterConclusion:উল্লেখ্য যে অসমত বিগত বৰ্ষতকৈ ৬শতাংশ বৃদ্ধি হৈছে মাছৰ সংখ্যা । এইবৰ্ষত ৩.৩৭ লাখ মেট্ৰিটন মীন উৎপাদন কৰিবলৈ সক্ষম হৈছে অসমৰ মীন পালক সকলে কেন্দ্ৰই নিৰ্ধাৰন কৰা বছৰি সংখ্যলৈ অসমক লাগে মাত্ৰ ১৬লাখ টন মীন ।

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.