ETV Bharat / state

বকোত প্ৰথমটো মণ্ডল পৰ্যায়ৰ সংগঠন - first-cluster-level-federation-formed-at-boko

বকোত অঞ্চলটোৰ আত্মসহায়ক গোট সমূহক একত্ৰিত কৰি প্ৰথমটো মণ্ডল পৰ্যায়ৰ সংগঠন ৷ সংগঠনৰ প্ৰধান উদেশ্য় হ'ব অঞ্চলটোৰ দুখীয়া মহিলা সকলৰ সৱলীকৰণ ৷

বকোত প্ৰথমটো মণ্ডল পৰ্য্যায়ৰ সংগঠন
author img

By

Published : Jul 6, 2019, 9:38 AM IST

বকো,6 জুলাই : অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানৰ অন্তৰ্গত শুকুৰবাৰে বকোত দুখীয়া মহিলা সকলক সৱলীকৰণৰ উদেশ্যে অঞ্চলটোৰ আত্মসহায়ক গোট সমূহক একত্ৰিত কৰি প্ৰথমটো মণ্ডল পৰ্যায়ৰ সংগঠন গঠন কৰা হয় ৷ দুৰ্গা পূজা প্ৰাংগণত অনুষ্ঠিত সভাত ব্লক পৰ্যায়ৰ সমন্বয়ক অনুপম বৰঠাকুৰ,ব্লক প্ৰজেক্ট মেনেজাৰ অনুজা বৰ্মণ হালৈ, উৰ্ব্বখী বড়োৰ আৰু লগতে উপস্থিত থাকে 444 টা আত্ম সহায়ক গোটৰ প্ৰায় এহেজাৰ সদস্য । ব্লক পৰ্যায়ৰ সমন্বয়ক অনুপম বৰঠাকুৰে জানিবলৈ দিয়ে যে বকো অঞ্চলত মুঠতে চাৰিটা মণ্ডল পৰ্য্যায়ৰ সংগঠন খোলা হ'ব ৷ এই ক্ষেত্ৰত মণ্ডল পৰ্যায়ত বেংক মিত্ৰ,জীৱিকা সখী,পশু-পক্ষী সখী,কৃষি সখী আদি আঁচনিৰ জৰিয়তে মহিলা সকলক সৰ্বতোপ্ৰকাৰে সহায় কৰা হ'ব সংগঠনৰ প্ৰধান উদেশ্য ৷

বকোত আত্মসহায়ক গোট সমূহক একত্ৰিত কৰি প্ৰথমটো মণ্ডল পৰ্য্যায়ৰ সংগঠন

Intro:Body:অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানৰ অন্তৰ্গত আজি বকোত এই অঞ্চলৰ প্ৰথমটো মণ্ডল পৰ্য্যায়ৰ সংগঠন গঠন কৰা হয়। ব্লক পৰ্য্যায়ৰ সমন্বয়ক অনুপম বৰঠাকুৰে জানিব দিয়া মতে বকো অঞ্চলত মুঠতে চাৰিটা মণ্ডল পৰ্য্যায়ৰ সংগঠন আত্ম সহায়ক গ্ৰুপ সমূহৰ বাবে গঠন কৰা হব আৰু ইয়াৰ উদ্দেশ্য হব অঞ্চলটোৰ এনে গ্রুপসমূহক একত্ৰিত কৰি দুখীয়া মহিলা সকলৰ বাবে মহিলা সৱলীকৰণৰ জৰিয়তে জীৱিকা সৃষ্টি কৰা আৰু এই ক্ষেত্ৰত মণ্ডল পৰ্যায়ত বেংক মিত্ৰ,জীৱিকা সখী,পশু-পক্ষী সখী,কৃষি সখীয়ে এই মহিলা সকলক সৰ্বোত্ত প্ৰকাৰে সহায় কৰা।

BYTE_ অনুপম বৰঠাকুৰ।

ইয়াকে আজি ১০ নং দক্ষিণ পঞ্চায়ত, ৬৯ নং দক্ষিণ পশ্চিম পঞ্চায়ত আৰু ৬৮ নং উত্তৰ বকো পঞ্চায়ত মিলাই প্ৰথমটো মণ্ডল পৰ্যায়ৰ সংগঠন গঠন কৰা হল। এই উপলক্ষে বকো দুৰ্গা পূজা প্ৰাংগণত অনুষ্ঠিত সভাত প্ৰায় এহেজাৰ সদস্য ৪৪৪ টা আত্ম সহায়কৰ উপস্থিত থাকে।অনুপম বৰঠাকুৰ,অনুজা বৰ্মণ হালৈ ব্লক প্ৰজেক্ট মেনেজাৰ, উৰ্ব্বখী বড়োৰ উপস্থিতিত গ্রুপৰ সদস্য সকলক এই অভিযানৰ বিভিন্ন দিশ সমূহ বিশদভাবে বুজাই দিয়ে।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.