কামৰূপ, 14 অক্টোবৰঃ বৰঝাৰ বিমানবন্দৰৰ সমীপৰ বঙৰাত ভয়ংকৰ অগ্নিকাণ্ড । বঙৰাৰ সলেশালাত সংঘটিত এই অগ্নিকাণ্ডত জাহ গ'ল এটা গুদাম ৷ শ্বৰ্ট-চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ স্থানীয় ৰাইজৰ ৷ ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ 4খন গাড়ী উপস্থিত হৈ অগ্নিনিৰ্বাপন কৰিবলৈ সক্ষম হয় । গুদামটোত মজুদ আছিল চেনী, চাউলকে বিভিন্ন খাদ্য সামগ্ৰী । বৰ্তমানলৈকে ক্ষয়-ক্ষতিৰ পৰিমাণ জানিব পৰা হোৱা নাই ৷
গুৱাহাটী বিমানবন্দৰৰ সমীপত ভয়ংকৰ অগ্নিকাণ্ড
বৰঝাৰ বিমানবন্দৰৰ সমীপৰ বঙৰাত সংঘটিত এই অগ্নিকাণ্ডত জাহ গ'ল এটা গুদাম ৷
গুৱাহাটী বিমানবন্দৰৰ সমীপত ভয়ংকৰ অগ্নিকাণ্ড
কামৰূপ, 14 অক্টোবৰঃ বৰঝাৰ বিমানবন্দৰৰ সমীপৰ বঙৰাত ভয়ংকৰ অগ্নিকাণ্ড । বঙৰাৰ সলেশালাত সংঘটিত এই অগ্নিকাণ্ডত জাহ গ'ল এটা গুদাম ৷ শ্বৰ্ট-চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ স্থানীয় ৰাইজৰ ৷ ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ 4খন গাড়ী উপস্থিত হৈ অগ্নিনিৰ্বাপন কৰিবলৈ সক্ষম হয় । গুদামটোত মজুদ আছিল চেনী, চাউলকে বিভিন্ন খাদ্য সামগ্ৰী । বৰ্তমানলৈকে ক্ষয়-ক্ষতিৰ পৰিমাণ জানিব পৰা হোৱা নাই ৷
Intro:বৰঝাৰ বিমানবন্দৰৰ সমীপৰ বঙৰাত ভয়ংকৰ অগ্নিকাণ্ড ।
Body:Ocvo..বৰঝাৰ বিমানবন্দৰৰ সমীপৰ বঙৰাত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ড । বঙৰাৰ সলেশালাৰ এটি গুদামত সংঘটিত হৈছে এই অগ্নিকাণ্ড । অগ্নিকাণ্ডত জাহ গ'ল গুদামটোৰ বহুতো সামগ্ৰী । স্থানীয় লোকে শ্বৰ্ত-চাৰ্কিতৰ ফলত সংঘটিত হোৱা বুলি সন্দেহ কৰিছে এই অগ্নিকাণ্ড । বৰ্তমানলৈ ক্ষয়-ক্ষতিৰ পৰিমান জানিব পৰা হোৱা নাই যদিও গুদামটোৰ বহুতো সামগ্ৰী জুইত জাহ যায় ।ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ ৪ খন গাড়ী উপস্থিত হৈ অগ্নিনিৰ্বাপন কৰিবলৈ হয় । গুদামটোত মজুদ আছিল চেনী,চাউলকে বিভিন্ন খাদ্য সামগ্ৰী ।Conclusion:আনহাতে গুদামটোৰ ওচৰতে আছিল অনলাইন মাৰ্কেটিং ফ্লিপকাৰ্ট,এমেজন আদিৰ এটি কেন্দ্ৰ ।
দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam