ETV Bharat / state

তীব্ৰতৰ হৈছে নাগৰিকত্ব সংশোধিত আইন বিৰোধী আন্দোলন - FACTS AND FIGURES OF ASSAM PROTESTS AGAINST CAB

গৃহ বিভাগৰ নিৰ্দেশত 12 ডিচেম্বৰৰ পৰা অনিৰ্দিষ্টকালীন সান্ধ্য আইন জাৰি কৰাৰ লগতে মোবাইল ইন্টাৰনেট সেৱা কৰ্তন কৰিছে 10 খন জিলাত ৷ মোতায়েন কৰা হৈছে অতিৰিক্ত সেনা বাহিনী ৷ শ্বহীদ হয় 5 জনকৈ লোক ৷ 2 গৰাকী লোকৰ অৱস্থা সম্প্ৰতি সংকটজনক ৷

নাগৰিকত্ব সংশোধিত আইন বিৰোধী আন্দোলন
নাগৰিকত্ব সংশোধিত আইন বিৰোধী আন্দোলন
author img

By

Published : Dec 16, 2019, 4:10 PM IST

নিউজ ডেস্ক, 16 ডিচেম্বৰ: অসমত তীব্ৰতৰ হৈছে নাগৰিকত্ব সংশোধিত আইন বিৰোধী আন্দোলন ৷ এই আন্দোলনক ৰোধিবলৈ গৃহ বিভাগৰ নিৰ্দেশত 12 ডিচেম্বৰৰ পৰা অনিৰ্দিষ্টকালীন সান্ধ্য আইন জাৰি কৰাৰ লগতে মোবাইল ইন্টাৰনেট সেৱা কৰ্তন কৰিছে 10 খন জিলাত ৷ কামৰূপ জিলাত জাৰি কৰা হৈছে 144 ধাৰা ৷ ইয়াৰোপৰি প্ৰতিবাদকাৰীক মষিমূৰ কৰিবলৈ গৃহ বিভাগে 5 হাজাৰ সেনা বাহিনী মোতায়েন কৰাৰ লগতে 13 ডিচেম্বৰত অনা হৈছিল অতিৰিক্ত সেনা বাহিনী

আন্দোলনৰ সমগ্ৰ কালচোৱাত বিভিন্ন স্থানত সংঘটিত হয় বহু ঘটনা ৷ প্ৰতিবাদকাৰী বহু লোক আহত হোৱাৰ ওপৰিও শ্বহীদ হয় 5 জনকৈ লোক ৷ আৰক্ষীৰ গুলীচালনাত শ্বহীদ হোৱা লোকসকলৰ ভিতৰত আছে ছয়গাঁৱৰ দীপাঞ্জল দাস,গুৱাহাটীৰ হাতীগাঁও অঞ্চলৰ দশম শ্ৰেণীৰ ছাত্ৰ ছেম ষ্টেফ'ৰ্ড,ওদালগুৰি জিলাৰ ঈশ্বৰ নায়ক,বৰপেটাৰ আব্দুল হালিম আৰু নলবাৰী জিলাৰ সঞ্জীৱ ডেকা ৷

ৰাজধানী চহৰ গুৱাহাটীত 27 গৰাকী প্ৰতিবাদকাৰীৰ লগতে 50 গৰাকী আৰক্ষী বাহিনীৰ লোকো আহত হয় ৷ সমগ্ৰ অসমতে আৰক্ষীৰ গুলিচালনাত আহত হয় 28 গৰাকী ব্যক্তি ৷ গুলিচালনাত আহত লোকসকলৰ ভিতৰত 2 গৰাকী লোকৰ অৱস্থা সম্প্ৰতি সংকটজনক ৷

তাৰোপৰি আন্দোলনৰ লগত জড়িত মুঠ 1406 গৰাকী লোকক আৰক্ষীৰ জিম্মাত ৰখাৰ লগতে 175 গৰাকী লোকক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ আটকাধীন লোকসকলৰ ভিতৰত আছে কৃষক নেতা অখিল গগৈ আৰু আলোচনাপন্থী আলফা নেতৃত্ব জিতেন দত্ত ৷

লগতে পঢ়ক: জাতিৰ কাৰণে প্ৰাণ আহুতি দিলে পাঠশালাৰ আব্দুল আলিমে

Please do the story URGENTLY.

---------- Forwarded message ---------
From: Mrinal Das <mrinal.das@etvbharat.com>
Date: Mon, Dec 16, 2019 at 1:35 PM
Subject: Fwd: FACTS AND FIGURES OF ASSAM PROTESTS AGAINST CAB
To: English Desk <englishdesk@etvbharat.com>

Dear Verghese sir,
Please share the story.
Regards.
Mrinal Das.

---------- Forwarded message ---------
From: AKASH HAZARIKA <akash.hazarika@etvbharat.com>
Date: Mon, Dec 16, 2019 at 1:22 PM
Subject: FACTS AND FIGURES OF ASSAM PROTESTS AGAINST CAB
To: Mrinal Das <mrinal.das@etvbharat.com>
Cc: Gautam� Barua <gautam.barua@etvbharat.com>, Bilal Ahmad Bhat <bilalbhat@etvbharat.com>, Partha Pratim Ghosh Roy <partha.pratim@etvbharat.com>, Nishant Sharma <nishant.sharma@etvbharat.com>

Dear Sir, 
Following are the required data on the protest against CAB.

1. How many people injured in ongoing protests in Assam?

Ans: Altogether 27 protestors in Assam capital Guwahati and 50 Policemen were across the state were injured in the violent protests that erupted in the wake of the controversial Citizenship (Amendment) Bill 2019.

2. How many people are injured by police firing?

Ans: A total of 28 Protesters have been injured across Assam in police firing. 

3. How many injured in Lathi charge, who are hospitalized?

Ans: No official figure available.

4. How many have lost lives in the different hospital. (please collect information throughout the network and record from Police/ Home Department if necessary)

Ans: Five protesters have been killed so far in the violent protests. The deceased have been identified as Dipanjal Das hailing from Chaygaon, Sam Stafford, a class 10 student of Hatigaon area in Guwahati, Iswar Nayak hailing from Udalguri district, Abdul Alim hailing from Barpeta and Sanjeeb Deka hailing from Nalbari district. All five died in police firing in Guwahati.

5. What are the measures taken by the Home Department to control the protest. Date and timeline?

Ans: The Assam Home Department imposed an indefinite curfew on December 11 in several districts of the state after protests became beyond control. Mobile internet services were suspended in 10 districts on the same day and section 144 was clamped in Kamrup (Metropolitan) district. An additional 5000 paramilitary forces were rushed to the state on December 11. Later army was called in on December 13 to contain the violent protests.

6. How many injured are in different hospitals (as per mentioned  parameters)?

Ans: Five person have been killed in police firing besides 29 others with grievous and minor injuries were admitted to the Gauhati Medical College and Hospital. Condition of the two injured have been still  reported to be critical.

7. How many people have been arrested in this course.  Include the grounds...

Ans: Altogether 1406 persons were detained and 175 arrests were made by the Assam Police on charges of rioting. The arrest includes peasant leader Akhil Gogoi and United Liberation Front of Asom pro-talks leader Jiten Dutta.

Regards,
Akash Hazarika
Reporter
Guwahati bureau
ETV Bharat Assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.