দক্ষিণ কামৰূপ, 05 চেপ্তেম্বৰঃ বুধবাৰে দক্ষিণ কামৰূপত বৈদ্যুতিক আৰু ছপা মাধ্যমৰ উমৈহতীয়া সংগঠন চমুকৈ ই.পি. মিডিয়া ফ'ৰামৰ অষ্টম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস পালন কৰা হয় ৷ প্ৰতিষ্ঠা দিৱসত সংগঠনটোৱে শিক্ষাবিদ তথা অঞ্চলটোৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনায় ৷ লগতে ফটো সাংবাদিক বিনয় কলিতা আৰু জেষ্ঠ সাংবাদিক দীপক কলিতাক ই.পি মিডিয়া চাউথ কামৰূপ বঁটা প্ৰদান কৰে ৷ অনুষ্ঠানত পাৰ্থ সাৰথি মহন্ত আৰু সাংসদ কুইন ওজা উপস্থিত থাকি সংবাদ মাধ্যমৰ ভূমিকা সম্পৰ্কে বক্তব্য আগবঢ়ায় ৷
ই.পি. মিডিয়া ফ'ৰামৰ অষ্টম বাৰ্ষিকী প্ৰতিষ্ঠা দিৱস পালন - দক্ষিণ কামৰূপ
দক্ষিণ কামৰূপত বৈদ্যুতিক আৰু ছপা মাধ্যমৰ উমৈহতীয়া সংগঠন চমুকৈ ই.পি.মিডিয়া ফ'ৰামৰ অষ্টম বাৰ্ষিকী প্ৰতিষ্ঠা দিৱস পালন
![ই.পি. মিডিয়া ফ'ৰামৰ অষ্টম বাৰ্ষিকী প্ৰতিষ্ঠা দিৱস পালন](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4342337-thumbnail-3x2-mirja---copy.jpg?imwidth=3840)
ই.পি. মিডিয়া ফ'ৰামৰ অষ্টম বাৰ্ষিকী প্ৰতিষ্ঠা দিৱস পালন
দক্ষিণ কামৰূপ, 05 চেপ্তেম্বৰঃ বুধবাৰে দক্ষিণ কামৰূপত বৈদ্যুতিক আৰু ছপা মাধ্যমৰ উমৈহতীয়া সংগঠন চমুকৈ ই.পি. মিডিয়া ফ'ৰামৰ অষ্টম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস পালন কৰা হয় ৷ প্ৰতিষ্ঠা দিৱসত সংগঠনটোৱে শিক্ষাবিদ তথা অঞ্চলটোৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনায় ৷ লগতে ফটো সাংবাদিক বিনয় কলিতা আৰু জেষ্ঠ সাংবাদিক দীপক কলিতাক ই.পি মিডিয়া চাউথ কামৰূপ বঁটা প্ৰদান কৰে ৷ অনুষ্ঠানত পাৰ্থ সাৰথি মহন্ত আৰু সাংসদ কুইন ওজা উপস্থিত থাকি সংবাদ মাধ্যমৰ ভূমিকা সম্পৰ্কে বক্তব্য আগবঢ়ায় ৷
ই.পি. মিডিয়া ফ'ৰামৰ অষ্টম বাৰ্ষিকী প্ৰতিষ্ঠা দিৱস পালন
ই.পি. মিডিয়া ফ'ৰামৰ অষ্টম বাৰ্ষিকী প্ৰতিষ্ঠা দিৱস পালন
Intro:মিৰ্জাত ই.পি. মিডিয়া ফ'ৰাম চাউথ কামৰূপৰ অষ্টম প্ৰতিষ্ঠা দিৱস । প্ৰতিষ্ঠা দিৱস উপলক্ষে সম্বৰ্ধনা বিশিষ্ট ব্যক্তিক ।Body:Vo...দক্ষিণ কামৰূপত বৈদ্যুতিক আৰু ছপা মাধ্যমৰ উমৈহতীয়া সংগঠন চমুকৈ ই.পি. মিডিয়া ফ'ৰামৰ আজি অষ্টম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস । বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ই.পি. মিডিয়া ফ'ৰামৰ সভাপতিয়ে পুৱাৰ ভাগতে ই.পি. মিডিয়া ফ'ৰাম চাউথ কামৰূপৰ নিজস্ব ভুমিত পতাকা উত্তোলনৰে আৰম্ভ হয় কাৰ্যসুচীসমুহ । তাৰপিছতে বন্তি প্ৰজ্বলন স্মৃতি তৰ্পন কৰা হয় ।
এই বাৰ্ষিক প্ৰতিষ্ঠা দিৱসত শিক্ষাবিদ তথা দক্ষিণ কামৰূপ অঞ্চলৰ বিশিষ্ট কেইজনমান ব্যক্তিক সম্বৰ্ধনা জনোৱা হয় । দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড° ৰমেশ চন্দ্ৰ কলিতা,ভাস্কৰ্য শিল্পী বিশ্ববসু বৈশ্য,প্ৰাক্তন ৰাষ্ট্ৰীয় খেলুৱৈ তথা বিশিষ্ট সমাজকৰ্মী অনিল দাস আৰু জনপ্ৰিয় কন্ঠশিল্পী বাবু বৰুৱাক সম্বৰ্ধিত কৰে ইপি মিডিয়াই । লগতে ফটো সাংবাদিক বিনয় কলিতা আৰু জেষ্ঠ সাংবাদিক ডীপক কলিতালৈ ইপি মিডিয়া চাউথ কামৰূপ বটা প্ৰদান কৰা হয় । এই বাৰ্ষিক প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকে গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা,কামৰূপ জিলা উপায়ুক্ত কমলকুমাৰ বৈশ্য,পলাশবাৰী বিধানসভা সমষ্টিৰ বিধায়ক প্ৰনৱ কলিতা,কামৰূপ জিলা আৰক্ষী অধিক্ষক পাৰ্থসাৰথি মহন্ত,পলাশবাৰী ৰাজহ চক্ৰ বিষয়া সুসপ্না কাকতি,সমাজকৰ্মী পংকজলোচন গোস্বামীৰ লগতে বহুতো বিশিষ্ট ব্যক্তি উপস্থিত থাকে এই বাৰ্ষিক প্ৰতিষ্ঠা দিৱসত । Conclusion:সাংসদ কুইন ওজা আৰু পাৰ্থ সাৰথী মহন্তই ৰাইজৰ মাজত সংবাদ মাধ্যমৰ ভুমিকা যঠেষ্ঠ বুলি মন্তব্য কৰে ।
Bite1&2..
দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam