ETV Bharat / state

হাতী-মানুহৰ সংঘাত ৰোধ কৰিবলৈ পশু চিকিৎসা বিভাগৰ বিশেষ পদক্ষেপ - পশু চিকিৎসা বিভাগৰ সচিব

মহানগৰীৰ সমীপৰ ৰাণীত হাতী-মানুহৰ সংঘাত ৰোধ কৰিবলৈ পশুপালক আৰু পশু চিকিৎসা বিভাগে হাতত লৈছে বিশেষ পদক্ষেপ । পশু পালক আৰু পশু চিকিৎসা বিভাগে বনাঞ্চলত ৰোপন কৰিবলৈ লৈছে 'নিপিয়াৰ' নামৰ হাতীয়ে খায় ভাল পোৱা এবিধ বিশেষ ঘাঁহ ।

elephant_feed_project
হাতী-মানুহৰ সংঘাত ৰোধ কৰিবলৈ পশু চিকিৎসা বিভাগৰ বিশেষ পদক্ষেপ
author img

By

Published : Nov 28, 2020, 10:53 PM IST

দক্ষিণ কামৰূপ, 28 নৱেম্বৰ : মহানগৰীৰ সমীপৰ ৰাণীত হাতী-মানুহৰ সংঘাত ৰোধ কৰিবলৈ পশুপালক আৰু পশু চিকিৎসা বিভাগে হাতত লৈছে বিশেষ পদক্ষেপ । পশু পালক আৰু পশু চিকিৎসা বিভাগে বনাঞ্চলত ৰোপন কৰিবলৈ লৈছে 'নিপিয়াৰ' নামৰ হাতীয়ে খায় ভাল পোৱা এবিধ বিশেষ ঘাঁহ ।

ইতিমধ্যে, মহানগৰীৰ সমীপৰ ৰাণী বনাঞ্চলত প্ৰাৰম্ভিক প্ৰকল্প হিচাপে কাম আৰম্ভ কৰিব পশু পালক আৰু পশু চিকিৎসা বিভাগে । লগতে, এনেকুৱা ধৰণৰ প্ৰকল্পৰ দ্বাৰাই হাতী-মানুহৰ সংঘাত লাঘব হ'ব বুলি আশা প্ৰকাশ কৰিছে পশু পালক আৰু পশু চিকিৎসা বিভাগৰ সচিব অশোক বৰ্মনে ।

হাতী-মানুহৰ সংঘাত ৰোধ কৰিবলৈ পশু চিকিৎসা বিভাগৰ বিশেষ পদক্ষেপ

আনহাতে, 'ৰাষ্ট্ৰীয় গকুল মিছন' নামৰ দুগ্ধ আঁচনিৰ জৰিয়তে অসমৰ নিবনুৱা যুৱক-যুৱতী সকলে কেনেদৰে গৰুৰ পৰা অধিক পৰিমানৰ গাখীৰ উৎপাদন কৰি স্বাৱলম্বী হ'ব পাৰে এই বিষয়তো ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকক প্ৰশিক্ষণ দি থকা হৈছে বুলি অৱগত কৰিছে সচিব অশোক বৰ্মনে ।

লগতে পঢ়কঃ কৃষক সংগঠনৰ নেতৃবৃন্দৰে বৈঠকত বহিত কেন্দ্ৰীয় চৰকাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.