ETV Bharat / state

এখন এক লাখ টকীয়া বিদ্যুৎৰ বিলে টোপনি কাঢ়িছে এটা পৰিয়ালৰ - ৰঙিয়াত বিদ্যুৎ বিভাগৰ আজৱ কাণ্ড

এক লাখ পোন্ধৰ হাজাৰ টকাৰ বিদ্যুৎৰ বিল দেখি চকুকপালত উঠিল ৰাইজৰ ৷ ৰঙিয়াত বিদ্যুৎ বিভাগৰ আজৱ কাণ্ড দেখি হতভম্ভ গাঁওবাসী ।

এক লাখ পোন্ধৰ হাজাৰ টকাৰ বিদ্যুৎৰ বিল
author img

By

Published : Oct 30, 2019, 10:23 PM IST

ৰঙিয়া, 30 অক্টোবৰ: ৰঙিয়াত বিদ্যুৎ বিভাগৰ আজৱ কাণ্ড দেখি চকু কপালত উঠিছে ৰাইজৰ । জলসিঞ্চন বিভাগৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী তথা ৰঙিয়াৰ ভয়ৰাৰ বাসিন্দা ৰজনী ডেকালৈ বিদ্যুৎ বিভাগে প্ৰেৰণ কৰিছে ১ লাখ ১৫ হাজাৰ টকাৰ বিল । আগতে পৰিয়ালটোৰ মাহেকীয়া বিদ্যুৎৰ বিল ২০০ টকাৰ পৰা ৮০০ টকালৈ হৈছিল যদিও এইবাৰ বিলৰ পৰিমাণ হঠাতে ইমান বেছি হোৱাৰ বাবে হতভম্ব হৈ পৰিছে পৰিয়ালটো ।

ৰজনী ডেকাৰ ঘৰত সামান্য বৈদ্যুতিক সামগ্ৰী ব্যৱহাৰ হোৱাৰ পাছতো এই অদ্ভুত বিলখন লাভ কৰি হাহাকাৰ লাগিছে ভুক্তভোগী পৰিয়ালটোৰ মাজত ৷ অনাকাংক্ষিতভাৱে হঠাৎ এনে আজৱ বিল লাভ কৰি পৰিয়ালটো হতভম্ব হৈ পৰিছে । কেৱল এই পৰিয়ালটোৱেই নহয়, গাঁওখনৰ বহু পৰিয়ালে পূৰ্বৰ তুলনাত ১০-২০ গুণ পৰ্যন্ত বেছিকৈ বিল পৰিশোধ কৰিব লগা হোৱাত দৰিদ্ৰ পৰিয়ালসমূহ চিন্তিত হৈ পৰিছে ।

Intro:এক লাখ পোন্ধৰ হাজাৰ টকাৰ বিদ‍্যুতৰ বিল দেখি চকুকপালত উঠিল ৰাইজৰBody:ৰঙিয়াত বিদ্যুৎ বিভাগৰ আজৱ কাণ্ড দেখি চকু কপালত উঠিছে ৰাইজৰ। জলসিঞ্চন বিভাগৰ চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী তথা ৰঙিয়াৰ ভয়ৰাৰ বাসিন্দা ৰজনী ডেকালৈ বিদ‍্যুৎ বিভাগে প্ৰেৰণ কৰিছে ১ লাখ ১৫ হাজাৰ টকাৰ বিল। আগতে পৰিয়ালটোৰ মাহেকীয়া বিদ‍্যুতৰ বিল ২০০ টকাৰ পৰা ৮০০ টকালৈ হৈছিল। পিছে এইবাৰ বিলৰ পৰিমাণ হঠাতে ইমান বেছি হোৱাৰ বাবে হতভম্ব হৈ পৰিছে পৰিয়ালটো। জলসিঞ্চন বিভাগৰ চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী ৰজনী ডেকাৰ ঘৰত সামান্য বৈদ্যুতিক সামগ্ৰী ব‍্যৱহাৰ হয়, গতিকে ভুক্তভোগী পৰিয়ালৰ মাজত হাহাকাৰ লাগিছে এই অদ্ভুত বিলখন লাভ কৰাৰ পিছত। অনাকাংক্ষিতভাৱে হঠাৎ এনে আজৱ বিল লাভ কৰি পৰিয়ালটো হতভম্ব হৈ পৰে । কেৱল এই পৰিয়ালটোৱেই নহয় , গাঁওখনৰ বহু পৰিয়ালে পূৰ্বৰ তুলনাত ১০-২০ গুণ পৰ্যন্ত বেছিকৈ বিল পৰিশোধ কৰিব লগা হোৱাত দৰিদ্ৰ পৰিয়ালবোৰ চিন্তিত হৈ পৰিছে ।
Bite:- ভুক্তভোগীConclusion:বন্দনা শৰ্মা, ৰঙিয়া
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.