ETV Bharat / state

নিশা ৰাজ্যত অনুভূত ভূমিকম্পৰ জোকাৰণি

author img

By

Published : Nov 3, 2020, 10:35 AM IST

ৰাজ্যত পুনৰ অনুভূত ভূমিকম্পৰ জোকাৰণি ৷ ৰিখটাৰ স্কেল অনুসৰি এই ভূমিকম্পৰ প্ৰাৱল্য আছিল ৪.৪ ৷

EARTHQUAKE IN ASSAM
নিশা ৰাজ্যত অনুভূত ভূমিকম্পৰ জোকাৰণি

আজাৰা,3 নৱেম্বৰ: মঙলবাৰে পুৱতি নিশা ৰাজ্য অনুভুত হয় মৃদু ভূইকোপৰ জোকাৰণি। নিশা ১ বাজি ১৩ মিনিটত গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুভত হয় জোকাৰণি । ৰিখটাৰ স্কেল অনুসৰি এই ভূমিকম্পৰ প্ৰাৱল্য আছিল ৪.৪ ।

EARTHQUAKE IN ASSAM
নিশা ৰাজ্যত অনুভূত ভূমিকম্পৰ জোকাৰণি

ইয়াৰে অভিকেন্দ্ৰ মেঘালয়ৰ,খাছি হিলছ বুলি তথ্য সদৰি কৰিছে গুৱাহাটী বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই । অৱশ্যে এই ভূইকঁপত ক্ষয় ক্ষতিৰ খবৰ বৰ্তমানলৈ অহা নাই । ভূইকঁপৰ দ্বাৰা অধিক প্ৰভাৱিত হৈছে অসম-মণিপুৰকে ধৰি বাংলাদেশ,ভূটান,ম্যানমাৰ আৰু চীন ।

লগতে পঢ়ক: পদ্ম বঁটাপ্ৰাপক বিশিষ্ট ভায়োলিনবাদক টিএন কৃষ্ণণৰ দেহাৱসান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.