ETV Bharat / state

সাহিত্য সভাৰ অধিৱেশন উপলক্ষে কামৰূপত স্থানীয় বন্ধ ঘোষণা

author img

By

Published : Jan 30, 2020, 4:54 PM IST

বস্ত্ৰনগৰী শুৱালকুছিত অনুষ্ঠিত হ’বলগীয়া অসম সাহিত্য সভাৰ পঞ্চ-সপ্ততিতম দ্বি-বাৰ্ষিক অধিৱেশনৰ বাবে 3 ফ্ৰেব্ৰুৱাৰীত কামৰূপ গ্ৰাম্য জিলাত স্থানীয় বন্ধ ঘোষণা কৰা হৈছে । লগতে সমগ্ৰ হাজো ৰাজহ চক্ৰত 31 জানুৱাৰীৰ পৰা 4 ফ্ৰেব্ৰুৱাৰী লৈ ড্ৰাই ডে ঘোষণা কৰে কামৰূপ(গ্ৰাম্য) জিলাৰ উপায়ুক্ত কমল কুমাৰ বৈশ্যই ।

সাহিত্য সভাৰ অধিৱেশন
স্থানীয় বন্ধ ঘোষণা

কামৰূপ,30 জানুৱাৰীঃ বস্ত্ৰনগৰী শুৱালকুছিত অনুষ্ঠিত হ’বলগীয়া অসম সাহিত্য সভাৰ পঞ্চ-সপ্ততিতম দ্বি-বাৰ্ষিক অধিৱেশনৰ বাবে 3 ফ্ৰেব্ৰুৱাৰীত কামৰূপ গ্ৰাম্যত স্থানীয় বন্ধ ঘোষণা কৰা হয় । লগতে সমগ্ৰ হাজো ৰাজহ চক্ৰত 31 জানুৱাৰীৰ পৰা 4 ফ্ৰেব্ৰুৱাৰী লৈ ড্ৰাই ডে ঘোষণা কৰে কামৰূপ(গ্ৰাম্য)ৰ জিলা উপায়ুক্ত কমল কুমাৰ বৈশ্যই । সাহিত্য সভাৰ অধিৱেশনস্থলী ধপাত মুক্ত আৰু প্লাষ্টিক মুক্ত কৰিবলৈ প্ৰশাসনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা বুলি উপায়ুক্ত গৰাকীয়ে জানিবলৈ দিয়ে ৷

লগতে চাওকঃকৰ’ণা ভাইৰাছৰ বাবে ভাৰতৰ 21 টা বিমান বন্দৰত বিশেষ সতৰ্কতা

Intro:SUALKUCHI SAHITA SAVA DRY DAY BREAKING

বস্ত্ৰনগৰী শুৱালকুছিত অনুষ্ঠিত হবলগীয়া অসম সাহিত্য সভাৰ পঞ্চসপ্তসতিতম দ্বিবাৰ্ষিক অধিবেশনৰ বাবে অহা তিনি ফ্ৰেব্ৰুৱাৰীত কামৰূপ গ্ৰাম্যত স্থানীয় বন্ধ ঘোষণা। লগতে সমগ্ৰ হাজো ৰাজহ চক্ৰ এলেকাত ৩১ জানুৱাৰীৰ পৰা ৪ ফ্ৰেব্ৰুৱাৰী লৈ ড্ৰাই ডে ঘোষণা কামৰূপ জিলা উপায়ুক্ত কমল কুমাৰ বৈশ্যৰ। সাহিত্য সভা অধিবেশনস্থলী ধপাত মুক্ত এলেকা ঘোষনাৰ
লগতে সভাস্থলি প্লাষ্টিক বৰ্জন কৰিবলৈ অহ্বান জিলা উপায়ুক্ত গৰাকীৰ ।Body:.Conclusion:.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.