ETV Bharat / state

বহিঃৰাজ্যত আক্ৰমণৰ বলিঃ স্বগৃহলৈ উভতিল দিলীপ হাজৰিকা

সোমবাৰে অসমলৈ উভতিল বহিঃৰাজ্যত দুৰ্বৃত্তৰ আক্ৰমণত আঘাতপ্ৰাপ্ত দিলীপ হাজৰিকা ৷ কৰ্মসূত্ৰে লখিমপুৰৰ পিতা-পুত্ৰই যোৱা ২৭ এপ্ৰিলত অসমৰ পৰা কেৰালালৈ ৰে’লযোগে যাত্ৰা কৰি থকা অৱস্থাতে ২৯ এপ্ৰিলত উৰিষ্যাত দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হৈছিল দুয়োগৰাকী পিতা-পুত্ৰ ।

author img

By

Published : May 7, 2019, 8:13 AM IST

অসমলৈ উভতিল বহিঃৰাজ্যত দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হোৱা দিলীপ হাজৰিকা

গুৱাহাটী,7 মে': সাধাৰণ যাত্ৰীৰ বাবে এতিয়া সুৰক্ষিত নহয় ৰেল যাত্ৰা ৷ সোমবাৰে অসমলৈ উভতিল বহিঃৰাজ্যত দুৰ্বৃত্তৰ আক্ৰমণত আঘাতপ্ৰাপ্ত দিলীপ হাজৰিকা ৷

কৰ্মসূত্ৰে লখিমপুৰৰ পিতা-পুত্ৰই যোৱা ২৭ এপ্ৰিলত অসমৰ পৰা কেৰালালৈ ৰে’লযোগে যাত্ৰা কৰি থকা অৱস্থাতে ২৯ এপ্ৰিলত উৰিষ্যাত দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হৈছিল দুয়োগৰাকী পিতা-পুত্ৰ । ৰেল বিভাগৰ টিটি বুলি চিনাকি দি চলন্ত ৰেলতে দুৰ্বৃত্তই লুট-পাত চলাই পিতৃ দিলীপ হাজৰিকা আৰু পুত্ৰ কুশৰাম হাজৰিকাক চলন্ত ৰেলৰ পৰা গতিয়াই দিছিল । ফলত ঘটনাস্থলীতে মৃত্যুক সাৱতি ল'ব লগা হয় পুত্ৰ কুশৰাম হাজৰিকাই তথা কথমপি প্ৰাণ ৰক্ষা পৰে পিতৃ দিলীপ হাজৰিকাৰ ।

অসমলৈ উভতিল বহিঃৰাজ্যত দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হোৱা দিলীপ হাজৰিকা

আনহাতে,এই বাতৰি সম্প্ৰচাৰ হোৱাৰ লগে লগে উৰিষ্যাত কৰ্মৰত চিৰাঙৰ মনোজ বসুমতাৰীয়ে ফনীৰ সন্ত্ৰাসকো নেওচি চিকিৎসাৰ বাবে সহায় কৰাৰ লগতে তিনিদিন ধৰি শুশ্ৰূষা কৰে দিলীপ হাজৰিকাক । কেৱল এয়াই নহয়, আঘাতপ্ৰাপ্ত ব্যক্তিজনক অসমলৈ ঘূৰাই লৈ অনাৰো সকলো ব্যৱস্থা কৰি দিয়ে যুৱকজনে । তাৰপাচতেই সোমবাৰে বৰঝাৰ বিমানবন্দৰৰ পৰা গুৰুতৰভাৱে আহত ব্যক্তিগৰাকীক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ৷

Slug:-Slug:-As_kam_6may_odisha_rail_incident_801-803_vis+bite_as10020 

সাধাৰণ ৰেল যাত্ৰীৰ যেন এতিয়া সুৰক্ষিত নাইকিয়া হৈছে। বহিৰাজ্যত সংঘটিত হোৱা এই ঘটনাই পুনৰবাৰ সাধাৰণ যাত্ৰীৰ সুৰক্ষাৰ ফোপোলা স্বৰূপ উদঙাই দিলে । বহিৰাজ্যত আঘাতপ্ৰাপ্ত পিতৃ সোমবাৰে উভতিল অসমলৈ।

Vo...ৰেলত যাত্ৰাত দুৰ্বৃত্তৰ আক্ৰমনৰ বলি হল অসমৰ পিতা-পুত্ৰ । বহিৰাজ্যত আঘাতপ্ৰাপ্ত পিতৃ সোমবাৰে উভতিল অসমলৈ। নৃশংস আক্ৰমণৰ বলি হৈছিল অসমৰ পিতা-পুত্ৰ । কোনো দুৰ্বৃত্তই চলন্ত ৰেলতে লুট-পাত চলাই ৰেলৰ পৰা পিতৃ দিলীপ হাজৰিকা,পুত্ৰ কুশৰাম হাজৰিকাক চলন্ত ৰেলৰ পৰা গতিয়াই দিছিল কোনো দুৰ্বৃত্তই । ঘটনস্থলীতে মৃত্যুক সাৱতে পুত্ৰ কুশৰাম হাজৰিকাই । হয়,কৰ্মসুত্ৰে অসমৰ পৰা পিতা-পুত্ৰই যোৱা ২৭ এপ্ৰিলত অসমৰ পৰা কেৰালালৈ ৰে’লযোগে ৰাওনা হোৱাৰ সময়তে ২৯ এপ্ৰিলত যাত্ৰা কৰি থকা অৱস্থাতে উৰিষ্যাত সংঘটিত হ'ল এই ঘটনা ৷ ৰেল বিভাগৰ TTবুলি চিনাকি দি চলন্ত ৰে’লতে দুৰ্বৃত্তই টকা-পইছা সকলো লুটি-পাত চলাইছিল লক্ষীমপুৰৰ,বগীনদীৰ এই দুয়োজন পিতা-পুত্ৰক । কথমপি হে প্ৰান ৰক্ষা পৰিছিল পিতৃৰ ।

Bite1.. ভুক্তভোগী পিতৃ ।

এই ঘটনাৰ বাতৰি সম্প্ৰচাৰ হোৱা লগে লগে প্ৰত্যক্ষ কৰি উৰিষ্যাত কৰ্মৰত চিৰাংৰৰ জিলাৰ মনোজ বসুমতাৰীয়ে  উৰিষ্যাত ফণীয়ে চলোৱা সন্ত্ৰাসকো নেওচি এই ঘটনাৰ খবৰ লব যায়। লগতে চিকিৎসাৰ বাবে সহায় কৰে আৰু তিনি দিন ধৰি এইজন যুৱক মনোজ বসুমতাৰীয়ে শুশ্ৰূষা কৰিছিল দিলীপ হাজৰিকাক ।। আনহাতে অসমলৈ অনাৰ সকলো ব্যৱস্থা কৰি দিয়ে যুৱক জনে। বৰঝাৰ বিমানবন্দৰ পৰা গুৰুতৰ ভাৱে আহত হৈ থকা ব্যক্তি গৰাকীৰ উন্নত চিকিৎসা বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় লৈ লয় যোৱা হয়।সমগ্ৰ ঘটনাত চিৰাং ৰ মনোজ বসুমতাৰীয়ে মানৱতাৰ পৰিচয় দি যি সহায় কৰিলে তাৰ বাবে পৰিয়ালৰ লগতে সকলো ধন্যবাদ জনায় ।

Bite2&3.. মনোজ বসুমতাৰী আৰু আত্মীয় ।

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস, etv bharat assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.