ETV Bharat / state

দ্বীপৰ বিলৰ পাৰত দ্বৈত ৰে'লপথ নিৰ্মানৰ বিৰোধীতা ৰাইজৰ - জীৱ-জন্তুৰ মৃত্যু

দ্বীপৰ বিলৰ পাৰত থকা ৰে'লপথটোত বৰ্তমানলৈ ১৪ টা হাতীৰ মৃত্যু হোৱাৰ লগতে অন্য বহু জীৱ-জন্তুৰ মৃত্যু হৈছে তথাপিও যেন কানষাৰ নাই ৰে'লবিভাগৰ লগতে বনবিভাগৰ । ইয়াৰ পিছত দ্বৈত ৰে'লপথ নিৰ্মানৰ ফলত বন্যহস্তী মৃত্যুমুখত পৰাৰ লগতে বন্যহস্তীবোৰে দ্বীপৰ বিলত খাদ্যৰ সন্ধানত নামিবলৈ নাপাই কাষৰীয়া গাওঁসমূহত তাণ্ডৱ চলোৱাটো এক প্ৰকাৰৰ নিশ্চিত বুলি জনায় স্থানীয় ৰাইজে।

দ্বীপৰ বিলৰ পাৰত দ্বৈত ৰে'লপথ নিৰ্মানক লৈ তীব্ৰ বিৰোধীতা অঞ্চলবাসী ৰাইজৰ
author img

By

Published : Jul 2, 2019, 3:56 PM IST

গুৱাহাটী, 2 জুলাইঃ অসম চৰকাৰ হায় হায় ধব্বনিৰে উত্তাল দীপৰ বিলৰ পাৰ । চলন্ত ৰে'লৰ কাষত থিয় হৈ অঞ্চলবাসী ৰাইজে কৰিলে প্ৰতিবাদ । কাৰণ দ্বীপৰ বিলৰ পাৰত নিৰ্মাণ হ'বলগীয়া দ্বৈত ৰে'লপথ নিৰ্মাণৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ স্থানীয় লোকৰ । চলন্ত ৰে'লৰ কাষতে স্থানীয় ৰাইজে কৰিলে প্ৰতিবাদ । চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল হ'ল দ্বীপৰ বিলৰ পাৰ । উত্তৰ-পূৰ্বাঞ্চল সীমান্ত ৰে'লৱে কতৃপক্ষই লোৱা সিদ্ধান্তই এতিয়া মৃত্যুৰ দুৱাৰদলিলৈ ঠেলি দিছে বনহস্তী সকলৰ লগতে স্থানীয় গাওঁবাসীক ।

দ্বীপৰ বিলৰ পাৰত দ্বৈত ৰে'লপথ নিৰ্মানক লৈ তীব্ৰ বিৰোধীতা অঞ্চলবাসী ৰাইজৰ

দ্বীপৰ বিলৰ পাৰত থকা ৰে'লপথটোত বৰ্তমানলৈ ১৪ টা হাতীৰ মৃত্যু হোৱাৰ লগতে অন্য বহু জীৱ-জন্তুৰ মৃত্যু হৈছে তথাপিও যেন কানষাৰ নাই ৰে'লবিভাগৰ লগতে বনবিভাগৰ । ইয়াৰ পিছত দ্বৈত ৰে'লপথ নিৰ্মানৰ ফলত বন্যহস্তী মৃত্যুমুখত পৰাৰ লগতে বন্যহস্তীবোৰ দ্বীপৰ বিলত খাদ্যৰ সন্ধানত নামিবলৈ নাপাই কাষৰীয়া গাওঁসমূহত তাণ্ডৱ চলোৱাটো এক প্ৰকাৰৰ নিশ্চিত বুলি জনায় স্থানীয় ৰাইজে।

ফলত সৃষ্টি হ'ব হাতী-মানুহৰ সংঘাত। লগতে দ্বীপৰ বিলৰ সমীপৰ মিকিৰপাৰা, চকৰ্দৌ গাঁৱৰ লগতে ইয়াৰ আশে পাশে থকা গাওঁসমূহৰ বৃহৎ ক্ষতিসাধন কৰিব বুলিও কয় ৰাইজে । সেইবাবে দ্বৈত ৰে'লপথৰ বিৰোধীতা কৰি দ্বৈত ৰে'লপথৰ কাম বন্ধ নকৰিলে আন্দোলন চলি থকাৰ হুংকাৰ দিয়ে স্থানীয় ৰাইজৰ ।

Intro:দ্বীপৰ বিলৰ পাৰত দ্বৈত ৰেলপথ নিৰ্মানক লৈ তীব্ৰ বিৰোধীতা অঞ্চলবাসী ৰাইজৰ । ৰেপথৰ কাষত প্ৰতিবাদ স্থানীয় লোকৰ ।Body:Vo..অসম চৰকাৰ হায় হায় ধব্বনিৰে উত্তাল দীপৰ বিলৰ পাৰ । চলন্ত ৰেলৰ কাষত থিয় হৈ অঞ্চলবাসী ৰাইজে কৰিলে প্ৰতিবাদ । হয়,দ্বীপৰ বিলৰ পাৰত নিৰ্মান হ'বলগীয়া দ্বৈত ৰেলপথ নিৰ্মানৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ স্থানীয় লোকৰ । চলন্ত ৰেলৰ কাষতে স্থানীয় ৰাইজে কৰিলে প্ৰতিবাদ । চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল হ'ল দ্বীপৰ বিলৰ পাৰ । উত্তৰ-পুৰ্বাঞ্চল সীমান্ত ৰেলৱে লোৱা সিদ্ধান্তই এতিয়া মৃত্যুৰ দুৱাৰমুখলৈ ঠেলি দিছে বনহস্তীসকলোৰ লগতে স্থানীয়গাওসমুহলৈ । দ্বীপৰ বিলৰ পাৰত থকা ৰেলপথটোত বৰ্তমানলৈ ১৪ টা হাতীৰ মৃত্যু হোৱাৰ লগতে বহুতো জীৱ-জন্তুৰ মৃত্যু হৈছে তথাপিও যেন কোনো কানষাৰ নাই ৰেলবিভাগৰ লগতে বনবিভাগৰ । ইয়াৰপিছত দ্বৈত ৰেলপথ নিৰ্মানৰ ফলত বন্যহস্তী মৃত্যুমুখত পৰাৰ লগতে বন্যহস্তীবোৰ দ্বীপৰ বিলত খাদ্যৰ সন্ধানত নামিবলৈ নাপাই অঞ্চলৰ গাওসমুহত যে তাণ্ডৱ চলাব সেয়া নিশ্চিত । যাৰ ফলত হাতী-মানুহৰ সংঘাত সৃষ্টি হ'ব । লগতে দ্বীপৰ বিলৰ সমীপৰ মিকিৰপাৰা চকৰ্দৌ গাওৰ লগতে ইয়াৰ আশে পাশে থকা গাওসমুহৰ বৃহৎ ক্ষতিসাধন কৰিব । সেইবাবে দ্বৈত ৰেলপথৰ বিৰুদ্ধে চলি আছে আৰু দ্বৈতৰেলপথৰ কাম বন্ধ নকৰিলে চলি থাকিব বুলি হুংকাৰ স্থানীয় ৰাইজৰ ।

Bite1&2..মহিলা প্ৰতিবাদকাৰী ।Conclusion:যদিহে ৰাজ্য চৰকাৰ বা বনবিভাগে এই সন্দৰ্ভত কোনোধৰনৰ ব্যৱস্থাগ্ৰহন নকৰে তেন্তে জংগী আন্দোলন গঢ়ি তোলাৰ লগতে আইনৰ কাষ চপাৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীয়ে ।

Bite 3..প্ৰতিবাদকাৰী ।

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.