ETV Bharat / state

দিন দুপৰতে ডকাইতি লুটি নিলে 50 হাজাৰ টকা

author img

By

Published : Sep 20, 2019, 6:53 PM IST

আমিনগাঁৱৰ অভাৰচিজ বেংকৰ পৰা ধন উলিয়াই আহি থকা চাৰিগৰাকী মহিলাৰ এগৰাকীৰ হাতৰ পৰা বাইকত অহা দুই আৰোহীয়ে 50 হাজাৰ টকাসহ এটা মোবাইল কাঢ়ি নিয়ে ৷ আমিনগাঁৱৰ ৰাজীৱ ভৱনৰ সমীপত সংঘটিত হয় এই চাঞ্চল্যকৰ ডকাইতি কাণ্ড ৷

আমিনগাঁৱত ডকাইতি কাণ্ড

আমিনগাঁও, 20 চেপ্তেম্বৰ : আমিনগাঁৱত শুকুৰবাৰে দিন দুপৰতে সংঘটিত হ'ল এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড ৷ আমিনগাঁৱৰ অভাৰচিজ বেংকৰ পৰা ধন উলিয়াই আহি থকা চাৰিগৰাকী মহিলাৰ এগৰাকীৰ হাতৰ পৰা বাইকত অহা দুই আৰোহীয়ে 50 হাজাৰ টকাসহ এটা মোবাইল কাঢ়ি নিয়ে ৷ আমিনগাঁৱৰ ৰাজীৱ ভৱনৰ সমীপত সংঘটিত হয় এই চাঞ্চল্যকৰ ডকাইতি কাণ্ড ৷

দিন দুপৰতে ডকাইতি লুটি নিলে 50 হাজাৰ টকা

উল্লেখ্য যে,চাংসাৰী ছিলভৰালৰ জননী আত্মসহায়ক গোটৰ চাৰিগৰাকী কৰ্মীয়ে বেংকৰ পৰা উলিয়াই আনিছিল নগদ টকাখিনি। আমিনগাঁৱৰ ৰাস্তাৰে খোজ কাঢ়ি গৈ থকা সময়তে এনেদৰে বেগটো কাঢ়ি লৈ উধাও হয় দুৰ্বৃত্ত দুটা ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত আমিনগাঁও আৰক্ষীক অৱগত কৰা হৈছে যদিও এই পৰ্যন্ত আৰক্ষীয়ে দুৰ্বৃত্তৰ সন্ধানত অনুসন্থান চলাই আছে ৷

Intro:আমিনগাঁও ত দিন দুপৰতে চাঞ্চলকৰ ডকাইতি কাণ্ড।মহিলাৰ হাতৰ পৰা দুৰ্বিতই কাঢ়ি লৈ গল ৫০হাজাৰ টকাৰ বেগ।

Body:আমিনগাঁও ৰ অভাৰচিজ বেংকৰ পৰা ধন উলিয়াই খোজ কাঢ়ি গৈ থাকোতেই মহিলাৰ হাতৰ পৰা বাইকত অহা দুই দুৰ্বিতই লৈ নগদ ৫০হাজাৰ টকা সহ মোবাইল ফোন।আমিনগাঁও ৰ ৰাজীৱ ভৱনৰ সমীপত সংঘটিত হয় এই চাঞ্চলকৰ ডকাইতি ৰ ঘটনা।

Conclusion:চাংসাৰী ছিলভৰালৰ জনীন আত্মসহায়ক গোটৰ কৰ্মী চাৰি গৰাকীযে বেংকৰ পৰা উলিয়াই আনিছিল নগদ ৫০হাজাৰ টকা।আমিনগাঁও ৰ পদ পথেৰে খোজ কাঢ়ি গৈ থাকোঁতে ই বাইকত অহা দুই দুৰ্বৃত্তই মহিলাৰ হাতৰ পৰা টানি লৈ গল টকাৰ বেগটো ।ঘটনা সন্দৰ্ভত আমিনগাঁও আৰক্ষীক অৱগত কৰিছে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.