ETV Bharat / state

জলমগ্ন হাজোৰ কেইবাখনো গাঁও

author img

By

Published : Jul 12, 2019, 9:10 PM IST

পুঠিমাৰী নৈৰ বাঢ়নী পানীয়ে জলমগ্ন কৰিলে হাজোৰ কেইবাখনো গাঁও । ঘটনাস্থলীত উপস্থিত বিধায়িকা সুমন হৰিপ্ৰিয়া আৰু কামৰূপ জিলাৰ উপায়ুক্ত কমল কুমাৰ বৈশ্য আৰু কামৰূপ জিলা আছু নেতা প্ৰকাশ চন্দ্ৰ দাস ।

জলমগ্ন হাজোৰ কেইবাখনো গাঁও

হাজো,১২ জুলাই : হাজোত ক্ৰমাৎ বৃদ্ধি পাইছে বানৰ ভয়াৱহতা। পুঠিমাৰী নৈৰ বাঢ়নী পানীয়ে হাজোৰ মনাহকুছিৰ বৰম্বৈ-হাজো,নয়নপুৰ সংযোগী মথাউৰীটো ছিঙি নিয়ে। ইয়াৰ পাছতে সমগ্ৰ অঞ্চল জলমগ্ন হৈ পৰাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় কেইবাখনো গাঁৱত।

জলমগ্ন হাজোৰ কেইবাখনো গাঁও

ইতিমধ্যে হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়াৰ লগতে আৰু কামৰূপ জিলাৰ উপায়ুক্ত কমল কুমাৰ বৈশ্য আৰু কামৰূপ জিলা আছু নেতা প্ৰকাশ চন্দ্ৰ দাস উপস্থিত হ'ল ঘটনাস্থলীত। ইয়াৰোপৰি,উদ্ধাৰ অভিযানৰ বাবে SDRF দলো আহি সাজু হয়। বিধায়িকা সুমন হৰিপ্ৰিয়াই জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা প্ৰদানৰো আশ্বাস প্ৰদান কৰে ।

Intro:*SLUG-HAJO kusuarbari AFFECTED mathowari
12-7-2019
*হাজোত ক্ৰমাৎ ভয়াবহ বান পৰিস্থিতি। কিছু সময় পূৰ্বে পুঠিমাৰী নৈৰ বাঢ়নী পানীয়ে হাজোৰ মনাহকুছিৰ কঁচুৱাৰবৰীত ছিঙিলে বৰম্বৈ- হাজো নযনপুৰ সংযোগী মথাউৰী। Body:মথাউৰী ছিঙি হুৰহুৰাই পানী সোমোৱাৰ ফলতে হাহাকাৰ কেইবাখনো গাঁওত। জলমগ্ন বিস্তীৰ্ণ অঞ্চল। সমগ্ৰ হাজো নগৰ প্লাবিত হোৱাৰ সম্ভাৱনা।Conclusion:ঘটনাষ্ঠলীত উপস্থিত হাজোৰ বিধাযিকা সুমন হৰিপ্ৰিযাই আৰু কামৰূপ জিলাৰ উপাযুক্ত কমল কুমাৰ বৈশ্যৰ লগতে কামৰূপ জিলা আছু নেতা
প্ৰকাশ চন্দ্ৰ দাস । উদ্ধাৰ অভিযান নামিব SDRF.।জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা প্ৰদানৰ আশ্বাস হাজোৰ বিধাযিকাৰ।
বাইত- বিধাযিকা হাজো
প্ৰকাশ চন্দ্ৰ দাস আছু নেতা
বানপীৰিতী লোক।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.