ETV Bharat / state

আজাৰাত ডকাইতি কাণ্ড

কামৰূপৰ কমলপুৰ আজাৰাত ডকাইতি কাণ্ড ৷ ডকাইতৰ দলটোৰ এগৰাকী সদস্যক আটক কৰিবলৈ যাওঁতে জাহাংগীৰ আলীৰ পুত্ৰ জাহিৰ আলী আঘাতপ্ৰাপ্ত হয়৷

author img

By

Published : Sep 21, 2019, 12:36 PM IST

আজাৰাত ডকাইতৰ দলৰ তাণ্ডৱ

বাইহাটা, 21 চেপ্টেম্বৰঃ শুকুৰবাৰে নিশা কামৰূপৰ কমলপুৰ আজাৰাত এক ডকাইতি কাণ্ড সংঘটিত হয়৷ নিশা তিনিজনীয়া ডকাইতৰ দলে জাহাংগীৰ আলী নামৰ এজন লোকৰ ঘৰৰ গৃহস্থক তৰোৱালেৰে আক্ৰমণ কৰে ৷

আজাৰাত ডকাইতৰ দলৰ তাণ্ডৱ

ডকাইতৰ দলটোৰ এগৰাকী সদস্যক আটক কৰিবলৈ যাওঁতে জাহাংগীৰ আলীৰ পুত্ৰ জাহিৰ আলী আঘাতপ্ৰাপ্ত হয় ৷ অৱশ্যে পৰিয়ালটোৱে চিঞৰ বাখৰ কৰাত ঘটনাস্থলীত ওচৰ-চুবুৰীয়া উপস্থিত হয় আৰু ডকাইতৰ দলটোৱে পলায়ন কৰে ৷ আনহাতে স্থানীয় লোকে ডকাইতৰ দলটোৰ দ্বাৰা ব্যৱহৃত চেন্ট্ৰ' বাহনখন জব্দ কৰে ৷ ইয়াৰ পাচতে জব্দকৃত AS-12B-0482 নম্বৰৰ চেন্ট্ৰ বাহন খন স্থানীয় লোকে কমলপুৰ আৰক্ষীক চমজাই দিয়ে ৷ ডকাইতৰ দলটোৱে কোনো সা-সম্পত্তি ডকাইতি কৰিবলৈ সক্ষম নহ'ল যদিও সমগ্ৰ ঘটনাক লৈ বৃহত্তৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷

Intro:Baihata Kamalpur Docaiti Kandya

V/O:---কামৰূপৰ কমলপুৰ আজাৰাত নিশা ডকাইতি কাণ্ড। তিনিজনীয়া ডকাইতৰ দলৰ তাণ্ডব আজাৰাত। প্ৰচণ্ড তৰোৱালেৰে ডকাইতে আক্ৰমণ কৰিলে গৃহস্থক । ডকাইতৰ তৰোৱালৰ আঘাতত আঘাতপ্ৰাপ্ত হল এজন। আজাৰাৰ জাহাংগীৰ আলিৰ বাসগৃহত নিশা ডকাইতৰ দলটোবে কৰে আক্ৰমণ । পৰিয়ালটোৱে চিঞৰ বাখৰ কৰাত ওচৰ চুবুৰীয়া অহাত ডকাইতৰ দলৰ পলায়ন। ডকাইতৰ দলৰ এগৰাকী সদস্য কৰায়ত্ব কৰিবলৈ যাওঁতে তৰোৱালৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হয় জাহাংগীৰ আলিৰ পুত্ৰ জাহিৰ আলি । স্থানীয় লোক সকলে জব্দ কৰে ডকাইতে ব্যৱহাৰ কৰা চেন্ট্ৰ বাহন। জব্দকৃত AS-12B-0482 নম্বৰৰ ডকাইতে ব্যৱহাৰ কৰা চেন্ট্ৰ বাহন খন স্হানীয় লোক সকলে চমজাই দিয়ে কমলপুৰ আৰক্ষীক। ডকাইতৰ দলটোবে কোনো সা সম্পত্তি ডকাইতি কৰিবলৈ সক্ষম নহল যদিও সমগ্ৰ ঘটনাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে বৃহত্তৰ অঞ্চলটো ত ।
Byte:---Body:
.Conclusion:.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.