ETV Bharat / state

মাওবাদীৰ আক্ৰমণত শ্বহীদ অসমৰ বীৰ পুত্ৰ - মাওবাদী

ঝাৰখণ্ডৰ চাৰিকেলা জিলাৰ ঘন অৰণ্যত মাওবাদীৰ আই ই ডি বিস্ফোৰণত গুৰুতৰভাৱে আহত হৈছিল সুনীল কলিতা নামৰ কোব্ৰা জোৱান গৰাকী । আঘাত গুৰুতৰ হোৱাত জোৱান জনক দিল্লীৰ এইমচত ভৰ্তি কৰাই যদিও বৃহস্পতিবাৰে বিয়লি প্ৰায় 7 বাজি 40 মিনিটত মৃত্যুৰ ওচৰত হাৰ মানে বীৰ জোৱানগৰাকীয়ে ।

Maoist attack in Jharkhand
author img

By

Published : Jun 14, 2019, 11:09 AM IST

বাইহাটা চাৰিআলি,14 জুন : পুনৰ দেশৰ হকে প্ৰাণ দি শ্বহীদ হ’ল কামৰূপ জিলাৰ ৰঙিয়া মহকুমাৰ ডিমু পালৰা গাঁৱৰ সুনীল কলিতা । দুমাহ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল জোৱানগৰাকী ৷

মাওবাদীৰ আক্ৰমণত শ্বহীদ অসমৰ বীৰ পুত্ৰ

ঝাৰখণ্ডৰ চাৰিকেলা জিলাৰ ঘন অৰণ্যত মাওবাদীৰ আই ই ডি বিস্ফোৰণত গুৰুতৰভাৱে আহত হৈছিল সুনীল কলিতা নামৰ কোব্ৰা জোৱান গৰাকী । আঘাত গুৰুতৰ হোৱাত জোৱান জনক দিল্লীৰ এইমচত ভৰ্তি কৰাই যদিও যোৱা বৃহস্পতিবাৰে বিয়লি প্ৰায় 7 বাজি 40 মিনিটত মৃত্যুৰ ওচৰত হাৰ মানে বীৰ জোৱানগৰাকীয়ে । পালৰা গাঁৱৰ মদন কলিতা আৰু কৈশল্যা কলিতাৰ বৰ পুত্ৰ আছিল সুনীল । সৰুৰে পৰা অতি নম্ৰ তথা ভাল ক্ৰিকেট খেলুৱৈ ৰূপে পৰিচিত সুনীল 2011 চনত চি আৰ পি এফ ত যোগদান কৰে । 209 নং কোব্ৰা বেটেলিয়ন কামাণ্ডো ৰূপে কৰ্মৰত সুনীল কলিতাৰ মৃত্যুত শোকৰ ছাঁ পৰিছে সমগ্ৰ ৰাজ্যতে । বীৰ জোৱানগৰাকীয়ে মাথো দুমাহ পূৰ্বে বিবাহ পাশত আবদ্ধ হৈছিল ৷

Intro:KAMRUP DIMU CRPF SWAHID

পুনৰ দেশৰ হকে প্ৰাণ দি শ্বহীদ হল কামৰূপ জিলাৰ ৰঙিয়া মহকুমাৰ ডিমু পালৰা গাওঁ ৰ সুনীল কলিতা।উল্লেখযোগ্য যে ঝাৰখণ্ড ৰ চাৰি কেলা জিলাৰ ঘন অৰণ্যত মাও বাদীৰ আই ই ডি বিস্ফোৰণ ত গুৰুতৰ ভাবে আহত হৈছিল সুনীল কলিতা নামৰ কোব্ৰা জোঁৱান গৰাকী ।পিছত আঘাত গুৰুতৰ হোৱা ত জোঁৱান জনক দিল্লীৰ এ ই ম চ ত ভৰ্তি কৰাই যদিও যোৱা কালি গধূলি 7,40 মিনিটত মৃত্যুৰ ওচৰত হাৰ মানে বীৰ জোবান গৰাকীয়ে ।পালৰা গাঁওৰ মদন কলিতা আৰু কৈশল্য কলিতাৰ বৰ পুত্ৰ আছিল সুনীল।সৰুৰে পৰা অতি নম্ৰ তথা ভাল ক্ৰিকেট খেলুৱৈ ৰূপে পৰিচিত সুনীল2011 চন ত চি আৰ পি এফ ত যোগদান কৰে।209 নং কোব্র বেটেলিয়ন কামাণ্ডো ৰূপে কৰ্ম ৰত সুনীল কলিতাৰ মৃত্যু ত শোকৰ ছাঁ পৰিছে সমগ্ৰ ৰাজ্য তে। বীৰ জোবান গৰাকীয়ে মাথো দুমাহ পূৰ্বে বিবাহ পাশত আবদ্ধ হৈছিল।
বিভিন্ন জনে শোক প্ৰকাশ কৰিছে জোঁৱান জনৰ মৃত্যুত ।বাতৰি লিখা পৰলৈ জোঁৱান জনৰ মৃত দেহ ঘৰলৈ অনা নাই।ইতিমধ্যেই প্ৰশাসন ৰ লোক দুই এজন আহিছে সুনীলৰ ঘৰলৈ।শোকত ভাগি পৰিছে সুনীলৰ পৰিয়াল।মাক দেউতাক আত্মীয় কুটুম্ব সকলো।
Body:.Conclusion:.
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.