ETV Bharat / state

এটা ফেচবুক পোষ্টক লৈ কিয় গৰম হ’ল সুমন ?

author img

By

Published : Jun 10, 2019, 9:13 PM IST

"২০২১ ত হাজোৰ পৰা সুমন হাৰিপ্ৰিয়াই প্ৰাৰ্থিত্ব নাপায় । মাতৃৰ দৰে অৱস্থা হ'ব সুমনৰ ৷ " ফেচবুকত এনেদৰে পোষ্ট দি বিপদত কংগ্ৰেছ নেতা দুলু আহমেদ ৷

এটা ফেচবুক পোষ্টক লৈ গৰম সুমন হৰিপ্ৰিয়া

হাজো, 10 জুন : কংগ্ৰেছ নেতা দুলু আহমেদৰ এটা ফেচবুক পোষ্ট ৷ এই ফেচবুক পোষ্টক লৈ এতিয়া হাজোত বলিছে গৰম ৰাজনৈতিক বতাহ ৷ কংগ্ৰেছ নেতা দুলু আহমেদৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছে সমষ্টিটোৰ বিধায়িকা সুমন হাৰিপ্ৰিয়াৰ লগতে তেওঁৰ সমৰ্থকসকল । "২০২১ ত হাজোৰ পৰা সুমন হাৰিপ্ৰিয়াই প্ৰাৰ্থিত্ব নাপায় । বিজেপিয়ে প্ৰাৰ্থিত্ব নিদিয়ে সুমন হাৰিপ্ৰিয়াক । মাতৃৰ দৰে অৱস্থা হ'ব । প্ৰাৰ্থিত্ব নোপোৱাৰ আগজাননী পাই নিজা ঘৰ নহয়, ভাড়া ঘৰলৈহে হাজোত আছে সুমন । বিগত লোকসভা নিৰ্বাচনত হাজোত বিজেপি হাৰিছে । কংগ্ৰেছত কৈ কম ভোট পাইছে বিজেপিয়ে সেয়ে প্ৰাৰ্থিত্ব নাপায় সুমন হাৰিপ্ৰিয়াই । এনে কিছু কথাৰে দুলু আহমেদে দিয়া ফেচবুক পোষ্টক লৈ এতিয়া গৰম হৈ পৰিছে হাজোৰ ৰাজনীতি ।

এটা ফেচবুক পোষ্টক লৈ গৰম সুমন হৰিপ্ৰিয়া

এই পোষ্টৰ পাচতে সুমনে উভতি ধৰিছে দুলু আহমেদক ৷ "হাজোৰ ৰাইজৰ মাজত দুলুৰ কোনো ভীতি নাই । দুলুক বিদায় দিব হাজোৰ ৰাইজে ।" সোমবাৰে মণ্ডল বিজেপিৰ কাৰ্যকর্তাক লগত লৈ এক সংবাদমেল আয়োজন কৰি দুলুক উভতি ধৰিলে সুমন হৰিপ্ৰিয়াই । লগতে দুলু আহমেদৰ বিৰুদ্ধে আদালতত মান হানি গোচৰ তৰিব বুলিও উল্লেখ কৰে বিধায়িকাগৰাকীয়ে ৷

VISUALS SEND BY FTP
10.06.19
Slug- HAJO- MLA SUMAN PRESS  MEET VS DULU AHMED
এটা ফেচবুক পোষ্টক লৈ গৰম হৈছে হাজোৰ ৰাজনীতি

SCRIPT- কংগ্ৰেছ নেতা দুলু আহমেদৰ এটা ফেচবুক পোষ্ট ! এই ফেচবুক পোষ্টক লৈ এতিয়া হাজোত গৰম হৈছে ৰাজনৈতিক বতাহ। জাঙুৰ খাই উঠিছে হাজো সমষ্টিৰ MLA সুমন হাৰিপ্ৰিয়া। কংগ্ৰেছ নেতা দুলু আহমেদৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছে সুমন হাৰিপ্ৰিয়া। কিন্তু কি আছিল সেই ফেচবুক পোষ্টত!!! ২০২১ ত হাজোৰ পৰা সুমন হাৰিপ্ৰিয়াই প্ৰাৰ্থীত্ব নাপায়। BJP য়ে প্ৰাৰ্থীত্ব নিদিয়ে সুমন হাৰিপ্ৰিয়াক। মাতৃৰ দৰে অৱস্থা হব। প্ৰাৰ্থীত্ব নোপোৱাৰ আগজাননী পাই নিজা ঘৰ নহয় ভাড়া ঘৰ লৈহে হাজোত আছে সুমন। বিগত লোক সভা নিৰ্বাচনত হাজোত BJP হাৰিছে। কংগ্ৰেছত কৈ কম ভোট পাইছে BJP য়ে সেয়ে প্ৰাৰ্থীত্ব নাপাই সুমন হাৰিপ্ৰিয়াই। এনে কিছু কথাৰে দুলু আহমেডে দিয়া ফেচবুক পোষ্টক লৈ গৰম হৈ পৰিছে হাজোৰ ৰাজনীতি। সুমনে উভতি ধৰিছে দুলুক হাজোৰ ৰাইজৰ মাজত দুলুৰ নাই কোনো ভিত্তি। দুলুক বিদায় দিব হাজোৰ ৰাইজে। আজি মণ্ডল BJP ৰ কাৰ্য কর্তাক লগত লৈ এক সংবাদ মেল আয়োজন কৰি দুলুক উভতি ধৰিলে সুমনে। দুলু আহমেদৰ বিৰুদ্ধে হাজো থানাত এজাহাৰ দিবলৈ সাজু সুমন। আদালতত মান হানি গোচৰ তৰিব দুলু আহমেদৰ বিৰুদ্ধে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.