হাজো,2 জুলাই: আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধিছে হাজো কংগ্ৰেছে ৷ মিছন 80ৰ লক্ষ্যৰে সোমবাৰে হাজোত অনুষ্ঠিত হয় কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহক ৷ বিগত নিৰ্বাচনৰ খুটি নাতি বিচাৰ কৰি পৰ্যালোচনা কৰা হয় এপিচিচিৰ সম্পাদক তথা বিগত নিৰ্বাচনৰ হাজোৰ কংগ্ৰেছ প্ৰাৰ্থী দুলু আহমেদৰ নেতৃত্বত আয়োজিত এই কাৰ্যনিৰ্বাহকত ৷ কংগ্ৰেছ নেতা গৰাকীয়ে কাৰ্যনিৰ্বাহকত কয় যে, আগন্তুক বিধানসভা নিৰ্বাচনত সমগ্ৰ অসমত কংগ্ৰেছে লাভ কৰিব 80 খন আসন ৷ সেই 80 খন আসনৰ ভিতৰত থাকিব বৰ্তমান বিজেপিৰ বিধায়িকা সুমন হাৰিপ্ৰিয়াৰ দখলত থকা হাজো সমষ্টি ৷ লগতে কয় যে, তেওঁৰ নেতৃত্বত বিগত পঞ্চায়ত নিৰ্বাচন আৰু লোকসভা নিৰ্বাচনত সমষ্টিটোত ভাল ফল দেখুৱাইছিল কংগ্ৰেছে ৷ এপিচিচিৰ সম্পাদক গৰাকীয়ে স্থানীয় বিধায়িকা সুমন হাৰিপ্ৰিয়াক সমালোচনা কৰি কয় যে, 2021 ৰ নিৰ্বাচনত বিজেপিৰ পৰা প্ৰাৰ্থীত্ব নাপাই সুমন হাৰিপ্ৰিয়াই ৷ আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপি নেতৃত্বই অন্য প্ৰাৰ্থী প্ৰক্ষেপ কৰিব হাজো সমষ্টিত ৷ লগতে কথা ক'ব নজনা অপৰিপক্ক বিধায়িকাৰ হাজোত কি কাম আছে বুলি কটাক্ষ দুলু আহমেদৰ ৷ কিছুদিন পূৰ্বে বিধায়িকা সুমন হাৰিপ্ৰিয়াই দুলু আহমেদৰ বিৰুদ্ধে বিভিন্ন অভিযোগ তুলি গোচৰ দিয়া প্ৰসংগত,সুমনে এটা গোচৰ দিলে মই দহটা গোচৰ দিম বুলি মন্তব্য কংগ্ৰেছ নেতা গৰাকীৰ ৷ কাৰ্যনিৰ্বাহকত এপিচিচিৰ সম্পাদক গৰাকীয়ে উল্লেখ কৰে যে,5 বছৰ কংগ্ৰেছ দল শাসনত থকাৰ সময়ত যিদৰে বিজেপি কৰ্মী সকলে ধৈৰ্য ধৰি দল পৰিচালনা কৰিছিল সেইদৰে কংগ্ৰেছ কৰ্মীয়েও ধৈৰ্য ধৰিছে 2021ৰ বিধানসভা নিৰ্বাচনলৈ। সভাত কংগ্ৰেছ কৰ্মীক উদ্দেশ্যি দুলু আহমেদৰ মন্তব্য ৰাজনীতিত ক্ষমতা কাৰো বাবে স্থায়ী নহয়,ভাল দিন আহি আছে কংগ্ৰেছৰ ৷
2021ৰ নিৰ্বাচনত বিজেপিৰ পৰা প্ৰাৰ্থীত্ব নাপাই সুমন হাৰিপ্ৰিয়াই: দুলু আহমেদ - কংগ্ৰেছ
কথা ক'ব নজনা অপৰিপক্ক বিধায়িকাৰ হাজোত কি কাম আছে বুলি কটাক্ষ দুলু আহমেদৰ ৷ কিছুদিন পূৰ্বে বিধায়িকা সুমন হাৰিপ্ৰিয়াই দুলু আহমেদৰ বিৰুদ্ধে বিভিন্ন অভিযোগ তুলি গোচৰ দিয়া প্ৰসংগত,সুমনে এটা গোচৰ দিলে মই দহটা গোচৰ দিম বুলি মন্তব্য কংগ্ৰেছ নেতা গৰাকীৰ ৷
হাজো,2 জুলাই: আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধিছে হাজো কংগ্ৰেছে ৷ মিছন 80ৰ লক্ষ্যৰে সোমবাৰে হাজোত অনুষ্ঠিত হয় কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহক ৷ বিগত নিৰ্বাচনৰ খুটি নাতি বিচাৰ কৰি পৰ্যালোচনা কৰা হয় এপিচিচিৰ সম্পাদক তথা বিগত নিৰ্বাচনৰ হাজোৰ কংগ্ৰেছ প্ৰাৰ্থী দুলু আহমেদৰ নেতৃত্বত আয়োজিত এই কাৰ্যনিৰ্বাহকত ৷ কংগ্ৰেছ নেতা গৰাকীয়ে কাৰ্যনিৰ্বাহকত কয় যে, আগন্তুক বিধানসভা নিৰ্বাচনত সমগ্ৰ অসমত কংগ্ৰেছে লাভ কৰিব 80 খন আসন ৷ সেই 80 খন আসনৰ ভিতৰত থাকিব বৰ্তমান বিজেপিৰ বিধায়িকা সুমন হাৰিপ্ৰিয়াৰ দখলত থকা হাজো সমষ্টি ৷ লগতে কয় যে, তেওঁৰ নেতৃত্বত বিগত পঞ্চায়ত নিৰ্বাচন আৰু লোকসভা নিৰ্বাচনত সমষ্টিটোত ভাল ফল দেখুৱাইছিল কংগ্ৰেছে ৷ এপিচিচিৰ সম্পাদক গৰাকীয়ে স্থানীয় বিধায়িকা সুমন হাৰিপ্ৰিয়াক সমালোচনা কৰি কয় যে, 2021 ৰ নিৰ্বাচনত বিজেপিৰ পৰা প্ৰাৰ্থীত্ব নাপাই সুমন হাৰিপ্ৰিয়াই ৷ আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপি নেতৃত্বই অন্য প্ৰাৰ্থী প্ৰক্ষেপ কৰিব হাজো সমষ্টিত ৷ লগতে কথা ক'ব নজনা অপৰিপক্ক বিধায়িকাৰ হাজোত কি কাম আছে বুলি কটাক্ষ দুলু আহমেদৰ ৷ কিছুদিন পূৰ্বে বিধায়িকা সুমন হাৰিপ্ৰিয়াই দুলু আহমেদৰ বিৰুদ্ধে বিভিন্ন অভিযোগ তুলি গোচৰ দিয়া প্ৰসংগত,সুমনে এটা গোচৰ দিলে মই দহটা গোচৰ দিম বুলি মন্তব্য কংগ্ৰেছ নেতা গৰাকীৰ ৷ কাৰ্যনিৰ্বাহকত এপিচিচিৰ সম্পাদক গৰাকীয়ে উল্লেখ কৰে যে,5 বছৰ কংগ্ৰেছ দল শাসনত থকাৰ সময়ত যিদৰে বিজেপি কৰ্মী সকলে ধৈৰ্য ধৰি দল পৰিচালনা কৰিছিল সেইদৰে কংগ্ৰেছ কৰ্মীয়েও ধৈৰ্য ধৰিছে 2021ৰ বিধানসভা নিৰ্বাচনলৈ। সভাত কংগ্ৰেছ কৰ্মীক উদ্দেশ্যি দুলু আহমেদৰ মন্তব্য ৰাজনীতিত ক্ষমতা কাৰো বাবে স্থায়ী নহয়,ভাল দিন আহি আছে কংগ্ৰেছৰ ৷
Slug- HAJO- CONGRESS MISSION 80
01-7-2019
*আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধিছে হাজোৰ কংগ্ৰেছে*
Script- লক্ষ্য 2021 কঁকালত টঙালি বান্ধিছে কংগ্ৰেছে হাজোত কংগ্ৰেছৰ বৰ্দ্ধিত কাৰ্যনিৰ্বাহ। বিগত নিৰ্বাচনৰ খুটি নাতি বিচাৰ কৰি পৰ্য্যালোচনা। নেতৃত্বত APCC ৰ সম্পাদক তথা বিগত নিৰ্বাচনৰ হাজোৰ কংগ্ৰেছ প্ৰাৰ্থী দুলু আহমেদ। সমগ্ৰ অসমত কংগ্ৰেছে ৮০ খন আসন লাভ কৰিব। সেই ৮০ৰ ভিতৰত থাকিব বৰ্তমান সুমন হাৰিপ্ৰিয়াৰ দশলত থকা হাজো সমষ্টি। বিগত পঞ্চায়ত নিৰ্বাচন আৰু লোকসভা নিৰ্বাচনত দুলু আহমেদৰ নেতৃত্বত ভাল ফল দেখুৱাইছিল কংগ্ৰেছে। শাসকীয় দলৰ বিধায়ক থকা সমষ্টিটোত পূৰ্বৰ নিৰ্বাচন সমূহত কংগ্ৰেছে BJP তকৈ ভাল ফল দেখুৱা বাবে অধিক আত্মবিশ্বাসী হৈ পৰিছে দুলু আহমেদ। এইবাৰ কংগ্ৰেছে হাজো দখল কৰিব কৰিব বুলি কৈ সুমন হাৰিপ্ৰিয়াক আক্ৰমণ- 2021 BJP ৰ টিকট নাপাই সুমন হাৰিপ্ৰিয়াই। BJP ৰ নেতৃত্বই অন্য প্ৰাৰ্থী প্ৰক্ষেপ কৰিব হাজোত। কথা কব নজনা অপৰিপক্ক বিধায়িকাৰ হাজোত কি কাম আছে বুলি কটাক্ষ দুলু আহমেদৰ। কিছুদিন পূৰ্বে বিধায়িকা সুমন হাৰিপ্ৰিয়াই দুলু আহমেদৰ বিৰুদ্ধে বিভিন্ন অভিযোগ তুলি গোচৰ দিয়াৰ ভাবুকি দিছিল কিন্তু থমকি ৰল সুমন। সুমনে এটা গোচৰ দিলে মই দহটা গোচৰ দিম কলে দুলুয়ে। ১৫ বছৰ কংগ্ৰেছ দল শাসনত থকা থকা সময়ত যিদৰে BJP কৰ্মী সকলে যি দৰে ধৈৰ্য ধৰি দল পৰিচালনা কৰিছিল সেইদৰে কংগ্ৰেছ কৰ্মীয়েও ধৈৰ্য্য ধৰিছে 2021 বিধানসভালৈ। ৰাজনীতিত ক্ষমতা কাৰো বাবে স্থায়ী নহয়- ভাল দিন আহিছে কংগ্ৰেছৰ।Body:.Conclusion:.