ETV Bharat / state

বানৰ পিছৰ বিভীষিকা ! - কংগ্ৰেছ

যোৱা কালিৰ পৰা কিছু উন্নত হৈছে ৰাজ্যৰ বান পৰিস্থিতি । ৰাজ্যত সৃষ্টি হৈছে বানৰ পৰৱৰ্তী দৃশ্য ৷ বান কমি অহাৰ লগে লগে বিভিন্ন ৰোগত আক্ৰান্ত হৈছে আশ্ৰয় শিবিৰৰ লোক

হাজোৰ বানাক্ৰান্ত অঞ্চলত বিভিন্ন খাদ্য সামগ্ৰী বিতৰণ হাজো কংগ্ৰেছৰ নেতা দুলু আহমেদৰ
author img

By

Published : Jul 19, 2019, 6:24 PM IST

Updated : Jul 20, 2019, 5:29 PM IST


হাজো,20 জুলাই : অবশেষত বিদেশৰ পৰা নিজ সমষ্টিত কংগ্ৰেছ নেতা দুলু আহমেদ । হাজোৰ কংগ্ৰেছ নেতা কৰ্মীৰ এটা দলক লৈ দুলু আহমেদে পৰিদৰ্শন কৰে হাজোৰ কেইবাটাও বান বিধস্ত অঞ্চল । বানাক্ৰান্তৰ মাজত বিতৰণ কৰে বিভিন্ন খাদ্য সামগ্ৰীৰ লগতে বিশুদ্ধ খোৱা পানী । বানাক্ৰান্ত লোক সকলৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি তিনি দিনৰ ভিতৰত হাজোৰ ৪ টা জিলা পৰিষদৰ অধীনৰ বানপীড়িত অঞ্চলত একেলগে ৪ টা স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰাৰ কথা সদৰী কৰিছে । কাৰণ পানী শুকাই যোৱাৰ পিছতেই বানাক্ৰান্ত অঞ্চল সমূহত দেখা দিয়ে বিভিন্ন ৰোগে । ইতিমধ্যে হাজোৰ আশ্ৰয় শিবিৰত আৰম্ভ হৈছে বিভিন্ন বেমাৰ আজাৰ । সমষ্টি বাসীৰ দু দিনৰ সময়ত কোনেও ৰাজনীতি নকৰি বানাক্ৰান্তৰ ওচৰত একেলগে থিয় দিবলৈ আহ্বান দুলু আহমেদৰ ।

অবশেষত বিদেশৰ পৰা নিজ সমষ্টিত কংগ্ৰেছ নেতা দুলু আহমেদ
Intro:
*হাজোৰ বানাক্ৰান্ত অঞ্চলত বিভিন্ন খাদ্য সামগ্ৰী বিতৰণ হাজো কংগ্ৰেছৰ ডেৰ দশকৰ পিছত ভয়াবহ বানত সৰ্বাধিক ক্ষতিৰ সন্মূখীন হাজো। হাজোৰ বানাক্ৰান্তৰ কাষত থিয় দিছে হাজোৰ শাসক বিৰোধী সকলো। Body:বিদেশৰ ব্যক্তিগত ভ্ৰমণ সূচী বাতিল কৰি ইংলেণ্ডৰ পৰা হাজোৰ বানাক্ৰান্তৰ কাষলৈ ঢপলিয়াই আহিছে কংগ্ৰেছ নেতা দুলু আহমেদ। হাজোৰ কংগ্ৰেছ নেতা কৰ্মীৰ এটা দলক লৈ দুলু আহমেদে পৰিদৰ্শন কৰে হাজোৰ কেইবাটাও বান বিধস্ত অঞ্চল। বানাক্ৰান্তৰ মাজত বিতৰণ কৰে বিভিন্ন খাদ্য সামগ্ৰীৰ লগতে বিশুদ্ধ খোৱা পানী। হাজোৰ বানাক্ৰান্তক সকলো ধৰণৰ সহায়ৰ আশ্বাস দিয়ে। বানাক্ৰান্ত লোক সকলৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি তিনি দিনৰ ভিতৰত হাজোৰ ৪টা জিলা পৰিষদৰ অধীনৰ বানপীড়িত অঞ্চলত একেলগে ৪টা স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰাৰ কথা সদৰী কৰিছে। কাৰণ পানী শুকাই যোৱাৰ পিছতেই বানাক্ৰান্ত অঞ্চল সমূহত দেখা দিয়ে বিভিন্ন ৰোগে। Conclusion:ইতিমধ্যে হাজোৰ আশ্ৰয় শিবিৰত আৰম্ভ হৈছে বিভিন্ন বেমাৰ আজাৰ। সমষ্টি বাসীৰ দু দিনৰ সময়ত কোনেও ৰাজনীতি নকৰি বানাক্ৰান্তৰ ওচৰত একেলগে থিয় দিবলৈ আহ্বান দুলু আহমেদৰ।
Last Updated : Jul 20, 2019, 5:29 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.