ETV Bharat / state

হিন্দীতে সোণোৱালে ক'লে "মে কিষাণ কা বেটা হু"... - মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

ভাৰতীয় জনতা পাৰ্টিৰ কিষাণ মৰ্চা অসম প্ৰদেশৰ উদ্যোগত 3 দিনীয়া বিশেষ প্ৰশিক্ষণ শিবিৰ মুকলি ৷ প্ৰশিক্ষণ শিবিৰটো মুকলি কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

কৃষকৰ বাবে বিশেষ প্ৰশিক্ষণ শিবিৰৰ মুকলি
author img

By

Published : Sep 19, 2019, 8:22 PM IST

কামৰূপ , 19 চেপ্তেম্বৰঃ "মে কিষাণ কা বেটা হু"-বৃহস্পতিবাৰে SIPPRDৰ কাঁহিকুচিস্থিত কেন্দ্ৰত ভাৰতীয় জনতা পাৰ্টিৰ কিষাণ মৰ্চা অসম প্ৰদেশৰ উদ্যোগত আয়োজিত এক অনুষ্ঠানত অংশ লৈ এনেদৰেই কৃষকক উদ্দেশ্যি ভাষণ প্ৰদান কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

কৃষকৰ বাবে বিশেষ প্ৰশিক্ষণ শিবিৰৰ মুকলি

প্ৰধানমন্ত্ৰীৰ ঘোষণামৰ্মে ২০২২ চনৰ ভিতৰত দেশৰ কৃষকসকলৰ উৎপাদন আৰু উপাৰ্জন দুগুণ কৰিবৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে আঁচনি গ্ৰহণ কৰি অহাৰ সময়তে বৃহস্পতিবাৰে SIPPRDৰ কাঁহিকুচিস্থিত কেন্দ্ৰত ভাৰতীয় জনতা পাৰ্টিৰ কিষাণ মৰ্চা অসম প্ৰদেশৰ উদ্যোগত বিশেষ প্ৰশিক্ষণ শিবিৰ মুকলি কৰা হয় ৷ তিনি দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা সমগ্ৰ উত্তৰ পূৱৰ কিষাণ মৰ্চাৰ সকলো বিষয় ববীয়া, জিলা সভাপতি, ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সদস্য সকলৰ প্ৰশিক্ষণ শিবিৰটো মুকলি কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ কিষাণ মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি বীৰেন্দ্ৰ সিং ,ভাৰতীয় জনতা পাৰ্টীৰ উত্তৰ-পূৱৰ সাংগঠনিক সম্পাদক অজয় জামোৱাল ,ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ সাংগঠনিক সম্পাদক ফনিন্দৰ শৰ্মা , কিষাণ মৰ্চাৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা উত্তৰ পূৱৰ প্ৰভাৰী ডঃ শম্ভূ কুমাৰ উপস্থিত থকা অনুষ্ঠানটোত দেশৰ কৃষক সকলৰ উন্নতিৰ বাবে সকলো সুবিধা প্ৰদান কৰাৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

Intro:ভাৰতীয় জনতা পাৰ্টীৰ কিষাণ মৰ্চা অসম প্ৰদেশৰ উদ্যোগত বিশেষ প্ৰশিক্ষণ শিবিৰ মুকলি কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ।
Body:Vo..প্ৰধানমন্ত্ৰীৰ ঘোষণা ২০২২ৰ ভিতৰত দেশৰ কৃষকসকলৰ উৎপাদন আৰু উপাৰ্জন যেন দুগুন হয় তাৰবাবে বহু আচনি গ্ৰহন কৰি অহাৰ সময়তে আজি ১৯ ছেপ্তেম্বৰ বৃহস্পতিবাৰে SIPPRDৰ কাঁহিকুচিস্থিত কেন্দ্ৰত ভাৰতীয় জনতা পাৰ্টিৰ কিষাণ মৰ্চা অসম প্ৰদেশৰ উদ্যোগত সমগ্ৰ উত্তৰ পূৱৰ কিষাণ মৰ্চাৰ সকলো বিষয় ববীয়া, জিলা সভাপতি, ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সদস্য সকলৰ বিশেষ ৩ দিনীয়া প্ৰশিক্ষণ শিবিৰ অনুস্থিত কৰা হয় । তিনিদিনীয়াকৈ অনুষ্ঠিত হবলগীয়া
এই 'প্ৰশিক্ষণ শিবিৰৰ শুভাৰম্ভ কৰে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে । লগতে এই প্ৰশিক্ষণ শিবিৰ উদ্বোধন অনুষ্ঠানত কিষাণ মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি বীৰেন্দ্ৰ সিং ,ভাৰতীয় জনতা পাৰ্টীৰ উত্তৰ- পূৱৰ সাংগঠনিক সম্পাদক অজয় জামোৱাল ,ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ সাংগঠনিক সম্পাদক ফনিন্দ্র শৰ্মা,কিষাণ মৰ্চাৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা উত্তৰ পূৱৰ প্ৰভাৰী ডঃ সম্ভূ কুমাৰ উপস্থিত থাকে ।
কৃষক সকলে কঠোৰ পৰিশ্ৰম কৰিলে হে দেশ উন্নতিৰ পথত যাব । প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ কৃষক সকলৰ বাবে যি ধৰণৰ সুবিধা প্ৰদান কৰিছে তাৰ বাবে প্ৰধান মন্ত্ৰীক ধন্যবাদ জনালে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱালে । লগতে কৃষক সকলৰ উৎপাদিত সামগ্ৰী সমূহ দেশৰ ভিতৰে বাহিৰে বিক্ৰীৰ বাবে ৰেল তথা
বিমান সেৱাৰ যি সুবিধা কৰি দিছে এই বিষয়ে উপস্থিত কৃষক সকলক আগত ভাষণ প্ৰদান কৰে । Conclusion:লগতে এই প্ৰশিক্ষণ শিবিৰ শুভাৰম্ভ কৰি কৃষক উৎসাহিত কৰাৰ লগতে দুগুন উৎসাহেৰে কাম কৰি যাবলৈ আহ্বান জনাই ।

Bite...CM

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.