ETV Bharat / state

ছয়গাঁৱৰ জামবাৰীত শিশুৰ সলিল সমাধি

author img

By

Published : Jun 8, 2020, 8:57 PM IST

সমনীয়াৰ সৈতে খেলি থকা অৱস্থাত হঠাৎ পানীত পৰি মৃত্যু হয় ছয়গাঁৱৰ জামবাৰীৰ এটি 9 বছৰীয়া শিশুৰ ৷

CHILD DROWNED IN A POND IN BOKO
CHILD DROWNED IN A POND IN BOKO

কামৰূপ, 8 জুনঃ ছয়গাঁৱৰ জামবাৰীত নিজ গৃহৰ সমীপৰে এটা পুখুৰীত পৰি মৃত্যু ৯ বছৰীয়া এটি শিশুৰ ৷ সমনীয়াৰ সৈতে খেলি থকা অৱস্থাত হঠাৎ পানী পৰে শিশুটি ৷ বহু সময়লৈকে শিশুটিক নেদেখি বিচাৰি ফুৰোতেই পৰিয়ালৰ লোকে পুখুৰীত উপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে ৷ পৰিয়ালৰ লোকে শিশুটি উদ্ধাৰ কৰে যদিও,তেতিয়ালৈকে মৃত্যু হৈছিল কণমানিটোৰ ৷ সুমন দাস নামৰ শিশুটিৰ মৃত্যুত পৰিয়ালৰ লগতে শোকত ভাগি সমগ্ৰ অঞ্চলবাসী ৷

ছয়গাঁৱৰ জামবাৰীত শিশুৰ সলিল সমাধি

লগতে পঢ়কঃ ছেৱা নৈত পৰি এজনৰ সলিল সমাধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.