ETV Bharat / state

ছয়গাঁৱত অব্যাহত বন-ধ্বংস যজ্ঞঃ জব্দ চেগুণৰ কুণ্ডা ভৰ্তি বাহন

author img

By

Published : Jun 20, 2019, 10:16 PM IST

পশ্চিম কামৰূপ বন সংমণ্ডলৰ অধীনস্থ তথা বামুণীগাঁও আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত কালাবাকাৰাত বন বিভাগে জব্দ কৰে দুই লাখ টকাৰ মূল্যৱান চেগুণ কাঠৰ কুণ্ডা ৷

ছয়গাঁৱত অব্যাহত বন-ধ্বংস যজ্ঞঃ জব্দ চেগুণৰ কুণ্ডা ভৰ্তি বাহন

ছয়গাঁও, ২০ জুনঃ দক্ষিণ কামৰূপৰ ছয়গাঁও অঞ্চলত অব্যাহত আছে বন-ধ্বংস যজ্ঞ ৷ নিশাৰ ভাগত চোৰাং কাঠ বেপাৰীয়ে চোৰাংভাৱে সৰবৰাহ কৰি আছে মূল্যৱান কাঠ ৷ বৃহস্পতিবাৰে পুৱতি নিশা বন বিভাগে এখন বলেৰ’ গাড়ী সহ জব্দ কৰে মূল্যৱান চেগুণৰ কুণ্ডা ৷

উল্লেখ্য যে, বামুণীগাঁও বনাঞ্চলিক কাৰ্যালয় আৰু কুকুৰমাৰা খণ্ড বন বিষয়া কাৰ্যালয়ৰ এটা তহলদাৰী দলে ছয়গাঁৱৰ কালাবাকাৰাৰ পৰা জব্দ কৰে চোৰাং চেগুণ কাঠ ভৰ্তি বলেৰ’ পিকআপ ভেনখন ৷ জব্দ কৰা চেগুন কাঠৰ কুণ্ডাখিনিৰ মূল্য প্ৰায় দুই লাখ হ’ব বুলি বন বিভাগৰ বিষয়াই জানিবলৈ দিয়ে ৷ আনহাতে বামুণীগাঁও বনাঞ্চলিক কাৰ্যালয়ত ৰাখি থোৱা হৈছে জব্দ কৰা কাঠ আৰু গাড়ীখন ৷

লগতে পঢ়কঃ তিনিচুকীয়াৰ তালাপত চুৰিকাণ্ডঃ হাতে-লোটে আটক 6 টা চোৰ

Intro:পশ্চিম কামৰূপ বন সংমণ্ডলৰ অধীনস্থ তথা বামুণীগাঁও আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত কালাবাকাৰাত বন বিভাগে জব্দ কৰে দুই লাখ টকাৰ মূল্যৱান চেগুন কাঠৰ কুণ্ডা ৷Body:ছয়গাঁও ২০ জুন : দক্ষিণ কামৰূপৰ ছয়গাঁও অঞ্চলত অব্যাহত আছে বন ধ্বংস যজ্ঞ ৷ নিশাৰ ভাগত চোৰাং কাঠ বেপাৰীয়ে চোৰাংভাৱে সৰবৰাহ কৰি আছে মূল্যৱান কাঠ ৷ বৃহস্পতিবাৰে পুৱতিনিশা বন বিভাগে এখন বলেৰ’ গাড়ী সহ মূল্যৱান চেগুনৰ কুণ্ডা জব্দ কৰা ঘটনাই প্ৰমাণ কৰে পশ্চিম কামৰূপ বন সংমণ্ডলৰ এলেকাত চলি আছে চোৰাং কাঠ বেপাৰীৰৰ দৌৰাত্ম্য ৷ জানিবপৰামতে বুধবাৰে নিশা বামুণীগাঁও বনাঞ্চলিক কাৰ্যালয় আৰু কুকুৰমাৰা খণ্ড বন বিষয়া কাৰ্যালয়ৰ এটি তহলদাৰী দলে ছয়গাঁৱৰ কালাবাকাৰাত এখন চোৰাং চেগুন কাঠ ভৰ্তি বলেৰ’ পিকআপ ভেন জব্দ কৰে ৷ জব্দ কৰা চেগুন কাঠৰ কুণ্ডাখিনিৰ মূল্য প্ৰায় দুই লাখ হ’ব বুলি বন বিভাগৰ বিষয়াই জানিবলৈ দিয়ে ৷ Conclusion:Byte বন বিষয়া

আনহাতে জব্দ কৰা কাঠ আৰু গাড়ীখন বামুণীগাঁও বনাঞ্চলিক কাৰ্যালয়ত ৰাখি থোৱা হৈছে ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.