ETV Bharat / state

চাংসাৰিত পূৰবী ডায়েৰীৰ নতুন প্ৰকল্প উন্মোচন - পশুধন খাদ্য কাৰখানাটি

চাংসাৰিত পূৰবী ডায়েৰীৰ নতুন প্ৰকল্প উন্মোচন । বৃহস্পতিবাৰে চাংসাৰিস্থিত পশুধন খাদ্য কাৰখানাটি শুভাৰম্ভ কৰে ৰাজ্য চৰকাৰৰ সমবায় মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই।

চাংসাৰিত পূৰবী ডায়েৰীৰ নতুন প্ৰকল্প উন্মোচন

author img

By

Published : Feb 19, 2021, 7:36 AM IST

বাইহাটা,19 ফেব্ৰুৱাৰীঃ চাংসাৰিত পূৰবী ডায়েৰীৰ নতুন প্ৰকল্প উন্মোচন । পশ্চিম অসম দুগ্ধ উৎপাদক সমবায় সমিতি লিমিটেডে দুগ্ধ উৎপাদন বৃদ্ধিৰ বাবে আৰম্ভণি কৰে "পূৰবী পশু পুষ্টি" নামৰ এক সুকীয়া প্ৰটিন যুক্ত দানা । বৃহস্পতিবাৰে চাংসাৰিস্থিত এই পশুধন খাদ্য কাৰখানাটি শুভাৰম্ভ কৰে ৰাজ্য চৰকাৰৰ সমবায় মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই।

উল্লেখযোগ্য যে, তদানীন্তন অগপ চৰকাৰৰ আমোলত প্ৰতিষ্ঠা হোৱা দুগ্ধ দানা প্ৰকল্পটি দীৰ্ঘদিন ধৰি আগুৰি আছিল হাবি-জংঘলে। অবশেষত পশ্চিম অসম দুগ্ধ উৎপাদক সমবায় সমিতি আৰু ৰাজ্য চৰকাৰৰ যৌথ প্ৰচেষ্টাত পুনৰুজ্জীবিত হোৱাৰ দিশে WAMUL ৰ এই পশু খাদ্য প্ৰস্তুতকৰণ প্ৰকল্পটি । NDDBৰ অপাৰেচন ফ্লাডৰ অধীনত আৰম্ভ হোৱা বাইপাছ প্ৰটিন যুক্ত খাদ্য প্ৰস্তুতকৰণ WAMUL ক ৰাজ্য চৰকাৰে অনুদান হিচাপে আগবঢ়াইছে প্ৰায় ১০ কৌটি টকা।

লগতে পঢ়কঃ সন্মিলিত বড়ো গণমঞ্চৰ সপ্তম বাৰ্ষিক অধিৱেশনত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.