ETV Bharat / state

মিঞা সংগ্ৰহালয় সন্দৰ্ভত হিমন্ত বিশ্বৰ শৰ্মাৰ প্ৰতিক্ৰিয়া

author img

By

Published : Oct 26, 2020, 10:29 PM IST

কোনো কাৰণতে কলাক্ষেত্ৰত স্থাপন কৰা নহয় মিঞা সংগ্ৰহালয় । ফাইলতে আবদ্ধ থাকিব সংসদীয় সমিতিৰ প্ৰতিবেদন । কাগজতে সীমাবদ্ধ থাকিব মিঞা সংগ্ৰহালয় নিৰ্মাণৰ প্ৰস্তাৱ । কামৰূপৰ চাংসাৰিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পোনচাতে নাকচ কৰিলে শংকৰদেৱ কলাক্ষেত্ৰত চৰ চাপৰিৰ সংগ্ৰহালয় নিৰ্মাণৰ কথা ।

changsari-himanta-about-miya-museum
মিঞা সংগ্ৰহালয় সন্দৰ্ভত হিমন্ত বিশ্বৰ শৰ্মাৰ প্ৰতিক্ৰিয়া

বাইহাটা, 26 অক্টোবৰ : কোনো কাৰণতে কলাক্ষেত্ৰত স্থাপন কৰা নহয় মিঞা সংগ্ৰহালয় । ফাইলতে আবদ্ধ থাকিব সংসদীয় সমিতিৰ প্ৰতিবেদন । কাগজতে সীমাবদ্ধ থাকিব মিঞা সংগ্ৰহালয় নিৰ্মাণৰ প্ৰস্তাৱ । কামৰূপৰ চাংসাৰিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পোনচাতে নাকচ কৰিলে শংকৰদেৱ কলাক্ষেত্ৰত চৰ চাপৰিৰ সংগ্ৰহালয় নিৰ্মাণৰ কথা ।

দশমীত দেৱী দুৰ্গাৰ আশীষ গ্ৰহণ কৰি মন্ত্ৰী গৰাকীয়ে পূজাৰ মিঠাইৰ সোৱাদ লোৱাৰ লগতে ঘৰলৈ বুলি মিঠায়ো ক্ৰয় কৰে এগৰাকী সাধাৰণ গ্ৰাহকৰ ৰূপত । চাংসাৰীৰ তৰুণ অসম সংঘত এটি জিমো সোমবাৰে আনুষ্ঠানিক ভাৱে মুকলি কৰে মন্ত্ৰী গৰাকীয়ে । জিম মুকলি কৰি মন্ত্ৰী গৰাকীয়ে কিছু সময় শৰীৰ চৰ্চাও কৰে সংঘটোত।
লগতে পঢ়ক: শিল্পীৰ তুলিকাত জিলিকিল অৰণ্য মানৱ যাদৱ পায়েং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.