ETV Bharat / state

চাংসাৰিত পথ দুৰ্ঘটনা, নিহত 4 - accident

শুকুৰবাৰে পুৱাই চাংসাৰিত সংঘটিত হয় এক ভয়ানক পথ দুৰ্ঘটনা ৷ চাংসাৰিত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত ৰৈ থকা এখন ট্ৰাকত খুন্দা মাৰে টাটা মেজিক পিকআপ ভানে ৷ ফলত 4 জন লোকৰ থিতাতে নিহত হয় ৷

চাংসাৰিত পথ দুৰ্ঘটনা, নিহত 4
author img

By

Published : May 24, 2019, 11:02 AM IST

  • চাংসাৰিত ভয়ংকৰ পথ দুৰ্ঘটনা
  • থিতাতে নিহত মহিলাসহ চাৰিজন লোক
  • শুকুৰবাৰে পুৱা সংঘটিত হয় এই ভয়াৱহ দুৰ্ঘটনাটো
  • চাংসাৰিত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত ৰৈ থকা এখন ট্ৰাকৰ সৈতে সংঘৰ্ষ টাটা মেজিক পিকআপ ভানৰ
  • নিহত ব্যক্তিকেইজন ক্ৰমে সাবিত্ৰী দাস, প্ৰাঞ্জল বড়ো, অমৰ দাস, আৰু অতুল ৰয়
    চাংসাৰিত পথ দুৰ্ঘটনা, নিহত 4

  • চাংসাৰিত ভয়ংকৰ পথ দুৰ্ঘটনা
  • থিতাতে নিহত মহিলাসহ চাৰিজন লোক
  • শুকুৰবাৰে পুৱা সংঘটিত হয় এই ভয়াৱহ দুৰ্ঘটনাটো
  • চাংসাৰিত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত ৰৈ থকা এখন ট্ৰাকৰ সৈতে সংঘৰ্ষ টাটা মেজিক পিকআপ ভানৰ
  • নিহত ব্যক্তিকেইজন ক্ৰমে সাবিত্ৰী দাস, প্ৰাঞ্জল বড়ো, অমৰ দাস, আৰু অতুল ৰয়
    চাংসাৰিত পথ দুৰ্ঘটনা, নিহত 4
Intro:CHANGSARI ACCIDENT 4 DEAD

চাংসাৰিত ভয়ংকৰ পথ দুৰ্ঘটনা।

থিতাতে নিহত মহিলাসহ চাৰি ব্যক্তি।

বৃহস্পতিবাৰে পুৱা সংঘটিত হয় ভয়াবহ দুৰ্ঘটনাটো।

লক্ষিমপুৰৰ পৰা অামিনগাৱলৈ অাহি থকা অৱস্থাত চাংসাৰিত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত ৰৈ থকা এখন ট্ৰাকৰ সৈতে সংঘৰ্ষ টাটা মেজিক পিকঅাপ ভানৰ।

নিহত ব্যক্তিকেইজন ক্ৰমে সাবিত্ৰীদাস(চিপাঝাৰ),
প্ৰাঞ্জল বড়ো(দীৰ্ঘেশ্বৰী/ফুলুং),
অমৰ দাস,ড্ৰাইভাৰ , মেজিক(হাজো,বাকটা)অাৰুঅতুল ৰয়(নুমলি জলাহ,চাংসাৰি)।Body:.Conclusion:.
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.