- বৰঝাৰ বিমানবন্দৰত কেন্দ্ৰীয় জলসম্পদ মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱটৰ সংবাদমেল
- অসমৰ বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰলৈ 251.5 কোটি সাহাৰ্য ঘোষণা
- নীতি আয়োগৰ উপাধ্যক্ষক অধ্যক্ষ হিচাপে লৈ এখন কমিতি গঠন কৰিবলৈ নিৰ্দেশ
- এই কমিতিখনে ৰাজ্যৰ বানত হোৱা ক্ষয় ক্ষতিৰ সকলো তথ্য সংগ্ৰহ কৰি এক প্ৰতিবেদন দাখিল কৰিব লাগিব কেন্দ্ৰীয় চৰকাৰক
- ঘোষণা কৰা 251 কোটি টকা ইতিমধ্যে ৰাজ্যৰ ৰাজকোষত জমা হোৱা বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অৱগত কৰে সংবাদ মাধ্যমক
- লগতে কেন্দ্ৰীয় চৰকাৰে লোৱা এই সিদ্ধান্তৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ধন্যবাদ জনায়
কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰলৈ 251.5 কোটি সাহাৰ্য
ঘোষণা কৰা 251 কোটি টকা ইতিমধ্যে ৰাজ্যৰ ৰাজকোষত জমা হোৱা বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অৱগত কৰে সংবাদ মাধ্যমক ৷
কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰলৈ 251.5 কোটি সাহাৰ্য
- বৰঝাৰ বিমানবন্দৰত কেন্দ্ৰীয় জলসম্পদ মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱটৰ সংবাদমেল
- অসমৰ বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰলৈ 251.5 কোটি সাহাৰ্য ঘোষণা
- নীতি আয়োগৰ উপাধ্যক্ষক অধ্যক্ষ হিচাপে লৈ এখন কমিতি গঠন কৰিবলৈ নিৰ্দেশ
- এই কমিতিখনে ৰাজ্যৰ বানত হোৱা ক্ষয় ক্ষতিৰ সকলো তথ্য সংগ্ৰহ কৰি এক প্ৰতিবেদন দাখিল কৰিব লাগিব কেন্দ্ৰীয় চৰকাৰক
- ঘোষণা কৰা 251 কোটি টকা ইতিমধ্যে ৰাজ্যৰ ৰাজকোষত জমা হোৱা বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অৱগত কৰে সংবাদ মাধ্যমক
- লগতে কেন্দ্ৰীয় চৰকাৰে লোৱা এই সিদ্ধান্তৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ধন্যবাদ জনায়
Intro:বৰঝাৰ বিমানবন্দৰত কেন্দ্ৰীয় চৰকাৰ জলসম্পদ মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱটৰ সংবাদমেল । Body:Vo..বৰঝাৰ বিমানবন্দৰত কেন্দ্ৰীয় চৰকাৰ জলসম্পদ মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱটৰ সংবাদমেল । অসমৰ বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰলৈা 251.5 কৌটি সাহাৰ্য্য ঘোষণা কৰে । নীতি আয়োগৰ উপধ্যাক্ষক অধ্যক্ষ হিচাপে লৈ এখন কমিতি গঠন কৰিবলৈ নিৰ্দেশ দিয়ে । এই কমিতিখনে ৰাজ্যৰ বানত হোৱা ক্ষয় ক্ষতিৰ সকলো তথ্য সংগ্ৰহ কৰি এক প্ৰতিবেদন দাখিল কৰিব লাগিব কেন্দ্ৰীয় চৰকাৰক । কেন্দ্ৰীয় চৰকাৰ জলসম্পদ মন্ত্ৰীয়ে গজেন্দ্ৰ সিং শেখাৱটে ঘোষণা কৰা ২৫১ কোটি টকা ইতিমধ্যে ৰাজ্যৰ ৰাজকোষত জমা হোৱা বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে সংবাদ মাধ্যমৰ আগত অৱগত কৰে Conclusion:লগতে কেন্দ্ৰীয় চৰকাৰে লোৱা এই সিদ্ধান্তৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ধন্যবাদ জনাই ।
দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam