ETV Bharat / state

বিলাসী বাহনতহে ঘূৰে ছাগলী চোৰ!

author img

By

Published : Oct 28, 2020, 11:11 AM IST

বিলাসী বাহনত ছাগলী চুৰি কৰি মঙলবাৰে গোৱালপাৰা জিলাৰ ধূপধৰাত ধৰা পৰে দুই ছাগলী চোৰ । বিলাসী বাহনত চুৰি ছাগলী সহিতে চোৰ দুটাক ধৰাৰ পাচতে সমগ্ৰ অঞ্চলটোত আলোচিত হৈছে বিষয়টো ৷

cattle lifters arrest in Boko
বকোত ছাগলী চোৰ

বকো,28 অক্টোবৰ : বিলাসী বাহনত ছাগলী চোৰ ৷ নগৰবেৰাৰ পৰা সাতটাকৈ ছাগলী চুৰি কৰি ধূপধৰা দিশে গৈ থকা অৱস্থাত A-AS-01-AK-6851 নম্বৰৰ বিলাসী বাহন হুণ্ডাই ভাৰ্না এখন ধূপধৰা আৰক্ষীয়ে আগচি ধৰে । ইয়াৰ পাচতে ওলাই পৰে উৰহী গছৰ ওৰ ৷

চুৰি কৰা 7 টাকৈ ছাগলী উদ্ধাৰ কৰা লগতে দুটা ছাগলী চোৰকো বিলাসী বাহনখনৰ পৰা কৰায়ত্ত কৰে আৰক্ষীয়ে ৷ ইফালে ছাগলীকেইটাক পাৰ্লে-জী বিস্কুট খুৱাই আনে ধৃত চোৰ দুটাই ৷

বকোত ছাগলী চোৰ

ধৃত চুৰ দুটা ক্ৰমে বৰপেটাৰ ইমান আলী আৰু নগাঁৱৰ মবিন হুছেইন বুলি জানিব পৰা গৈছে । জব্দকৃত বাহন,চুৰি হোৱা ছাগলীকেইটা আৰু ধৃত চোৰ দুটাক নগৰবেৰা আৰক্ষী থানালৈ নি আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক : কলীয়াভোমোৰা দলঙৰ ৰেলিং ভাঙি 40 ফুট তলত পৰিল টেংকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.