ETV Bharat / state

সাত বছৰে সন্ধান নাই ৰঙিয়াৰ মুৰাৰাৰ এগৰাকী ব্যৱসায়ীৰ

author img

By

Published : Dec 9, 2021, 12:45 PM IST

বিগত সাত বছৰ ধৰি সন্ধানহীন হৈ আছে ৰঙিয়াৰ এজন ব্যৱসায়ী(Businessman missing since seven years in Rangia) ৷ কলৈ গ'ল ব্যৱসায়ীগৰাকী ! কোনো মানৱ সৰবৰাহকাৰীৰ কবলত পৰিছে নেকি পিতৃ ? নে নিৰুদ্দেশৰ অন্তৰালত কোনো দুষ্টচক্ৰ জড়িত হৈ আছে ! এনেবোৰ প্ৰশ্নৰ উত্তৰ বিচাৰি হাবাথুৰি খাইছে পৰিয়ালবৰ্গ ।

businessman-missing-since-seven-years-in-rangia
সাত বছৰে সন্ধান নাই ৰঙিয়াৰ মুৰাৰাৰ এগৰাকী ব্যৱসায়ীৰ

ৰঙিয়া, 9 ডিচেম্বৰ : ৰঙিয়াৰ মুৰাৰাত পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ ঘটনা ৷ বিগত 7 বছৰ ধৰি সন্ধানহীন হৈ আছে মনোৰঞ্জন কলিতা নামৰ এজন ব্যৱসায়ী(Businessman missing since seven years in Rangia) ৷ ইতিমধ্যে বিভিন্ন ঠাইত বিচাৰ-খোচাৰ কৰা হয় যদিও আজিলৈ কোনো সম্ভেদ লাভ কৰা নাই ব্যৱসায়ীজনৰ ৷ ফলত চিন্তিত হৈ পৰিছে পৰিয়ালবৰ্গ ৷

ঘটনা অনুসৰি, ব্যৱসায়ৰ লগত জড়িত মনোৰঞ্জন কলিতা ব্যৱসায়িক সূত্ৰে ৰঙিয়াৰ পৰা বাক্সালৈ গৈছিল ৷ কিন্তু ঘৰৰ পৰা ওলাই অহাৰ পিচৰে পৰাই ব্যৱসায়ীগৰাকী ঘৰলৈ উভতি অহা নাই ৷ ব্যৱসায়ীগৰাকীৰ বহু বিচাৰ-খোচাৰ কৰিছে যদিও তিনি সন্তানৰ পিতৃ মনোৰঞ্জন কলিতাৰ কোনো সম্ভেদ লাভ কৰা নাই ৷

যাৰ বাবে শোকত ভাগি পৰিছে ব্যৱসায়ীগৰাকীৰ পত্নী হেমান্তি কলিতা আৰু তিনি জীয়াৰীয়ে । ইতিমধ্যেই ৰঙিয়া আৰক্ষী থানাত স্বামীৰ নিৰুদ্দেশ সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে পত্নীয়ে । কিন্তু তথাপিও উভতি নাহিল মনোৰঞ্জন কলিতা ৷

কলৈ গ'ল ব্যৱসায়ীগৰাকী ! কোনো মানৱ সৰবৰাহকাৰীৰ কবলত পৰিছে নেকি পিতৃ ? নে নিৰুদ্দেশৰ অন্তৰালত কোনো দুষ্ট চক্ৰ জড়িত হৈ আছে ! এনেবোৰ প্ৰশ্নৰ উত্তৰ বিচাৰি হাবাথুৰি খাইছে পৰিয়ালবৰ্গ ।

লগতে পঢ়ক : Nagaland firing : কেন্দ্ৰ, নাগালেণ্ড চৰকাৰীলৈ জাননী প্ৰেৰণ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.