ETV Bharat / state

লখৈতৰা নৈত কিশোৰৰ সলিল সমাধি - সলিল সমাধি

হাজোৰ পতনিৰ নদীৰপাৰৰ লখৈতৰা নৈত গাধুবলৈ গৈ নিখোজ এজন কিশোৰ । নিখোজ হোৱা কিশোৰটিক হাজো অগ্নি আৰু আপদকালীন সেৱা কেন্দ্ৰৰ জোৱানে মৃত অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় । অঞ্চল জুৰি তীব্ৰ শোকৰ ছাঁ ।

লখৈতৰা নৈত কিশোৰৰ সলিল সমাধি
author img

By

Published : May 5, 2019, 9:59 PM IST

কামৰূপ,5 মে’ : হাজোৰ পতনিৰ নদীৰ পাৰৰ লখৈতৰা নৈত দেওবাৰে গা ধুবলৈ গৈ সলিল সমাধি এটি কিশোৰৰ ৷ হাজো অগ্নি আৰু আপদকালীন সেৱা কেন্দ্ৰৰ জোৱান চিৰাজুদ্দিন আহমেদে মৃত অৱস্থাত উদ্ধাৰ কৰে লখৈতৰা নদীত দুপৰীয়া গা ধুবলৈ গৈ নিখোজ হোৱা জীৱনজ্যোতি দাসক ৷ উল্লেখ্য যে, হাজো উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সপ্তম শ্ৰেণীত অধ্যয়নৰত জীৱনজ্যোতিক উদ্ধাৰ কৰিবলৈ প্ৰথমে ভগ্নী নিহা দাসে চেষ্টা কৰিছিল যদিও পানীৰ কোৱাল সোঁতত পৰা নিহা দাসক স্থানীয় ৰাইজে জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

sample description
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.