ETV Bharat / state

ঘৰতে সাংস্কৃতিক অনুষ্ঠান পাতি নৱবৰ্ষক আদৰিলে বকো বিধায়িকা নন্দিতা দাসে

author img

By

Published : Jan 1, 2021, 9:06 PM IST

নতুন বছৰক আদৰিবলৈ ঘৰতে এক সাংস্কৃতি অনুষ্ঠানৰ আয়োজন কৰে বকো বিধানসভা সমষ্টিৰ বিধায়িকা নন্দিতা দাসে ৷ অনুষ্ঠানত সমষ্টিটোৰ বিভিন্ন অঞ্চলৰ বহু লোকে অংশগ্ৰহণ কৰে ৷ তদুপৰি সাংস্কৃতিক অনুষ্ঠানত বকো সমষ্টিৰ বহু কেইগৰাকী উদীয়মান কণ্ঠশিল্পীয়ে গীত পৰিবেশন কৰে ৷

BOKU MLA ORGANISED CULTURAL PROGRAM
ঘৰতে সাংস্কৃতিক অনুষ্ঠান পাতি নৱবৰ্ষক আদৰিলে বকো বিধায়িকা নন্দিতা দাসে

বকো, 1 জানুৱাৰী : নৱবৰ্ষক আদৰিবলৈ বকো বিধানসভা সমষ্টিৰ বিধায়িকা নন্দিতা দাসে বকোৰ আগছিয়াত অৱস্থিত নিজ বাসগৃহ প্ৰাংগনত আয়োজন কৰে এক সাংস্কৃতিক সন্ধিয়াৰ। এই সাংস্কৃতিক সন্ধিয়া অনুষ্ঠানত অংশগ্ৰহণ কৰে সমষ্টিটোৰ বিভিন্ন অঞ্চলৰ লোকে ।

সেই উপলক্ষে সাংস্কৃতিক অনুষ্ঠানত গীত পৰিবেশন কৰে বকো সমষ্টিৰ উদীয়মান কণ্ঠশিল্পীয়ে প্ৰদীপ ৰাজ, দুলু মেধি, ৰাম কিষাণ দাস, আন্নান চৌধুৰী আৰু ৰিয়া দাস আদি শিল্পীয়ে । সাংস্কৃতিক অনুষ্ঠানটোত বকোৰ ৰিয়া দাসৰ নামৰ কণমানি কণ্ঠশিল্পী গৰাকীৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰি বকোৰ বিধায়িকা নন্দিতা দাসে এখন হাৰমণিয়াম উপহাৰ দিয়ে ।

লগতে পঢ়ক : ছিলিণ্ডাৰ বিস্ফোৰণ ঘটি কৰিমগঞ্জত ভয়ংকৰ অগ্নিকাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.