ETV Bharat / state

বকোত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত যুৱক

বকো টাংগাবাৰীত ঘৰৰ বাল্ব এটা লগাবলৈ গৈ বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰ ভাৱে আহত হয় ৰাতুল বড়ো নামৰ এজন যুৱক । উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ ৷

বকোত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত যুৱক
author img

By

Published : May 16, 2019, 11:46 PM IST

বকো,16মে':

  • বকো টাংগাবাৰীত ঘৰৰ বাল্ব লগাবলৈ গৈ বিদ্যুৎস্পৃষ্ট এজন
  • গুৰুতৰ ভাৱে আহত ৰাতুল বড়ো নামৰ এজন যুৱক
  • গুৰুতৰ ভাৱে আহত যুৱকজনক ততাতৈয়াকৈ বকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰাই
  • চিকিৎসকে যুৱকজনক প্ৰাথমিক চিকিৎসা প্ৰদান কৰে যদিও উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হস্পিতাল লৈ প্ৰেৰণ কৰে
    বকোত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত যুৱক

বকো,16মে':

  • বকো টাংগাবাৰীত ঘৰৰ বাল্ব লগাবলৈ গৈ বিদ্যুৎস্পৃষ্ট এজন
  • গুৰুতৰ ভাৱে আহত ৰাতুল বড়ো নামৰ এজন যুৱক
  • গুৰুতৰ ভাৱে আহত যুৱকজনক ততাতৈয়াকৈ বকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰাই
  • চিকিৎসকে যুৱকজনক প্ৰাথমিক চিকিৎসা প্ৰদান কৰে যদিও উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হস্পিতাল লৈ প্ৰেৰণ কৰে
    বকোত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত যুৱক
Intro:Body:বকো টাংগাবাৰীত ঘৰৰ বাল্ব এটা লগাবলৈ গৈ বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰ ভাৱে আহত হয় ৰাতুল বড়ো নামৰ এজন যুৱক। ঘটনা সংঘটিত হোৱাৰ পিছত যুৱকজনক ততাতয়াকৈ বতো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰাই। চিকিৎসকে যুৱকজনক প্ৰাথমিক চিকিৎসা প্ৰদান কৰে যদিও তেওঁৰ উন্নত চিকিৎসাৰ বাবে পৰৱৰ্তী সময়ত গুৱাহাটী মেডিকেল কলেজ হস্পিতাল লৈ প্ৰেৰণ কৰে। উল্লেখ্য যে ৰাতুল বড়োৰ ঘৰ বকোৰ চন্দ্ৰাত আৰু যোৱাকালিয়ে যুৱকজনে তেওঁৰ মোমায়েকৰ ঘৰ টাংগাবাৰীলৈ গৈছিল। ৰাতুল বড়োৰ মামী নৰ্মদা বড়োই জনাই যে ৰাতুলে ঘৰৰ বাল্ব এটা নজ্বলাৰ বাবে মেৰামতি কৰি থকাৰ অৱস্থাত হঠাৎ বিদ্যুৎস্পৃষ্ট হয় আৰু লগে লগে ৰাতুলে তেওঁক চিঞৰি মাতে আৰু তেওঁক গুচাই দিবলৈ কয়। গতিকে, তেওঁ চকী এখনৰে ৰাতুলক কোবাই দিয়াত ৰাতুল মাটিত ঢলি পৰে আৰু লগে লগে তেওঁক বকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰাই।

BYTE_ নৰ্মদা বড়ো।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.