ETV Bharat / state

বকোত শালৰ কুণ্ডা ভৰ্তি টাটা ডি আই বাহন দুৰ্ঘটনাগ্ৰস্ত - BOKO ILLEGAL SAL TREE LOADED TRUCK ACCIDENT, KAMRUP ASSAM.

দক্ষিণ কামৰূপত বন বিভাগৰ সন্মুখতে চোৰাং কাঠ বেপাৰীয়ে অব্যাহত ৰাখিছে কাঠৰ চোৰাং বেহা ৷ বন বিভাগে মাজে সময়ে অভিযান চলায় যদিও নিশাৰ আন্ধাৰত গোপনে অব্যাহত ৰাখিছে কাঠৰ চোৰাং বেহা ৷

বকোত শালৰ কুণ্ডা ভৰ্তি টাটা ডিআই দুৰ্ঘটনাগ্ৰস্ত
author img

By

Published : Nov 13, 2019, 12:44 PM IST

বকো, 13 নৱেম্বৰঃ বকোৰ ডাকুৱাপাৰাত মঙলবাৰে নিশা শালৰ কুণ্ডা ভৰ্তি এখন টাটা ডি আই বাহন গাড়ী দুৰ্ঘটনাত পতিত হয় ৷ তীব্ৰ বেগী টাটা ডি আই খনে ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হয়। AS-01DD-2574 নম্বৰৰ টাটা ডি আই খনত অবৈধ শালৰ কুণ্ডা নি আছিল কোনো গোপন স্থানলৈ। অৱশ্যে বন বিভাগৰ দল ঘটনাস্থলীত উপস্থিত হোৱাৰ পূৰ্বেই কাঠৰ কুণ্ডা সমূহ নমাই গাড়ীসহ পলায়ন কৰে টাটা ডি আই খনৰ চালকে। প্ৰায় ২০ টা অপৈনত শাল গছৰ কুণ্ডা সৰবৰাহ কৰিছিল ডিআইখনত। বকোৰ শিংৰা আঞ্চলিক বন বিভাগৰ কাৰ্যালয়ৰ সমীপতে সংঘটিত হয় এই দুৰ্ঘটনা।

বকোত শালৰ কুণ্ডা ভৰ্তি টাটা ডি আই বাহন দুৰ্ঘটনাগ্ৰস্ত

লগতে চাওকঃ বৰপেটাৰ পৰা মন্দিয়া অভিমুখী ট্ৰাকত ভয়ংকৰ অগ্নিকাণ্ড

Intro:Body:বকো ডাকুৱাপাৰাত নিশা শালৰ কুণ্ডা ভৰ্তি টাটা ডিআই দুৰ্ঘটনাগ্ৰস্ত। ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত। AS01-DD-2574 নম্বৰৰ টাটা ডিআইখনত কঢ়িওৱা হৈছিল অবৈধ শালৰ কুণ্ডা। বন বিভাগ ঘটনাস্থলীত উপস্থিত হোৱাৰ পূৰ্বে পলায়ন টাটা ডিআইখনৰ। প্ৰায় ২০ টা অপৈনত শালৰ কুণ্ডা সৰবৰাহ কৰিছিল ডিআইখনত। বকোস্থিত শিংৰা আঞ্চলিক বন বিভাগৰ কাৰ্যালয়ৰ সমীপতে এই দুৰ্ঘটনা।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.